Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

২০২৩লৈ বছৰি কমেও আঢ়ৈ কোটি মানুহৰ মৃত্যু হ’ব হৃদৰোগত : বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য

publisher by publisher
September 30, 2020
in Health, News
Reading Time: 1 min read
0
২০২৩লৈ বছৰি কমেও আঢ়ৈ কোটি মানুহৰ মৃত্যু হ’ব হৃদৰোগত : বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য
8
SHARES
80
VIEWS
ShareShareShareShare

মঙলবাৰে বিশ্বজুৰি পালন কৰা ‘আন্তর্জাতিক হৃদৰােগ দিৱস’ত হৃদযন্ত্ৰক মূল বিষয় হিচাপে লৈ সৰ্বসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে । শৰীৰৰ অন্যতম প্রধান অংগটো হৈছে হৃদযন্ত্ৰ । সম্প্রতি কৰ’না সংকটৰ সময়ত সকলােৱে শৰীৰৰ অন্যান্য ৰােগক অৱহেলা কৰিবলৈ লৈছে। ফলত ‘হার্ট এটেক’ৰ ঘটনাও ক্রমান্বয়ে বৃদ্ধি পাবলৈ লৈছে  ।

ADVERTISEMENT

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ দ্বাৰা চলােৱা সমীক্ষা অনুসৰি ২০৩০লৈ বিশ্বত বছৰি প্ৰায় আঢ়ৈ কোটি মানুহৰ হৃদৰােগত আক্ৰান্ত হৈ অকাল মৃত্যু হ’ব । এই ক্ষেত্ৰত অধিক হাৰত ভাৰতীয়সকলে। আক্রান্ত হােৱাৰ সম্ভাৱনাও ব্যক্ত কৰা হৈছে ‘লেঞ্চেট’ জাৰ্ণেলত প্রকাশিত গৱেষণাৰ তথ্য অনুসৰি ২০১৬ত ভাৰতত ২১ লাখ মানুহৰ হৃদৰােগত অাক্ৰান্ত হৈ মৃত্যু হৈছে।

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

হৃদৰােগৰ চিকিৎসা বিশেষজ্ঞ চিকিৎসকসকলৰ হাতৰ মুঠিত থকাৰ পাছতাে ইমান অধিক লােকৰ মৃত্যু হৈ আছে একমাত্র সঠিক সময়ত ৰােগীয়ে হাস্পতালত উপস্থিত হ’ব নােৱৰাৰ ফলতে । সমগ্র দেশতে সম্প্রতি হৃদৰােগীৰ সংখ্যা বৃদ্ধি পােৱাৰ অন্যতম কাৰণ হৈছে নিয়ন্ত্রণহীন মধুমেহ ৰােগ আৰু শৰীৰৰ অতিৰিক্ত ওজন। অৱশ্যে জীৱন যাত্ৰাৰ জটিলতাৰ বাবেও হৃদৰােগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে সমগ্র বিশ্বত।

মানুহক এই বিষয়ত সজাগ কৰি তুলিবলৈকে ‘ৱর্ল্ড হার্ট ফেডাৰেছন’ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ যৌথ উদ্যোগত ১৯৯৯ত ৱর্ল্ড হার্টডে’ পালনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ৱর্ল্ড হার্ট ফেডাৰেছনৰ তদানীন্তন সভাপতি এন্টনি বায়েচ ডি লুনাৰ উদ্যোগত প্রতি বছৰে ছেপ্টেম্বৰৰ শেষৰটো দেওবাৰে এই দিৱস পালন কৰিবলৈ লােৱা হয়। সেই অনুসৰি ২০০০ৰ ২৪ ছেপ্টেম্বৰত প্ৰথম ‘হার্ট ডে’ পালন কৰা হয়, কিন্তু ২০১২ৰ পৰা ২৯ ছেপ্টেম্বৰৰ দিনটো হার্ট ডে পালনৰ বাবে নির্দিষ্ট কৰা হয় ।

