Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভগৱান ৰামৰ ইচ্ছা : ইকবাল আনচাৰীয়ে লাভ কৰে অযোধ্যাৰ ভূমি পূজন অনুষ্ঠানৰ প্ৰথম নিমন্ত্ৰণী পত্ৰ

publisher by publisher
August 3, 2020
in India, News
Reading Time: 1 min read
0
ভগৱান ৰামৰ ইচ্ছা : ইকবাল আনচাৰীয়ে লাভ কৰে অযোধ্যাৰ ভূমি পূজন অনুষ্ঠানৰ প্ৰথম নিমন্ত্ৰণী পত্ৰ
4
SHARES
36
VIEWS
ShareShareShareShare

অযোধ্যাৰ পৰিৱেশ এতিয়া উৎসৱমুখৰ । তাৰ মাজতে ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানৰ প্ৰথম নিমন্ত্ৰণী পত্ৰ লাভ কৰে অযোধ্যা ভূমি বিবাদ ঘটনাৰ মোকৰ্দমাৰ লগত জড়িত ইকবাল আনচাৰীয়ে । অনুষ্ঠানৰ প্ৰথমখন নিমন্ত্ৰণী পত্ৰ পোৱাৰ পিছত আনচাৰীয়ে কয় যে, ‘এইয়া ভগৱান ৰামৰে ইচ্ছা, যাতে মই প্ৰথম নিমন্ত্ৰণ পাওঁ । মই এইটো স্বীকাৰ কৰিছো । মন্দিৰৰ ভূমি পূজনৰ অনুষ্ঠানৰ বাবে সকলো যা-যোগাৰ কৰা হৈছে আৰু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।’

ADVERTISEMENT

তেওঁ লগতে কয় যে, যেতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব তেতিয়া অযোধ্যাৰ ভাগ্যই সলনি হ’ব । অযোধ্যাৰ পৰিৱেশ আৰু অধিক সুন্দৰ হৈ পৰিব। এইয়া ভগৱানৰ ভূমি হয় আৰু ইয়াত ৰাম মন্দিৰ স্থাপন হোৱাৰ বাবে মই সুখী। আনচাৰীয়ে প্ৰকাশ কৰা মতে, তেওঁ আগতেই কৈছিল যে যদি অযোধ্যাত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তেওঁক যদি নিমন্ত্ৰণ কৰে তেওঁ নিশ্চিতভাৱে তাত উপস্থিত থাকিব ।

RelatedPosts

উপাৰ্জনৰ তৃতীয় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ, তালিকাত শীৰ্ষত কোন মন্দিৰ?

ৰামমন্দিৰত ধ্বজা উত্তোলন প্রধানমন্ত্রীৰ

দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

উল্লেখ্য যে, অহা ৫ আগষ্টত বহু প্রত্যাশিত ৰামমন্দিৰৰ ভূমি পূজনৰ লগতে শিলান্যাস স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কৰ’না পৰিস্থিতিৰ বাবে বহু কম সংখ্যক লোকক ভূমি পূজন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে যদিও কে’বাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মন্ত্ৰী আৰু আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AyodhyaIqbal AnsariRam Mandir
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d