Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পুঁজিপতিৰ চান্দাৰে নহয়, ৰাইজৰ দান বৰঙনিৰে চলিব এজেপি ৷ বিজেপি মিথ্যাচাৰী, কংগ্ৰেছ ভ্ৰষ্টাচাৰী, এ আই ইউ ডি এফ সাম্প্ৰদায়িকঃ ৰাজু ফুকন

publisher by publisher
September 18, 2020
in Assam, Politics
Reading Time: 1 min read
0
পুঁজিপতিৰ চান্দাৰে নহয়, ৰাইজৰ দান বৰঙনিৰে চলিব এজেপি ৷ বিজেপি মিথ্যাচাৰী, কংগ্ৰেছ ভ্ৰষ্টাচাৰী, এ আই ইউ ডি এফ সাম্প্ৰদায়িকঃ ৰাজু ফুকন
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

“সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজনৈতিক দল গঠন হোৱা প্ৰক্ৰিয়াই গঁজালি মেলিছেহে, এতিয়াই যথেষ্ট প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । এটা কথা স্পষ্ট যে কাৰোবাৰ হৃদয়ত খোচ মৰাৰ বাবেহে এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ বিশ্বাস ৰাইজে এজেপিক আঁকোৱালি লব।” এই মন্তব্য নৱগঠিত অসম জাতীয় পৰিষদৰ আহ্বায়ক ৰাজু ফুকনৰ।

ADVERTISEMENT

অসম জাতীয় পৰিষদৰ আহ্বায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে সাম্ভাব্য সমষ্টি সৰুপথাৰ অভিমুখে অহাৰ সময়তে আজি পুৱা বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা, বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰাক্তন সতীৰ্থগৰাকীক বিদায় সম্ভাষণ জনোৱাৰ লগতে আগন্তুক ৰাজনৈতিক পৰিক্ৰমাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এজেপিৰ আহ্বায়ক ৰাজু ফুকনে মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থাত ২৭ টা দীঘলীয়া বৰ্ষৰ অভিজ্ঞতা তথা জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকোৱা ছাত্ৰ সন্থাৰ শিক্ষা অক্ষুণ্ণ ৰাখি সেই শিক্ষাৰে শিক্ষা গ্ৰহণ কৰি ভবিষ্যত দিনৰ ৰাজনৈতিক পথাৰখনত কাম কৰি যাবলৈ প্ৰচেষ্টা হাতত লোৱাৰ কথা কয়।

এক প্ৰত্যাহ্বানৰ সময়ত অসমৰ ৰাইজ, খিলঞ্জীয়া সত্বাই বিচৰা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন তথা চিন্তাক আগবঢ়াই নিবলৈ অসম জাতীয় পৰিষদক অসমৰ ৰাইজে আকোৱালি লোৱাৰ আশা ব্যক্তি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভতে জন্মগ্ৰহণ কৰা এটা দলক ভৱিষ্যতৰ দিনত নিজৰ মাতৃ-পিতৃৰ প্ৰতি তেওঁলোকে এক অশ্ৰদ্ধাশীল মনোভাৱ আৰম্ভ কৰিলে বুলি কৈ অসম গণ পৰিষদক তীব্ৰ সমালোচনা কৰে।

বিজেপিক মিথ্যাচাৰী আখ্যা দি তেখেতে কয় যে বিজেপিয়ে ১৬ মে’ৰ পিছত টালি টোপোলা লৈ অসমৰ পৰা বাংলাদেশী যাব লাগিব বুলি কোৱাৰ পিছত অসমৰ ৰাইজে শিল দৌল ভাঙি ভোট দি শাসনৰ গাদীত তেওঁলোকক বহোৱাৰ পিছত কি হ’ল ৰাইজে দেখিলে ।

অসমৰ ৰাইজে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিলে, কিন্তু তেখেতেও ইউটাৰ্ণ মাৰিলে। কংগ্ৰেছ হ’ল ভ্ৰষ্টাচাৰী দল, এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল, গতিকে এই দলসমূহক প্ৰত্যাহবান জনাবৰ বাবেই আঞ্চলিক দলসমূহ ঐক্যবদ্ধ হৈ অসম জাতীয় পৰিষদত সহযোগিতা কৰিবলৈ ফুকনে সংবাদমেলৰ যোগেদি আহ্বান জনায় ।

ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দলৰ লগত আলোচনাৰ মাধ্যমেৰে প্ৰয্যায়ক্ৰমে ৰাজনৈতিক কথাবোৰ আগবঢ়াই নিয়াৰ লগতে অসম জাতীয় পৰিষদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্ভুক্তৰ সম্পূৰ্ণ বিষয়টো এক আলোচনাৰ মাধ্যমেৰে আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হৈ যোগাত্মক দিশেৰে আগবাঢ়ি যোৱাৰো ইংগিত দিয়ে আহ্বায়ক গৰাকীয়ে।

অসম জাতীয় পৰিষদৰ গঠন তথা দলীয় চান্দা সংগ্ৰহৰ বিষয়কলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহ্বায়ক গৰাকীয়ে কয় যে অসম জাতীয় পৰিষদ ৰাইজৰ দল গতিকে দলীয় পুঁজিৰ বাবে ৰাইজেই দান বৰঙণি আগবঢ়াব । বিজেপিৰ দৰে পুঁজিপতিৰ আঙুলিত নচলায় ৷

তেখেতে এনেধৰণৰ বিভ্ৰান্তিকৰ তথা তুলুঙা মন্তব্য কৰি এজেপিৰ প্ৰতি থকা ৰাইজৰ মৰম, আশা, বিশ্বাসক ভাঙি দিব বিচাৰিছে, কিন্তু অসমীয়া ৰাইজ এইবাৰ ভাঙি নাজায়। এতিয়া অসমীয়া ৰাইজে তেখেতৰ কথাত গুৰুত্ব নিদি শক্তিশালী ৰূপত অসম জাতীয় পৰিষদৰ লগত থাকি আগবাঢ়ি যাব।

যিগৰাকী ব্যক্তিয়ে চান্দাৰ কথা কয় সেইজন ব্যক্তিয়ে চান্দা তুলিবলৈ গৈ পানবজাৰ থানাত কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল অসমৰ ৰাইজে জানে বুলি কোৱাৰ লগতে ২০২১ ত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালই থাকিব বুলি বিজেপিৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে কোৱাৰ পিছত তেখেতৰ মুখৰ ৰূপ বদলি হৈ গৈছে ।

তেখেতৰ আশা তথা সপোন আছিল এক নম্বৰৰ জাৰ্চি পিন্ধি প্ৰথম চকীখনত বহিব। কিন্তু এতিয়া তেখেতে কি ভূমিকা পালন কৰে সেয়া লক্ষ্যণীয় হ’ব। ৰাষ্ট্ৰীয় দলসমূহত থকা অসমীয়া আই মাতৃক ভাল পোৱা খিলঞ্জীয়া অসমীয়াই এজেপিৰ লগত যোগাযোগ কৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য দি ফুকনে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনক বিশ্বাসঘাতক আৰু প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজ বুলি আখ্যা দি কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসমীয়া জাতিটোৰ প্ৰতি, আই মাতৃৰ প্ৰতি প্ৰতাৰণা আৰু অৱহেলা কৰাৰ বাবে এইখন যুঁজ, গতিকে সন্মুখত কোন থাকিব সেইটো ডাঙৰ কথা নহয়। জাতিটোক বচাবৰ বাবে ৰাইজে আমাক আগবঢ়াই দিছে, আমাৰ দায়িত্ব আছে গতিকে ৰিক্স লৈছো ।

আনহাতে ডº সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাজনীতিৰ পথাৰলৈ অহাৰ আলোচনাৰ বিষয়ে জানিবলৈ দি তেখেতে কয় যে ৰাজনৈতিক বৃত্তৰ ভিতৰত প্ৰৱেশ নকৰাৰ তেখেতৰ স্থিৰ নীতিক পুনৰ বিবেচনা কৰি ভট্টাচাৰ্যই বেলেগ এটা পন্থাৰে ভৱিষ্যত দিনত অসমীয়া জাতিটোৰ হৈ নেতৃত্ব প্ৰদান কৰি জাতিটোক সেৱা কৰিবলৈ ফুকনে আহ্বান জনোৱাৰ লগতে অসমীয়া ৰাইজে তেখেতৰ সিদ্ধান্তলৈ আশাৰে বাট চাই আছে বুলিও মন্তব্য কৰে।

“ঘৰে ঘৰে আমি” শ্ল’গানেৰে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ কাষত থাকি অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক উত্তৰণৰ বাবে সামগ্ৰিকভাবে কাম কৰি যোৱাৰ লক্ষ্যৰে আগবাঢ়ি অহা বুলিও মত ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJPAssamRaju Phukan
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d