Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

NCBৰ পৰা চমন পোৱাৰ পাছতেই গোৱাৰ পৰা মুম্বাইলৈ ছাৰা আলী খান

publisher by publisher
September 24, 2020
in Entertainment, News
Reading Time: 1 min read
0
NCBৰ পৰা চমন পোৱাৰ পাছতেই গোৱাৰ পৰা মুম্বাইলৈ ছাৰা আলী খান
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Bibekraj Singh:Narcotics Control Bureau ৰ উপ-সঞ্চালক প্রধান পদত নিযুক্তি অসম আৰক্ষীৰ আইজিপি বিবেক ৰাজ সিং

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

মাদকদ্ৰব্যৰ লগত জড়িত হোৱাৰ অপৰাধত NCBয়ে চমন জাৰি কৰাৰ পাছতেই আজি মুম্বাইলৈ আহিবলৈ গোৱাৰ বিমানবন্দৰত দেখা গ’ল ছাৰা আলী খানক ৷ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান তেওঁৰ ছবিসমূহৰ লগতে ষ্টাইল, ড্ৰেচ, সম্পৰ্ক আদি বিভিন্ন ধৰণৰ প্ৰসংগত চৰ্চাত থাকে ।

ADVERTISEMENT

কিন্তু এইকেইদিন অভিনেত্ৰীগৰাকী চৰ্চাত আছে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহক লৈ ৷ কাৰণ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত জড়িত মাদকদ্ৰব্যৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তীয়ে লৈছে ছাৰা আলী খানৰ নাম ৷ ৰিয়াৰ মত অনুসৰি মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহত জড়িত আছে ছাৰা ।

ছাৰাৰ লগতে মাদকদ্ৰব্যৰ সেৱনৰ তালিকাত আছে শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং আৰু দীপিকা পাডুকনৰ ৷ ইতিমধ্যে অভিনেত্ৰীসকললৈ চমন জাৰি কৰিছে NCBয়ে ৷ ইপিনে ছাৰা আলী খানৰ কিছুমান ফ’টো ANIয়ে প্ৰকাশ কৰিছে ৷

ANI ছাৰাৰ দুখনমান ফ’টো শ্বেয়াৰ কৰি লিখে যে “ছাৰা আলী” খান গোৱাৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে । সুশান্ত সিং ৰাজপুতৰ লগত জড়িত মাদকদ্ৰব্য সেৱনৰ সন্দৰ্ভত ২৬ ছেপ্টেম্বৰত NCBয়ে সোধ পোচৰ কৰিব ছাৰাক ।”

উল্লেখযোগ্য যে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনৰ সন্দৰ্ভত সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক NCBয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে বলীউডৰ বহু ৰথী মহাৰথী নাম । NCBয়ে ২৪ ছেপ্টেম্বৰত ৰাকুল প্ৰীত সিং, সুশান্তৰ মেনেজাৰ শ্ৰুতি মোদীক সোধপোছ কৰিব ।

দীপিকা পাডুকন আৰু কৰিশ্মা প্ৰকাশক সোধপোছ কৰিব ২৫ ছেপ্টেম্বৰত, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক সোধপোছ কৰিব ২৬ ছেপ্টেম্বৰত ।আনহাতে আজি গোৱাৰ পৰা মুম্বাইলৈ অহা ছাৰাক কুলী নম্বাৰ ১ ছবিত দেখিবলৈ পোৱা যাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODNCBSara Ali KhanSushant Singh Rajput
publisher

publisher

Related Posts

ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া
India

September 11, 2026
নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d