Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মহামাৰী কৰ’নাৰ আতংক : এই সময়ছোৱাত আপোনাৰ সন্তানৰ যত্ন ল’ব কেনেকৈ ?

publisher by publisher
September 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
মহামাৰী কৰ’নাৰ আতংক : এই সময়ছোৱাত আপোনাৰ সন্তানৰ যত্ন ল’ব কেনেকৈ ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বতে কৰ’নাই আতংকৰ সৃষ্টি কৰিছে আৰু বহু ক্ষেত্ৰক ই প্ৰভাৱিত কৰিছে । মহামাৰীয়ে তচনচ কৰি পেলোৱা দেশৰ অৰ্থনীতিকে ধৰি সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত বহু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। তলাবন্ধৰ প্ৰভাৱত আনুষ্ঠানিক শিক্ষাব্যৱস্থা বন্ধ হৈ থকাত বহু লোকচানৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল ।

ADVERTISEMENT

এই সময়ছোৱাত তেওঁলোকৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিদ্যালয় বন্ধৰ সময়ছোৱাত ঘৰতে থাকি কেনেদৰে সময় পাৰ কৰিব পাৰিব আৰু অভিভাৱকে কেনেদৰে সন্তানটিৰ যত্ন ল’ব তাৰ কিছু চমু আভাস তলত উল্লেখ কৰা হ’ল –
■ ঘৰৰ ভিতৰতে নতুন গতিশীলতা : কৰ’না মহামাৰীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ লগত অধিক সময় কটাবলৈ সুবিধা পাইছে। এই সময়ছোৱাত শিশুৰ আচৰণগত সমস্যাৰ প্ৰতি চকু ৰাখি তেঁওলোকক ধৈৰ্য্য আৰু মৰমেৰে বুজনি দিব লাগে।
■ আনুষ্ঠানিক শিক্ষাৰ বিকল্প : ঘৰত থাকি গ্ৰহণ কৰা অনলাইন শিক্ষা আৰু শ্ৰেণীকোঠাৰ শিক্ষাৰ মাজত বহু পাৰ্থক্য আছে। ঘৰত অনুকূল অধ্যয়নৰ বাবে থকা এক বিশেষ স্থানে কোনো এজন ছাত্ৰ বিচলিত হোৱাৰ পৰা মুক্ত হ’বলৈ আৰু তেওঁৰ ধ্যান অধ্যয়নত কেন্দ্ৰ কৰিবলৈ সহায় কৰে । অন্যহাতে এই সময়ছোৱাত চকুৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ যাতে অনলাইন ক্লাছ গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। ইয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে বুজি পাব লাগিব যে, অনলাইন শিক্ষা প্ৰদান কৰা বহু শিক্ষকৰ এই ক্ষেত্ৰত কোনো অভিজ্ঞতা নাই, গতিকে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক সহযোগিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
■ সামাজিক জীৱনৰ সীমাবদ্ধতা : সামাজিক দূৰত্বই সামাজিক বিচ্ছিন্নতাক নুবুজায়। বিদ্যালয় বন্ধ থাকিলেও তেওঁলোকক এটা স্বাস্থ্যকৰ সামাজিক জীৱন বৰ্তাই ৰখাটো জৰুৰী । সহপাঠী বা বন্ধুবৰ্গৰ স’তে সময় কটোৱাটো প্ৰয়োজনীয়। এই সময়ছোৱাত তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদিও বন্ধুবৰ্গৰ স’তে সময় কটাব পাৰে।
■ নিজৰ যত্নৰ ওপৰত অধিক গুৰুত্ব দি ব্যক্তিগত ৰুটিন প্ৰস্তুত কৰা : ঘৰত থকাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত ৰুটিনত গুৰুত্ব দিব লাগে। শোৱাৰ সময়কে ধৰি ব্যায়াম, খাদ্যৰ নিয়মীয়া তালিকা, অধ্যয়নৰ সময়, গৃহকার্য, জিৰণি আৰু ব্যক্তিগত কামৰ সময়ৰ এখন ৰুটিন প্রস্তুত কৰাটো আৱশ্যকীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19WORLD FIGHTS CORONA
publisher

publisher

Related Posts

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d