Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক কুচকাৱাজ বিজেপিৰ

publisher by publisher
June 23, 2020
in Assam, News
Reading Time: 1 min read
0
বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক কুচকাৱাজ বিজেপিৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

Guwahati:মিত্ৰতাত আবদ্ধ বিজেপি- বিপিএফ ! এনডিএত এন্টি হাগ্ৰামাৰ দল বিপিএফৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সুবিধাজনক ৰাজনৈতিক সংগীৰ সন্ধান আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে ৷ ইয়াৰ পৰা পৃথক নহয় শাসকীয় বিজেপিও ৷ দলে এইবাৰ ৰাজ্য চৰকাৰৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ লগত সম্পৰ্ক ছেদ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । ইয়াৰ বিপৰীতে বড়োভূমিৰ শেহতীয়া শান্তি চুক্তি (বি টি আৰ)ৰ পাচত বি টি এ ডিত বি এফৰ বিৰোধী ইউ পি পি এলৰ স’তেও শাসকীয় বিজেপিৰ এক নিবিড় সম্পৰ্ক স্থাপন হৈছে আৰু ই পৰৱৰ্তী সময়ত অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে ৷

ADVERTISEMENT

দিছপুৰৰ সূত্ৰত প্ৰকাশ যে বি পি এফৰ অভ্যন্তৰত সম্প্ৰতি সংঘাতে দেখা দিছে । ইতিমধ্যে দলৰ তামুলপুৰৰ বিধায়ক তথা জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীয়ে বি পি এফ ত্যাগ কৰিছে ৷ মুচাহাৰী বি পি এফৰ এজন অনুগত সৈনিক হিচাপে পৰিচিত আছিল যদিও নেতৃত্বৰ কিছুমান খাম খেয়ালিৰ বাবে তেওঁ অতিষ্ঠ হৈ দল ত্যাগ কৰে ৷ ইতিমধ্যে তেওঁক ৰাজহুৱাকৈ নেতৃত্বৰ স’তে হোৱা সংঘাত ব্যক্ত কৰে । দলৰ আন এজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন ব্ৰহ্মই ইউ পি পি এলত যোগ দিছে ৷ তদুপৰি বি পি এফৰ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই দল ত্যাগ কৰি বিজেপিত যোগ দিব বুলি সৰৱ চৰ্চা অব্যাহত আছে ৷

সূত্ৰত প্ৰকাশ যে বি পি এফৰ স’তে মিত্ৰতা অব্যাহত ৰখাৰ ক্ষেত্ৰত সম্প্ৰতি আগ্ৰহী নহয় বিজেপি ৷ বড়োভূমিত নিজাববীয়াকৈ খোপনি পুতিবলৈ কৌশল লৈছে বিজেপিয়ে ৷ সমান্তৰালভাৱে বিপিএফক বিদায় দিব পৰাকৈ পৰিবেশ গঢ়ি তুলিবলৈ সকলো দিশৰে পৰা বিজেপিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে । আগন্তুক বি টি চিৰ পৰিষদীয় নিৰ্বাচনতে দুই দলৰ মধুচন্দ্ৰিকাৰ অন্ত পৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰত প্ৰকাশ । তাৰে ইংগিত দি বিজেপিয়ে স্পষ্ট কৰি যে বি টি এ ডিৰ নতুন পৰিষদ গঠনত তেওঁলোক অংশীদাৰ হোৱাটো নিশ্চিত ৷

তেনে ক্ষেত্ৰত নিৰ্বাচনী ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতাৰ ছবিখন ৷ অৰ্থাৎ এইবাৰ বিজেপিৰ বাবে বি টি এ ডিত বি পি এফক একমাত্ৰ পচন্দ হৈ নাথাকে ৷ বিভিন্ন কাৰণত বি পি এফেও বড়োভূমিত তেওঁলোকৰ একচ্ছত্ৰী প্ৰভাৱ অটুট ৰাখিবলৈ সক্ষম হোৱা নাই বুলি সূত্ৰত প্ৰকাশ ৷ সেয়েহে পূৰ্বৰ ধাৰণা সলনি বি পি পি এফৰ পৰিৱৰ্তে বি টি এ ডিত আন কোনো বিকল্প দল বিজেপিৰ মিত্ৰ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFBTADBTR
publisher

publisher

Related Posts

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d