Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

    যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

    ৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

    Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশত ২৪ ঘণ্টাত সংক্ৰমিতৰ সংখ্যা ১৭ হেজাৰলৈ বৃদ্ধি

publisher by publisher
June 26, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দিনে দিনে দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই সংক্ৰমণ বৃদ্ধিত চিকিৎসকৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ মহলত উদ্বেগ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ১৭ হেজাৰ লোক অৰ্থাৎ ১৬,৯২২ জন নতুনকৈ আক্ৰান্ত হৈছে। এই পৰ্যন্ত এই সংখ্যা ২৪ ঘণ্টাত সংক্ৰমণৰ ক্ষেত্ৰত সৰ্বাধিক। ইয়াৰ পূৰ্বে এদিনত এই বৃহৎ সংখ্যক সংক্ৰমণ হোৱা নাছিল। আজি পৰ্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,৭৩,১০৫ জন। মৃত্যু হৈছে ১৪, ৮৯৪ জনৰ আৰু সুস্থ হৈছে ২,৭১,৬৯৬। দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৪২,৯০০ জন আক্ৰান্ত হৈছে। ৰাজ্যখনত মৃত্যু হৈছে ৬,৭৩৯ জনৰ।

ADVERTISEMENT

দিল্লীত এই পৰ্যন্ত ৭০,৩৯০ জন, তামিলনাডুত ৬৭,৪৬৮ , গুজৰাটত ২৯,৫৭৮ আৰু উত্তৰ প্ৰদেশত ১৯,৫৫৭ জন সংক্ৰমিত হৈছে। কৰ’নাত মৃতকৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত২৪ ঘণ্টাত ৪১৮ জনৰ মৃত্যু হৈছে। অৱশ্যে দেশত সুস্থ হৈ উঠাৰ সংখ্যা বৃদ্ধিয়ে স্বস্তি কঢ়িয়াইছে। কিয়নো সুস্থ হৈ উঠা ৰোগীতকৈ সক্রিয় ৰোগীৰ সংখ্যা কম। কৰ’না সংক্ৰমণৰ হিচাপত আন আক্ৰান্ত ৰাজ্যকেইখন হৈছে ৰাজস্থান(১৬,০০৯), পশ্চিমবঙ্গ(১৫,১৭৩), মধ্য প্ৰদেশ(১২,৫৯৫), হাৰিয়ানা(১২,০১০), অন্ধ্ৰপ্ৰদেশ(১০,৩৩১), কৰ্ণাটক(১০,৫৬০), তেলেংগানা(১০,৪৪৪) আদি। ইপিনে, দিল্লীত এই পর্যন্ত মৃত্যু হৈছে ২,৩৬৫ জনৰ , তামিলনাডুত ৮৬৬ জনৰ, গুজৰাটত ১,৭৫৪ , উত্তৰ প্ৰদেশত ৫৯৬ জনৰ , পশ্চিম বংগত ৫৯১ জনৰ , মধ্য প্ৰদেশত ৫৪২ জনৰ মৃত্যু হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19INDIA FIGHTS CORONA
publisher

publisher

Related Posts

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

October 6, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

October 6, 2026
যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত
India

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d