এই বছৰৰ হার্ট ডেৰ মূল বিষয় হৈছে ইউজ টু বিট’ অর্থাৎ হৃদ্যন্ত্রক স্পন্দিত হ’বলৈ দিয়ক। নিয়মীয়াকৈ খােজ কঢ়া আৰু দৌৰা তথা শৰীৰ চৰ্চা কৰি গলে হৃদস্পন্দন স্বাভাৱিক হৈ থাকিব। শৰীৰৰ ওজন সঠিক তথা মন মুকলি কৰি ৰাখিব পাৰিলে হৃদযন্ত্র ভাল হৈ থাকিব । হৃদযন্ত্র ভালে ৰাখিবলৈ সৰুৰে পৰা সজাগ হৈ থাকিব লাগিব । সৰুকালৰে পৰা মধুমেহ আৰু হৃদৰােগৰ সম্ভাৱনা বৃদ্ধি পাবলৈ লয় । পূর্বৰ দৰে সাম্প্রতিক সময়ত শিশুসকলে নিয়মীয়াকৈ খেলা-ধূলা কৰাৰ পৰিৱর্তে ঘৰতে বন্দী হৈ থাকে ।

একেদৰে খাদ্যাভ্যাসে যথেষ্ট পৰিৱৰ্তন হৈছে । অধিক কেলৰি আৰু কার্বহাইড্রেটৰ বাবে সৰুৰে পৰা শৰীৰৰ ওজন বৃদ্ধি পায় । ফলত ক’ব নােৱাৰাকৈয়ে শিশু সকলাে হৃদৰােগৰ কবলত পৰিবলৈ লৈছে । আনহাতে, ধূপানৰ পৰা দূৰতে থকা, নিমখ নিয়ন্ত্রিত হাৰত গ্ৰহণ কৰা, চেনি তথা মিঠাই পৰাপক্ষত নােখােৱাকৈ থকা, ফাষ্ট ফুড অথবা সংৰক্ষিত খাদ্যক বিদায় দি সপ্তাহত পাঁচ দিন অন্ততঃ আধা ঘণ্টাকৈ শৰীৰ চৰ্চাৰ দ্বাৰা হৃদৰােগক কিছু নিলগত ৰাখিব পাৰি ।

তদুপৰি সতেজ ফলমূল, নিয়ন্ত্রিত ৰূপত মাছ-মাংস, দৈনিক পর্যাপ্ত পৰিমাণৰ পানী খােৱা, প্রস্তুত খাদ্যত তেল কমকৈ ব্যৱহাৰ কৰা আদি বিষয়তাে সমানে গুৰুত্ব প্রদান কৰাটো প্রয়ােজনীয়। মুধমেহ আৰু উচ্চ ৰক্তচাপ হৃদযন্ত্রৰ প্ৰধান শত্রু ।

সেয়েহে প্রাথমিকভাৱে এই দুই ৰােগক নিয়ন্ত্রণত ৰখা অতিকৈ প্রয়ােজন। যি সকলৰ পৰিয়ালত কোনাে সদস্যৰ যদি প্রথমবাৰলৈ হার্ট এটেক হয় তেন্তে সমগ্ৰ পৰিয়ালটোৱেই এই ক্ষেত্ৰত অধিক সাৱধান হােৱাটো প্রয়ােজন । এনে পৰিয়ালৰ সদস্যসকলে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটোও অতিকৈ প্ৰয়ােজনীয় ।

বুকুত বিষ অথবা ‘গেছ’ৰ চাপ অনুভৱ কৰাসকলৰ বাবে ভৱিষ্যৎ অধিক ভয়াৱহ হ’ব পাৰে । এনে ক্ষেত্ৰত সামান্য অস্বস্তি অনুভৱ হ’লেই অৱহেলা কৰিব নালাগে । নহ’লে পৰৱৰ্তি সময়ত ফল অধিক ভয়াৱহ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heart AttackWHO
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d