Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ ঃ জাহ্নু বৰুৱা

publisher by publisher
May 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ ঃ জাহ্নু বৰুৱা
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে ইতিমধ্যে গম পাইছে বিশ্ব মানৱে। ইয়াৰ বাবে সকলোৱে সাৱধান হোৱা উচিত । কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰেও বান্ধি দিছে কিছু নীতি-নিয়ম । এই ধৰক, সঘনাই চাবোনেৰে হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদি । ব্যক্তিগত জীৱনত এই নীতি-নিৰ্দেশনাবোৰ মই আখৰে আখৰে পালন কৰিছো । প্ৰতি মুহূৰ্ততে এই নীতি-নিৰ্দেশনা বোৰ পালন কৰিবলৈ যাওঁতে সাধাৰণতে আমনি লাগে । কিন্তু নিজৰ লগতে সকলোৰে ভালৰ বাবে এই নীতি-নিৰ্দেশনাসমূহ পালন কৰা উচিত। কৰ’না ভাইৰাছক লৈ সমগ্র বিশ্বতে সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ ।

ADVERTISEMENT

এই আতংকৰ মাজতো সকলোৱে নিজৰ সুৰক্ষাৰ বাবে নিজে সতৰ্ক হ’ব লাগিব । অৱশ্যে স্বীকাৰ কৰিবই লাগিব যে এই সময়খিনিত সকলোৰে ভাবিব নোৱাৰা ধৰণে কামৰ ক্ষতি হৈছে । ব্যক্তিগতভাৱে তলাবন্ধত মোৰো যথেষ্ট কামৰ ক্ষতি হৈছে, কিন্তু দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলৰ অৱস্থা দেখি মই বেছি মৰ্মাহত হৈছো । এই মুহূৰ্তত আশা ৰাখিছো যে ডেৰ-দুমাহৰ ভিতৰত দেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব । তলাবন্ধৰ বাবে মকি ঘৰতে আবদ্ধ হৈ আছো । প্ৰায় দুমাহেই হ’ব । মুম্বাইৰ ঘৰত মোৰ লগতে পৰিবাৰ আৰু কানাডা নিবাসী মোৰ খুলশালীও আছে । ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত এখন বিয়াত অংশগ্ৰহণৰ বাবে মোৰ খুলশালী কানাডাৰ পৰা মুম্বাইলৈ আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ইয়াতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা বাবে মোৰ ভাল লগা নাই। উপায়ো নাই ।

মহাৰাষ্ট্ৰত পৰিৱেশ আৰু বেয়া। গতিকে ঘৰৰ পৰা ওলোৱাই নাই । এই সময়ছোৱাত ঘৰতো কাম বাঢ়িছে । ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰৰ আচবাব চাফ-চিকুণ কৰালৈকে সকলোতে পাৰিবাৰক সহায় কৰি দিছো । তলাবন্ধৰ মাজতে কিছু লেখা-মেলাও কৰিছো । ইয়াৰ বেছিভাগেই চিত্ৰনাট্য। কিন্তু এই মুহূৰ্তত ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বহলাই ক’ব বিচৰা নাই । অৱশ্যে কামখিনি এই সময়ছোৱাতে শেষ কৰিব বিচাৰিছো । কৰ’না ভাইৰাছক সংক্ৰমণক লৈ সৃষ্টি হোৱা আতংকময় পৰিস্থিতি মানৱ জাতিৰ বাবে এক ডাঙৰ শিক্ষা । ইয়াৰ পৰা সকলোৱে শিক্ষা গ্ৰহণ কৰা উচিত । কিয়নো সৰ্বশ্ৰেষ্ঠ হৈয়ো আমি মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত অহৰহ অত্যাচাৰ চলাই আহিছো । বহু সময়ত জানি আৰু বহু সময়ত নাজানিও প্ৰকৃতি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে মানৱ জাতিয়ে ।

কৰ’না ভাইৰাছো ইয়াৰে এটা অংশ বুলিয়ে ক’ব লাগিব । আমাৰ অসচেতনতাৰ বাবে দিনকদিনে প্ৰকৃতি ধ্বংস হোৱাৰ পাছতো আমি উপলব্ধি নকৰো ভয়াবহতাৰ কথা। প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত যদি সজাগ হোৱা নাযায়, তেন্তে ভয়াবহ বিপদৰ বিষয়েও আগতীয়াকৈ কোনো তথ্য নাথাকিব মানৱ জাতিৰ হাতত । তাৰ বাবে সকলোৱে সজাগ হোৱা উচিত । এই মুহূৰ্তত আতংকৰ আন এটা নাম হৈছে কৰ’না ভাইৰাছ। কোনোবাই যদি চক্ৰান্তমূলকভাৱে এই ভাইৰাছবিধ গৱেষণাগাৰত প্ৰস্তুত কৰি মানুহৰ মাজত এৰি দিছে, তেন্তে ইয়াতকৈ আৰু দুখৰ কথা একো হ’ব নোৱাৰে । উন্নয়নৰ নামত মানৱ জাতিৰ ধ্বংস হ’ব পৰা কোনো কামেই সমৰ্থনযোগ্য হ’ব নোৱাৰে ।

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত ঘোষণা কৰা তলাবন্ধত সৰ্বাধিক হাৰত ক্ষতিগ্ৰস্ত হৈছে নিৰীহ লোক । সহজ সৰল এই নিৰীহ লোকসকল জীয়াই থকাৰ তাড়নাতে শ শ মাইল খোজকাঢ়ি গৃহাভিমুখী হৈছে । এয়া এক ভাবিব নোৱাৰা কথা । অথচ এই ঘটনা আমাৰ দেশতে সংঘটিত হৈছে । এনেবোৰ হৃদয় জোকাৰি যোৱা ঘটনাই বহুত মনোকষ্ট দিয়ে । এনে পৰিস্থিতি সঁচাকৈয়ে অসহনীয় । ডেৰ-দুমাহৰ ভিতৰত সকলো স্বাভাৱিক হ’ব বুলিয়ে মই আশা ৰাখিছো । অৱশ্যে এই ক্ষেত্ৰত সকলোৱে সজাগ-সচেতন হোৱাৰ বাহিৰে আমাৰ হাতত অন্য কোনো বিকল্প নাই । সকলোৱে সজাগ হওক, সুৰক্ষিত থাকক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Jahnu BaruaLockdown
publisher

publisher

Related Posts

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

October 4, 2026
ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d