Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ভংগ কৰিলে শাস্তি হব দেশদ্ৰোহীতাৰ

publisher by publisher
June 1, 2020
in News, world
Reading Time: 1 min read
0
ভংগ কৰিলে শাস্তি হব দেশদ্ৰোহীতাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

নৌসেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক যুদ্ধজাহাজ নিৰ্মাণ কৰিছে উত্তৰ কোৰিয়াই! 

North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

Kim Jong Un: কিমৰ দেশত গাখীৰ আৰু কফি বিক্ৰী কৰি কাৰাগাৰলৈ গ’ল ছিংগাপুৰত এজন ব্যক্তি

উত্তৰ কোৰিয়াত কিশোৰ-কিশোৰীৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনৰ ‘নিষেধাজ্ঞা’ জাৰি কৰা হৈছে । এনে সম্পৰ্ক স্হাপনক ‘দেশদ্ৰোহীতা’ হিচাপে গণ্য কৰা হ’ব দেশখনত । অজ্ঞাতবাসৰ পৰা উভতি অহাৰ পাছতে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনে । এই বিতৰ্কিত নিৰ্দেশক লৈ ব্ৰিটেইনৰ এক্সপ্ৰেছে এক প্ৰতিবেদন যুগুত কৰাৰ পাছতে উনৰ এই কার্য পোহৰলৈ আহে । উল্লেখ্য যে প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে উত্তৰ কোৰিয়াত শাৰীৰিক সম্পৰ্ক স্হাপন কৰাটো আইন অনুসৰি নিষিদ্ধ । তথাপি আইনৰ সুৰুঙাৰে দেশখনৰ হাইস্কুলত অধ্যয়নত কিশোৰ-কিশোৰীসকলে শাৰীৰিক সম্পৰ্ক স্হাপন কৰে ।

ADVERTISEMENT

এই খবৰ কিম জং উনৰ কাণত পৰাৰ পাছতে খঙত জ্বলি উঠে স্বৈৰাচাৰী শাসকজন । নাবালকসকলে এনে কাৰ্য্যত জড়িত হৈ পৰাৰ বাবে উনে পশ্চিমীয়া সাম্ৰাজ্যবাদী শক্তিকেই দায়ী কৰে। উত্তৰ কোৰিয়াত এনে ধৰণৰ কায্ সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ ইতিমধ্যে বলৱৎ হৈ থকা আইনক অধিক কঠোৰ কৰাৰো সিদ্ধান্ত লোৱা হৈছে । দেশখনত শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে । শিক্ষাৰ্থীসকলক এনে কাৰ্য্যৰ পৰা বিৰত ৰাখিবলৈ কঠোৰ  ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ পক্ষেও মত দিছে শাসক পক্ষই । পিয়ংইয়ঙৰ এক সূত্ৰৰ উদ্ধৃতিৰে এই সন্দৰ্ভত এক বাতৰিও যুগুত কৰিছে ৰেডিঅ’ ফ্ৰি এছিয়াই । বিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ্থীসকলৰ ফোন অথবা অন্যান্য বৈদ্যুতিক যন্ত্ৰৰ ওপৰত দৃষ্টি ৰাখিবলৈকো চৰকাৰীভাৱে নিৰ্দেশ দিয়া হৈছে।

সেই অনুসৰি ‘ৰেড ফ্লেগ’ নামৰ এপ এটি বনোৱা হৈছে চৰকাৰীভাৱে । বাধ্যতামূলকভাৱে হলেও শিক্ষাৰ্থীসকলৰ ফোন অথবা লেপটপত এই এপ সংস্হাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে । এই এপৰ মাধ্যমত ‘পৰ্ণ’ জাতীয় কোনো ‘ছাইট’লৈ বৱহাৰকাৰীজন গলেই সকলো বানীবদ্ধ হৈ পৰিব । অথবা চাই থকা ছবিৰ দৃশ্যাংশৰ ‘ স্ক্ৰিন শ্বট’ উঠিব । আনহাতে, কোনো শিক্ষাৰ্থীয়ে শাৰীৰিক সম্পৰ্ক স্হাপন কৰাটো ধৰা পৰিলে তেনে বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উনে নিৰ্দেশ দিছে । চৰকাৰৰ এনে কঠোৰ সিদ্ধান্তত শিক্ষাৰ্থীসকলকৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনক লৈ সন্ত্ৰাসৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kim Jong-unNorth Korea
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d