Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না আক্ৰান্তৰ সপ্তম স্থানত ভাৰত

publisher by publisher
June 2, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
ৰাজ্যত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি 
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণে । বিগত ২৪ ঘন্টাত ৮৩৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি সোমবাৰে তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। দেশত আক্ৰান্তৰ সংখ্যা বহুগুণে বৃদ্ধিৰ ফল ভাৰতে আক্রান্তৰ নিৰিখত বিশ্বৰ ভিতৰত একে কোবে নৱমৰ পৰা সপ্তম স্থানত দখল কৰিলে। আজি আনকি জাৰ্মানী আৰু ফ্ৰান্সক পিছ পেলালে ভাৰতে। শেহতীয়া তথ্য অনুসৰি আজি দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৯৯,১৭২ জন । অৰ্থাৎ দুই লক্ষ স্পৰ্শ কৰবলৈ ওলাইছে আক্ৰান্তৰ সংখ্যাই ।মহাৰাষ্ট্ৰত বিগত ২৪ঘণ্টাত ২,৪৮৭জন নতুনকৈ আক্ৰান্ত হৈছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা প্ৰায় ৬৯ হেজাৰ হৈছে। তামিলনাডুত ২৩হেজাৰৰো অধিক আক্ৰান্ত হৈছে । দিল্লীত ২০ সহস্ৰাধিক আৰু গুজৰাটত ১৬ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে সুস্থ হোৱাৰ হাৰো উন্নত। এই পৰ্য্যন্ত ৯৩ হেজাৰৰো অধিক লোক সুস্থ হৈ উঠিছে ।

ADVERTISEMENT

জন হপকিন্স ইউনিভাৰ্চিটিৰ তথ্য অনুসৰি এইবাৰ মৃত্যুৰ নিৰিখত ৰাছিয়াকো পাছ পেলালে ভাৰতে।ইতিমধ্যে ভাৰতে মৃত্যুৰ সংখ্যাত চীনক পাছ পেলাইছিল। ভাৰতত বিগত ২৪ঘন্টাত এই পৰ্যন্ত সৰ্বাধিক ২৩০ জনৰ মৃত্যু হোৱা বুলি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে। ইপিনে, দিল্লীত পৰিস্থিতি ভয়াবহ হোৱা বাবে আগন্তুক এমাহৰ বাবে দিল্লীৰ সীমা বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে অৰবিন্দ কেজৰীৱাল চৰকাৰে । এই সংকটৰ সময়ত দিল্লীৰ হস্পাতাল সমূহ যাতে স্থানীয় লোকসকলৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰি, তাৰবাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেজৰীৱালে কৰা মন্তব্যক লৈ প্ৰতিক্রিয়াসৃষ্টি হৈছে।অৱশ্যে সীমা বন্ধ থাকিলেও জৰুৰীকালীন সেৱাৰ সতে জড়িত লোক আৰু চৰকাৰৰ ধাৰা অনুমোদিত ই-পাছধাৰী সকলে সীমা পাৰ হৈ দিল্লীত প্ৰৱেশ কৰিব পাৰিব বুলি তেওঁ কয়। এক সংবাদ মেলত সোমবাৰে দুপৰীয়া বৈঠকত কেজৰীৱালে কয়, “দিল্লীৰ সীমা খুলি দিলেই সকলো দেশৰ মানুহ দিল্লীত চিকিৎসা কৰিবলৈ আহিব। কিন্তু এই মুহূৰ্তত দিল্লীৰ হাস্পতালসমূহ স্থানীয় লোকৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে।জৰুৰীকালীন সেৱা সমূহৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

“সীমা খুলি দিয়া হব নে নাই তাকে লৈ দিল্লীৰ নাগৰিক সকলে মতামত জনাব বুলি উল্লেখ কৰি তেওঁ কয়, “সীমা খুলি দিয়া উচিত হব নে নহয় সেই সম্পৰ্কে দিল্লীৰ নাগৰিক সকলে মতামত প্ৰকাশ কৰিব।” ইয়াৰ বাবে এক ই-মেইল ঠিকনা দিয়া হৈছে, যাৰ জৰিয়তে দিল্লীবাসীয়ে মতামত প্ৰকাশ কৰিব পাৰিব।ইপিনে,পঞ্চম পৰ্যায় ৰ তলাবন্ধ ঘোষণা কৰিলেও যথেষ্ট পৰিমাণে শিথিলতা কৰা হৈছে।সেয়েহে সংক্ৰমণৰ হাৰ বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশিত হৈছে । বিশেষজ্ঞৰ মতে, ক’ভিড -১৯ভাইৰাছ যিদৰে প্ৰতিনিয়ত সংক্ৰমণৰ চৰিত্ৰ সলনি কৰিছে, সেই দিশলৈ চাই পৰিস্থিতি অধিক সংকটজনক হৈ উঠিছে । তলা বন্ধ শিথিল কৰাৰ ফলত অধিক দ্রুতভাৱে ই সংক্ৰমণ বিয়পিব পাৰে বুলি বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছে । সেয়েহে পূৰ্বতকৈ সাৱধান আৰু সতৰ্কতাৰে থাকিবলৈ কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মন কৰিবলগীয়া যে দেশৰ ভিতৰতে ক’ভিড-১৯এ প্ৰৱেশ কৰিব পৰা নাই মিজোৰামত। একমাত্ৰ ৰাজ্যখনতে এতিয়ালৈ কোনো ক’ভিড ৰোগী নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19indiaINDIA FIGHTS CORONA
publisher

publisher

Related Posts

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d