Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধই কৰ’নাক নিঃশেষ নকৰেঃ এইমছৰ সঞ্চালক ড° ৰনদ্বীপ গুলেৰীয়া

publisher by publisher
June 7, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
তলাবন্ধই কৰ’নাক নিঃশেষ নকৰেঃ এইমছৰ সঞ্চালক ড° ৰনদ্বীপ গুলেৰীয়া
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কৰ’না ভাইৰাছৰ সন্দৰ্ভত এইমছৰ এক বিশেষ সাক্ষাৎকাৰত সঞ্চালক ড° ৰণদ্বীপ গুলাৰিয়াই কয় যে অনাগত দুমাহত কৰ’নাৰ সংক্ৰমণৰ গতি বৃদ্ধি পাব ৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধ সফল হ’লেও কিন্তু এই তলাবন্ধই কৰ’নাক নিঃশেষ কৰিব নোৱাৰে ৷ ইফালে কৰ’নাত সকলোতকৈ অধিক আক্ৰান্ত হোৱা তথা হটস্পট ৰূপে চিহ্নিত হোৱা দিল্লী আৰু মুম্বাইৰ বিষয়ে উল্লেখ কৰি ড° গুলেৰীয়াই কয় যে দিল্লীত চাৰিজনৰ ভিতৰত এজন সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈছে ।

ADVERTISEMENT

গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন ৷ ইফালে তলাবন্ধৰ সন্দৰ্ভত গুলেৰীয়াই কয় যে তলাবন্ধ সফল হৈছে যদিও ই কৰ’নাক নিঃশেষ কৰিব নোৱাৰে ৷লগতে জনসাধাৰণে গুৰুত্ব সহকাৰে তলাবন্ধ মানি চলা নাই ৷ আনহাতে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধৰ কাৰণে আমাৰ দেশৰ অৰ্থনৈতিক স্থিতি সম্পূৰ্ণৰূপে শোচনীয় পৰ্যায়লৈ গতি কৰিছে ৷

ইপিনে, স্বাস্থ্য বিভাগে কৰ’নাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণে সাজু হৈছে এই প্ৰশ্নৰ উত্তৰত গুলেৰীয়াই কয় যে যিসমূহ লোকৰ অতি সাধাৰণ লক্ষণ দেখা যায় তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ প্ৰয়োজন নাই । আমাৰ অভিজ্ঞতা অনুসৰি যিসমূহ লোকৰ শৰীৰত সাধাৰণ লক্ষণ দেখা যায় তেওঁলোকে ঘৰতেই সুস্থ হ’ব পাৰে। লগতে ভি আই পি ৰোগীসমূহক উচ্চ পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰাৰ অভিযোগক খণ্ডন কৰে ড° গুলেৰীয়াই। তেওঁ কয় আমাৰ কাৰণে সকলো ৰোগী একেই । সম্প্ৰতি আমাৰ ইয়াত ৮০০ লোক চিকিৎসাধীন হৈ আছে । লগতে বহিঃৰাজ্য বা বহিঃদেশৰ লোককো বিশেষভাৱে চোৱা চিতা কৰিব বুলি সদৰী কৰে গুলেৰীয়াই ৷ কাৰণ ভাৰতত আছে যেতিয়া তেওঁলোকৰ সকলো দায়িত্ব দেশৰ।

শেষত ইতিমধ্যে ক’ভিড-১৯ত আক্ৰান্ত হোৱা বৃহৎ সংখ্যক স্বাস্থ্য কৰ্মীৰ বিষয়ে উল্লেখ কৰি গুলেৰীয়াই কয় তেওঁলোকে ক’ভিড১৯ নথকা অঞ্চলসমূহত কাম কৰি আছিল ৷ স্বাস্থ্য কৰ্মীৰ লগতে আৰক্ষীৰো ক’ভিড-১৯ৰ লক্ষণ পোৱা গৈছে । গতিকে সাম্প্ৰতিক সময়ত কৰ’নাত আক্ৰান্ত হোৱালৈ লক্ষ্য কৰিলে আমি যে অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব, তাকেই প্ৰমাণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIIMSCovid-19indiaRandeep Guleria
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d