Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পাত্ৰ বিচাৰি কাকতত লোভনীয় বিজ্ঞাপন দি লুটিলে ৩০ কোটি

publisher by publisher
September 22, 2020
in News
Reading Time: 1 min read
0
পাত্ৰ বিচাৰি কাকতত লোভনীয় বিজ্ঞাপন দি লুটিলে ৩০ কোটি
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

কানাডাৰ নাগৰিক বিবাহ বিচ্ছেদিতা তথা সন্তানহীন মহিলাৰ বাবে পাত্র লাগে । সংবাদ পত্ৰত দিয়া এনে বিজ্ঞাপনত পাত্ৰীৰ বৰ্ণনাও উল্লেখ থাকে, ‘বয়স ৩৭ বছৰ । দৈর্ঘ পাঁচ ফুট তিনি ইঞ্চি। সন্তানহীন আৰু বিবাহ বিচ্ছেদিতা  । কানাডাৰ নাগৰিক আৰু তাৰ প্রতিষ্ঠিত ব্যৱসায়ী । সর্বোপৰি নামাজি।”

ADVERTISEMENT

এনে লােভনীয় বিজ্ঞাপন দেখি যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধ পর্যন্ত অনেকেই বিজ্ঞাপনদাতাৰ ফোন নম্বৰলৈ ফোন কৰে। কিয়নাে বিবাহসূত্রে কানাডাত উপস্থিত হ’ব পাৰিব আৰু অধিকাৰী হ’ব প্রচুৰ সম্পত্তিৰ।

বিগত ১০ বছৰ ধৰি এইদৰে প্ৰতাৰণাৰ জাল মেলি দিয়েই কমেও ৩০ কোটি টকা কুক্ষিগত কৰিছিল বাংলাদেশৰ ছাদিয়া জান্নাত ওৰফে জান্নাতুল ফেৰদৌছ (৩৮) নামৰ মহিলাগৰাকীয়ে । সুদীর্ঘ এটা দশক এইদৰে বিভিন্ন জনক প্রবঞ্চনা কৰাৰ পাছত প্ৰতাৰক মহিলাগৰাকী আৰক্ষীৰ জালত পৰিছে । চলিত সপ্তাহতে ঢাকাৰ বনানী ছুপাৰ মার্কেট অঞ্চলৰ পৰা চিআইডিয়ে জান্নাতুলক গ্রেপ্তাৰ কৰে ।

গ্রেপ্তাৰৰ সময়ত তেওঁৰ পৰা চিআইডিয়ে তিনিজন ভুক্তভােগীৰ পাছপ’র্ট, ১০টা ম’বাইল ফোন, সাতটা ছীল, অসংখ্য ব্যৱহৃত ছীম, টকা আত্মসাতৰ হিচাপৰ খাতা আৰু এটা বেচৰকাৰী বেংকত ৪৮ লাখ টকা জমা দিয়াৰ ৰছিদ জব্দ কৰে। চিআইডিৰ বিষয়াই জনােৱা মতে, জান্নাতুলৰ বিৰুদ্ধে ভুৱা বিদেশী পাত্রী সাজি প্ৰতাৰণাৰে টকা আত্মসাৎ কৰাৰ আঠটা অভিযােগ পােৱা গৈছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নােৱৰা এইগৰাকী মহিলাই শেহতীয়াকৈ এজন ৭০ বছৰীয়া ব্যৱসায়ীৰ পৰা এক কোটি ৮০ লাখ টকা আত্মসাৎ কৰিছিল। তেওঁৰ ঘৰ বৰিশালৰ মুলাদিত ইতিমধ্যে ঢাকা মহানগৰ দণ্ডাধীশৰ আদালতে জান্নাতুলাক সােধপােছৰ বাবে দুদিনৰ চিআইডিৰ জিম্মাত দিছে ।

