Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

ডান্সিং কুইন সৰোজ খান গ’লগৈ,মই ভাগি পৰিছোঃমাধুৰী দিক্ষীত

publisher by publisher
July 3, 2020
in Entertainment, India, News
Reading Time: 1 min read
0
ডান্সিং কুইন সৰোজ খান গ’লগৈ,মই ভাগি পৰিছোঃমাধুৰী দিক্ষীত
2
SHARES
23
VIEWS
ShareShareShareShare

শুক্ৰবাৰে নিশা ৭১ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বলীউডৰ ডান্সিং কুইন সৰোজ খানৰ মৃত্যু হয়। বিগত কিছুদিনৰ পৰা স্বাস্থ্যৰ অৱনতি হৈ আহিছিল সৰোজ খানৰ ৷ বলীউডৰ ডান্সিং কুইন সৰোজ খানৰ মৃত্যুত ভাগি পৰিছে সমগ্ৰ বলীউড। সকলোৱে কৈছে এইয়া বলীউডৰ কাৰণে অপুৰণীয় ক্ষতি ৷ বিগ বি অমিতাভ বচ্চনে টুইটাৰ যোগে প্ৰকাশ কৰে ” হাত যোৰ কৰি প্ৰাৰ্থনা,মন অশান্ত”।

ADVERTISEMENT

0639b858 8eaf 4e8a 9e3c 772c65e714fb

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

আনহাতে অনুপম খেৰে টুইটাৰ যোগে প্ৰকাশ কৰে ” নৃত্যৰ মল্লিকা,সৰোজ খানক শেষ বিদায় ৷বলীউডৰ কলা কুশলীসকলৰ ওপৰিও সমগ্ৰ দেশক শিকাইছিল যে নৃত্য শৰীৰেৰে নহয়,হৃদয় আৰু আত্মাৰ দ্বাৰা কৰা হয় ।আপোনাৰ বিদায়ে নৃত্যৰ এটা যুগৰ অৱসান ঘটালে । মই ব্যক্তিগতভাৱে আপোনাৰ সৰু সৰু গালিকো বহুত স্মৰণ কৰিম”৷

9f62396d 2df7 48df 856d 9dbcdd1b895d

ইফালে বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিত টুইটাৰত এখন ফ’টো আপলোড কৰি লিখিছে যে “মোৰ গুৰু আৰু বন্ধু সৰোজ খানৰ মৃত্যুত ভাগি পৰিছো ।মোক সকলো ক্ষমতা নৃত্যৰ মাজেৰে উলিয়াই অনাৰ কাৰণে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম। বিশ্বৰ এগৰাকী প্ৰতিভাশালী মহিলাক আমি হেৰুৱালো। মই আপোনাক স্মৰণ কৰিম। তেওঁৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা৷”

pjimage 6 1593735800

উল্লেখযোগ্য যে সৰোজ খানে তিনি বছৰ বয়সতে শিশু অভিনেত্ৰী হিছাপে বলীউডত প্ৰবেশ কৰিছিল ৷ ইয়াৰ পিছত ৫০ ৰ দশকত ব্ৰেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে কাম আৰম্ভ কৰে বলীউডত ৷আৰু ১৯৭৪ চনত “গীতা মেৰা নাম”শীৰ্ষক ছবিখনত সৰোজ খানে কৰিঅ’গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷”মাডাৰ অফ ডান্স” খ্যাত সৰোজ খানে তেওঁৰ কেৰিয়াৰত প্ৰায় ২ হেজাৰ গানত কৰিঅ’গ্ৰাফ কৰে। শেষ বাৰৰ কাৰণে সৰোজ খানে ২০১৯ চনত কলংক ছবিৰ “তবাহ হো গয়ে”ত মাধুৰী দিক্ষীতৰ লগত কৰিঅ’গ্ৰাফ কৰিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODEntertainment NewsMadhuri DixitSaroj Khan
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d