Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

    পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

    পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন তথ্য ফাদিল

publisher by publisher
August 10, 2020
in Entertainment, News
Reading Time: 1 min read
0
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন তথ্য ফাদিল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

মানুহ চাই চাইহে গ্ৰেপ্তাৰ কৰা হৈছে নেকি? প্রশ্ন আদালতত

APW Case Field:মীন বিভাগত সংঘটিত বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ইডিত গোচৰ ৰজু এপিডব্লিউৰ

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ কিছুদিন পূৰ্বে অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগত হৈছিল বিবাদ ।আৰু এই বিবাদে মাৰপিটৰ ৰূপ লৈছিল ৷ এই তথ্য সদৰী কৰিছে মুম্বাইৰ পুলিচৰ এক বিশেষ সূত্ৰই। সূত্ৰটোৱে সদৰী কৰা অনুসৰি দুয়োজনৰ পৰিয়ালক লৈ হোৱা এই বিবাদৰ পিছত ৰিয়াই সুশান্তৰ ঘৰ এৰি গুচি গৈছিল। আৰু অভিনেতাজনৰ নম্বৰো ব্লক কৰিছিল । আনহাতে কিছুদিন পূৰ্বে মুম্বাইৰ এজন আৰক্ষী অধীক্ষকে ৰিয়া আৰু সুশান্তৰ সম্পৰ্কক লৈ মন্তব্য কৰিছিল যে ৮ জুনত ৰিয়াই সুশান্তৰ ঘৰ এৰি গুচি গৈছিল ৷কাৰণ ৰিয়াই নিজেই হতাশাৰ সন্মুখীন হৈছিল। ৰিয়াৰ মানসিক স্থিতি সুস্থিৰ নাছিল।

ADVERTISEMENT

আৰক্ষী অধীক্ষকজনৰ মতে ৰিয়াৰ লগত হোৱা কথা বতৰাত প্ৰমাণ হৈছিল যে সুশান্তৰ লগত তেওঁৰ সম্পৰ্ক ভাল নাছিল। ৰিয়াই আৰক্ষীক সুশান্তৰ মানসিক অসুখৰ কথা কোৱাৰ লগতে চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনো দেখুৱাইছিল ৷ইফালে বিগত সময়ত সুশান্ত সিং ৰাজপুতৰ ফোন ক’লৰ তালিকাৰ মতে ৮ জুনৰ পৰা ১৪ জুনলৈ অৰ্থাৎ অভিনেতাজনে আত্মহত্যা কৰালৈকে এবাৰো ৰিয়াৰ লগত যোগাযোগ কৰা নাছিল ৷আনকি দুয়োজনৰ মাজত কোনো ধৰণৰ মেছেজতো মত বিনিময় হোৱা নাছিল।

১০ দিন পূৰ্বে বিহাৰ পুলিচৰ লগত সুশান্তৰ ভগ্নী মীতুয়ে সুশান্ত আৰু ৰিয়াৰ মাজত সততে হৈ থকা বিবাদৰ কথা সদৰী কৰিছিল। সুশান্তৰ ভগ্নী মীতুৰ মন্তব্য অনুসৰি ৮ জুনত ৰিয়াই তেওঁক ফোন কৰি কয় যে সুশান্তৰ লগত তেওঁৰ কাজিয়া হৈছে। ইয়াৰ পিছত ৰিয়া সুশান্তৰ ঘৰ এৰি গুচি যায় ।

ৰিয়াই যাবৰ সময়ত সুশান্তক কৈছিল যে তেওঁ আৰু কেতিয়াও ওভতি নাহে ।৮ জুনৰ পৰা মীতু সুশান্তৰ লগত থাকে যদিও ১২ জুনত নিজৰ ঘৰলৈ যায়গৈ সুশান্তৰ ভগ্নী মীতু ৷উল্লেখযোগ্য যে ১৪ জুনত সুশান্ত সিং ৰাজপুতে নিজৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে। কিন্তু ইয়াৰ পিছতো এবাৰলৈ ৰিয়া সুশান্তৰ ঘৰত উপস্থিত নহ’ল ।আনকি সুশান্তৰ পৰিয়ালৰ কোনো এজন সদস্য বা সুশান্তৰ ঘৰৰ কৰ্মচাৰীসকলকো সাক্ষাৎ নকৰিলে ৰিয়াই৷ অৱশ্যে পিছদিনা ৰিয়া সুশান্তক মৰণোত্তৰ পৰীক্ষা কৰোৱা কুপৰ চিকিৎসালয়লৈ যায় ৷

ৰিয়াৰ অধিবক্তা সতীশ মানশিন্দেৰ মতে ৰিয়াক সুশান্তৰ অন্তিম সৎকাৰত অংশ ল’বলৈ দিয়া নহ’ল। সতীশৰ মতে কৰ’না ভাইৰাছৰ কাৰণে কেৱল ২০ জন লোকহে অংশ লোৱাৰ কাৰণে তালিকাৰ পৰা ৰিয়াৰ নামটো আঁতৰাই দিয়া হ’ল। আনহাতে এক বিশেষ সূত্ৰৰ মতে সুশান্তৰ পৰিয়ালে পছন্দ নকৰে ৰিয়াক ।কিন্তু কাৰণ যিয়েই নহওক সুশান্তৰ সন্দৰ্ভত ফাদিল হোৱা নিত্য নতুন তথ্যই সকলোকে সচকিত কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODCBIEDRhea ChakrabortySushant Shing Rajput
publisher

publisher

Related Posts

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d