ঢাকাৰ মালিবাগস্থিত চিআইডিৰ কাৰ্যালয়ত আয়ােজিত এক সংবাদমেলত অতিৰিক্ত আৰক্ষী উপ সঞ্চালক প্রধান শ্বেইখ ৰেজাউল হায়দাৰে কয়, ‘যােৱা ন জুলাইত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত দিয়া বিজ্ঞাপন প্রত্যক্ষ কৰি মহম্মদ নাজিমউদ্দিন নামৰ পুৰাণ ঢাকাৰ এজন ব্যৱসায়ীয়ে জান্নাতুলৰ স’তে যােগাযােগ কৰে ।

ঠিক হয় যে বিয়াৰ পাছত জান্নাতুলে তেওঁক কানাডালৈ লৈ যাব আৰু তাতে তেওঁ মহিলাগৰাকীৰ দুশ কোটি টকীয়া ব্যৱসায় চোৱা-চিতা কৰিব। পৰৱৰ্তী সময়ত জান্নাতুলে ব্যৱসায়ীজনক কয় যে কানাডাত প্ৰচুৰ ঠাণ্ডা, সেয়ে তাৰ পৰা দুশ কোটি টকা দেশলৈ ঘূৰাই আনিব। কুৰিয়াৰৰ মাধ্যমেৰে সেই টকা ঘূৰাই অনাৰ বাবে জান্নাতুলে ভুক্তভােগীৰ পৰা কে’বাটাও পর্যায়ত এক কোটি ৭৯ লাখ ৫০ হেজাৰ টকা লােৱাৰ পাছত ম’বাইল বন্ধ কৰি দিয়ে ।

চিআইডিৰ বিষয়াজনে লগতে জনায় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ নহ’লেও জান্নাতুলে ইংৰাজীত সলসলীয়াকৈ কথা পাতিব পাৰিছিল। পােছাক আৰু কথা-বতৰাতাে আধুনিকতাৰ ছাপ থকাৰ বাবে মানুহে তেওঁক কানাডা প্রবাসী বুলি সহজে বিশ্বাস কৰি লৈছিল। ভুক্তভােগীসকলক গুলছান-বনানী অঞ্চলৰ দামী ৰেস্তোৰাঁলৈ আমন্ত্রণ জনায় জান্নাতুলে আইনজীৱী, দোভাষী আৰু দেহৰক্ষীসহ উপস্থিত হৈছিল ।

তেওঁৰ কাণ্ড-কাৰখানা দেখি ভুক্তভােগীৰ কোনাে সন্দেহনােহােৱাৰ বাবেই সহজে প্ৰতাৰণাৰ ফাত ভৰি দিছিল চিআইডিয়ে জনায় যে প্রথম স্বামীক তালাক দি দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হােৱাৰ পাছৰে পৰা মহিলাগৰাকীয়েএই দুষ্কার্য আৰম্ভ কৰে । বৰ্তমানৰ স্বামী এনামূল হাছান আৰু আন তিনিজন লােকো এই চক্ৰটোত জড়িত।ঢাকা আৰু সমীপৰ বিভিন্ন অঞ্চলত জান্নাতুলা আৰু এনামূলৰ এই পর্যন্ত ২০ কোটি টকা মূল্যৰ সম্পত্তিৰ তথ্য পােৱা গৈছে ।

চিআইডিৰ বিষয়া হাইদৰে লগতে কয়, জান্নাতুলৰ এখন হিচাপৰ খাতাত ২৫-৩০ কোটি টকাৰ হিচাপ পােৱা গৈছে। চাৰিটা বেংকত পােৱা গৈছে এক কোটি টকাৰ হিচাপ । আদালতৰ অনুমতি লৈ বেংক একাউন্টসমূহ ছীল কৰা হ’ব বুলি জানিবলৈ দি চিআইডিয়ে লগতে কয় যে অভিযুক্ত আন চাৰিজনকে গ্রেপ্তাৰৰ অভিযান অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHCIDFraud
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d