Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰৰ উন্নয়ণৰ বিপৰীতে ৰাইজৰ সমূহীয়া প্ৰচেষ্টা

publisher by publisher
July 3, 2020
in Assam, News
Reading Time: 1 min read
0
চৰকাৰৰ উন্নয়ণৰ বিপৰীতে ৰাইজৰ সমূহীয়া প্ৰচেষ্টা
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

Deer found in Balipara:শোণিতপুৰৰ বালিপৰাত আঘাতপ্রাপ্ত ফুটুকী হৰিণ উদ্ধাৰ

Trucks loaded with smuggled timber seized:দোকানৰ সন্মুখত বাগৰি পৰিল চোৰাং কাঠভৰ্তি ট্ৰাক ,কথমপি ৰক্ষা দোকানৰ গৰাকী

 Two Teenagers Missing in Gabharu River :গাভৰু নৈত সন্ধানহীন দুই কিশোৰ

ৰাইজে নখ জোকাৰিলে নৈ বয় যায় সেই কথাষাৰ পুনৰবাৰ প্ৰতিপন্ন কৰিলে শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি গাঁৱৰ ৰাইজে।পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ উন্নয়ণৰ বিপৰীতে ৰাইজে গাঁঠিৰ ধন ভাঙি আৰু শ্ৰমদানৰে নিৰ্মাণ কৰা এখন বাঁহৰ দলং অৱশেষত সম্পূৰ্ণ হৈ উঠিল। দলংখনৰ শুভ উদ্বোধন কৰিলে ৰাইজে।

ADVERTISEMENT

ৰাইজে বিগত প্ৰায় তিনি মাহ ধৰি ননকে বেলশিৰি গাঁৱৰ ৰাইজে বেলশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা ১৪৬ ফুট দৈৰ্ঘ্য আৰু ৮ বহল দলংখন মাংগলিক অনুষ্ঠান মাজেৰে শুভ উদ্বোধন কৰে সমাজ সেৱক শৈলেন্দ্ৰ নাৰ্জাৰীয়ে। ৰাইজে ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি প্ৰায় ৭৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বাঁহৰ দলংখনৰ দুয়োমূৰে কলগছ পুতি, ধূপ-ধূনা, চাকি-বন্তি জ্বলাই, নৈবদ্য আগবঢ়াই আয়তিৰ উৰুলী ধ্বনিৰ মাজেৰে দলংখন যাতায়তৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি হোৱাৰ পিছতেই বৃহত্তৰ অঞ্চলৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাই।উল্লেখ্য দেশে স্বাধীনতা লাভ কৰা প্ৰায় ৭২ বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত উপযোগী হোৱাকৈ বেলশিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ নোহোৱাত প্ৰায় ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যমৰ -যাতনা ভোগ কৰি আহিছিল।

ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অজিত তালুকদাৰ, সমাজ কৰ্মী ভিক্টৰ নাৰ্জাৰী আৰু শিৱ কিষাণৰ নেতৃত্বত নিৰ্মাণ হোৱা দলংখনৰ পৰা ৰাইজে যাতায়তৰ ক্ষেত্ৰত আজিৰে উপকৃত হ’ব সেয়া নিশ্চিত হৈ পৰিছে। বিশেষকৈ অঞ্চলটোত দুৰ্ঘটনা প্ৰতিৰোধ হ’ব আৰু বহু লোকৰ প্ৰাণ ৰক্ষা পৰিব। উল্লেখ্য যে ৰাইজে যি ঠাইত বাঁহৰ দলংখন নিৰ্মাণ কৰিছ তাৰ নিচেই কাষতে এখন ৰেলৱে বিভাগৰ লোহাৰ দলং আছে। বিভাগটোৱে বেলশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা ২৭৫ নম্বৰৰ দলংখনৰ ওপৰেদি ৰাইজে বছৰ পাছত বছৰ ধৰি মৰণক শৰণ কৰি অহা-যোৱা কৰি আহিছিল।

ৰঙিয়া-ৰঙাপৰা সংযোগী ব্ৰডগজ ৰেলপথচোৱাৰ নদীখনৰ ওপৰত থকা দলংখনৰ ওপৰেদি ৰাইজে যাতায়তৰ কৰাৰ সময়ত দ্ৰুতগতি অহা ৰেলৰ খুন্দাত এতিয়ালৈকে ১৫ জনৰ অধিক লোকৰ মৃত্যু ঘটিছে। যোগাযোগৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা নথকাত উপায় বিহীন হৈ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে মৰণক শৰণ কৰি ৰেলেৱে দলংখনৰ ওপৰেদি অহা-যোৱা কৰি আহিছিল।

ননকে বেলশিৰি গাঁৱৰ ৰাইজে বাঁহৰ দলংখন নিৰ্মাণ কৰাত পৰ্যাপ্ত ভাৱে এটি জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। কিন্তু ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়া যি কি নহওক ৰাইজে নিৰ্মাণ কৰা দলংখন শুভ উদ্বোধনৰ প্ৰাকক্ষণত এক উখল-মাখল পৰিবেশ বিৰাজ কৰে। দলংখন চাবলৈ অঞ্চলটোৰ আৱাল-বৃদ্ধা-বনিতা ভিৰ কৰি তোলা পৰিলক্ষিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovernmentSonitpur
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d