Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পামহিৰ পাছত ছয়মাইলৰ বজাৰত গুণ্ডাৰাজ:ৰছিদ বিহীনভাৱে দৈনিক দুশটকাকৈ সংগ্রহ গুণ্ডাকৰ

publisher by publisher
September 21, 2020
in Assam, News
Reading Time: 1 min read
0
পামহিৰ পাছত ছয়মাইলৰ বজাৰত গুণ্ডাৰাজ:ৰছিদ বিহীনভাৱে দৈনিক দুশটকাকৈ সংগ্রহ গুণ্ডাকৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

গৃহ বিভাগৰ ব্যর্থতা উদঙাই ৰাজ্যত অবৈধ ছিণ্ডিকেট, ধনদাবী, বলপূর্বক ধন সংগ্ৰহৰ মাত্রা তুংগত উঠিছে । শেহতীয়াকৈ মহানগৰীৰ পামহিত থকা পাচলিৰ বজাৰত ছিণ্ডিকেট চক্ৰৰ তাণ্ডৱ তুংগত উঠাৰ সমান্তৰালকৈ ছয়মাইলৰ বজাৰত গুণ্ডাকৰ সংগ্ৰহকাৰীৰ অতপালি প্রশাসনৰ চকুৰ আগতে অব্যাহত আছে। তাৰ প্রতিবাদত আজিৰ পৰা বন্ধ ৰখা হৈছে অঞ্চলটোৰ উৰণীয়া সেতুৰ তলৰ বৈধ বজাৰখন ।

ADVERTISEMENT

স্থানীয় ব্যৱসায়ী সন্থাই এই বন্ধৰ আহ্বান জনাইছে। কে’বাজনাে ব্যৱসায়ীয়ে আজি ক্ষোভেৰে ‘দৈনিক অগ্রদূত’ক কয় যে তেনে অতপালিৰ বিৰুদ্ধে তেওঁলােকে কে’বাবাৰাে গুৱাহাটী পৌৰ নিগম (জি এম চি) কর্তৃপক্ষৰ দ্বাৰস্থ হৈছে। কিন্তু পৌৰ নিগমৰ পৰা তেওঁলােকে ন্যূনতম সহাঁৰি লাভ কৰা নাই। ধন সংগ্রহকাৰীৰ ভয়-ভাবুকিত আনকি বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে অন্য স্থানলৈ ব্যৱসায় স্থানান্তৰৰ চিন্তা কৰিবলৈ বাধ্য হৈছে।

চূড়ান্ত পর্যায় পােৱা এই পৰিস্থিতিৰ সন্দৰ্ভত বজাৰখনৰ পাচলি ব্যৱসায়ী ৰাজীৱ ডেকাই কয় যে পৌৰ নিগমে বজাৰখনৰ প্রতিজন ব্যৱসায়ীৰ পৰা দৈনিক ৫০ টকাকৈ ৰছিদৰ বিনিময়ত মাছুল লৈছিল। তাক লৈ তেওঁলােকে আপত্তি কৰা নাছিল। কিন্তু শেহতীয়াকৈ জি এম চিৰ আয়ুক্ত আৰু একাংশ শীর্ষ বিষয়াৰ তৎপৰতাত বজাৰখন লেচীক দিয়া হয়। ইয়াৰ পাছতে যােৱা ১৯ আগষ্টৰ পৰা লেচীয়ে ব্যৱসায়ীসকলৰ পৰা দৈনিক দুশ টকাকৈ আদায় কৰি আহিছে । ডেকাই কয়, ‘বজাৰখন লীজত দিয়া বুলি কৈছে যদিও তাৰ কোনাে তথ্য লেচী বুলি দাবী কৰাসকলে আজিলৈকে আমাক দেখুৱাব পৰা নাই ।

নিয়ম মতে, লীজত ল’লে লেচীয়ে বজাৰত তাৰ তথ্য সন্নিৱিষ্ট কৰি চাইনব’র্ড লগাব লাগে। আমি সেই দাবী সদায় কৰি আহিছাে। কিন্তু তেওঁলােকে সেয়াও কৰা নাই। আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ পৰা দৈনিক দুশ টকাকৈ আদায় কৰে যদিও তাৰ বিনিময়ত কোনাে ৰছিদ নিদিয়ে। ইয়াৰ মানে কি? ব্যৱসায়ীসকলৰ সেই প্রশ্নৰ উত্তৰ আজিলৈকে দিব পৰা নাই।

নিয়মৰ ভিতৰত বিচাৰিলে আমি দৈনিক ৮০-৯০ টকালৈকে দিবলৈ সাজু আছাে। কিন্তু ৰছিদো নিদিয়ে আৰু অভাৱনীয়ভাৱে দুশ টকাকৈ আদায় কৰে। আমাৰ আপত্তিক যিহেতু কর্তৃপক্ষই গুৰুত্ব দিয়া নাই তেনে ক্ষেত্ৰত বাধ্য হৈ আমি আজিৰ পৰা বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছাে। উল্লেখ্য এই বজাৰখন প্রথমতে ছয়মাইল-ভি আই পি পথত আছিল। সেই সময়ত আৰক্ষীয়ে সঘনে বজাৰখন উচ্ছেদ কৰিছিল।

অৱশেষত পূর্বৰ চৰকাৰৰ কাৰ্যকালত উৰণীয়া সেতুখনৰ তলৰ অংশটোক ‘ভেণ্ডৰ জ’ন’ ৰূপে ঘােষণা কৰি তাতেই বজাৰখন সংস্থাপিত কৰা হয়। পাচলি আৰু মাছ-মাংস বিশেষভাৱে উপলব্ধ বজাৰখনত থকা ব্যৱসায়ীৰ সংখ্যা হ’ল কমেও এশজন। ৰাজীৱ ডেকাই লগতে কয় যে বজাৰখনৰ সকলাে ক্ষুদ্র ব্যৱসায়ী ।

তথাপিও বৈধ আৰু উপযুক্ত পৰিমাণৰ মাছুল দিবলৈ সকলাে সাজু। কিন্তু তাৰ বিপৰীতহে হােৱাত কোনাে ব্যৱসায়ী ইমান মাছুল দিবলৈ সাজু নহয়। লগতে দৈনিক সিমান পৰিমাণৰ মাছুল আদায়ৰ সক্ষমতা অধিকাংশ ব্যৱসায়ীৰে নাই। তেওঁ লগতে কয় যে জাৱৰ-জোঁথৰ নিষ্কাষণ আৰু নৈশ চকীদাৰৰ বাবদ সকলাে ব্যৱসায়ীয়ে ধন ব্যয় কৰি আহিছে । তাত তেওঁলােকে আপত্তি কৰা নাই। তাৰ ওপৰত ৰছিদ নােহােৱাকৈ দৈনিক দুশ টকা দিবলৈ কোনেও প্রস্তুত নহয়। কাৰণ ব্যৱসায়ী সকলে মূল্যও ইচ্ছানুসাৰী বৃদ্ধি কৰিব নােৱাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d