Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ব্যক্তিগত খণ্ডলৈ বিদ্যুৎ বিতৰণ

publisher by publisher
October 3, 2020
in Assam, News
Reading Time: 1 min read
0
ব্যক্তিগত খণ্ডলৈ বিদ্যুৎ বিতৰণ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ লগতে অসসমৰো ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে চৰকাৰে ৷কে’বাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰৰ এনে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা কৰিছে ।ইয়াৰ পৰিপ্ৰেক্ষিতত উল্লেখিত বিধেয়কত সংশোধনৰ আশ্বাস দিছে চৰকাৰে,কিন্তু সেই আশ্বাস কাৰ্যকৰী কৰাৰ পূৰ্বেই ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি শেহতীয়াকৈ নিবিদা আহ্বান কৰা হৈছে ।এই ক্ষেত্ৰত দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত এই প্ৰক্ৰিয়া ৰূপায়ণৰ মূল আধাৰ কৰি লৈছে ৷অসম তেনে ৰাজ্যবোৰৰ ভিতৰত অন্যতম ৷অসম চৰকাৰে কোনো আপত্তি নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন দি সহযোগিতা আগবঢ়াইছে ৷ইয়াৰ পৰিপ্ৰেক্ষিতত অচিৰে অসম বিদ্যুত বিতৰণ কোম্পানী লিমিটেড ব্যক্তিগত খণ্ডৰ অধীনলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ নাম নিবিদা  আহ্বানৰ তালিকাৰ ২৭ নম্বৰত শক্তি মন্ত্ৰণালয়ে অন্তৰ্ভূক্ত কৰিছে ৷অসমৰ উপৰি কেন্দ্ৰৰ এই তৎপৰতাত বিশেষ সহযোগিতা কৰা আন এখন ৰাজ্য হ’ল উত্তৰ প্ৰদেশ ।ইয়াৰ বিপৰীতে কেন্দ্ৰীয় পদক্ষেপৰ বিৰোধিতা কৰা দুখন ৰাজ্য হ’ল কেৰালা আৰু পঞ্জাৱ। অসমে ব্যক্তিগতকৰণক সমৰ্থন জনোৱাৰ কাৰণ হিচাপে কেন্দ্ৰৰ ওচৰত দাখিল কৰা অন্যতম  যুক্তি হৈছে বিদ্যুৎ খণ্ডই সন্মুখীন হৈ অহা ধাৰাবাহিক লোকচান ।বিদ্যুত বিভাগটোক সংস্কাৰ কৰা সত্তেও অসমে আজিলৈকে লাভৰ মুখ দেখা নাই। তাৰেই গইনা লৈ অসম চৰকাৰে এই ব্যক্তিগতকৰণৰ সিদ্ধান্তক সমৰ্থন জনাইছে।
 উল্লেখযোগ্য যে বিদ্যুত আইন ২০০৩ ৰ সংশোধনৰ বাবে বিগত ২০১৩ ৰ তদানীন্তন ইউ পি এ চৰকাৰৰ দিনৰে পৰা চেষ্টা অব্যাহত আছে ।কিন্তু বিদ্যুত কৰ্মচাৰী আৰু গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদৰ বাবে ইউ পি এ আৰু এন ডি এ চৰকাৰ এই ক্ষেত্ৰত তিনিবাৰ ব্যৰ্থ হয় ৷কিন্তু এইবাৰ চৰকাৰ সম্পূৰ্ণ উঠি পৰি লাগিছে ৷কৰ’নাৰ মাজতে দেশত আহ্বান জনোৱা তলাবন্ধৰ মাজতো সেয়েহে চৰকাৰে এই সম্পৰ্কীয় কাম কাজ আগবঢ়াই নিছে ৷ব্যক্তিগতকৰণেই মূল লক্ষ্য ৷
কৰ’নাৰ মাজতে যোৱা ১৭ এপ্ৰিলত শক্তি মন্ত্ৰণালয়ে সংশোধিত আইনৰ খচৰা প্ৰকাশ কৰি মাত্ৰ ২১ দিনৰ ভিতৰত সংশ্লিষ্ট পক্ষবোৰৰ মতামত বিচাৰে৷পাছত অৱশ্যে মতামতদাতা আৰু বিভিন্ন সংগঠনৰ হেঁচাত পাঁচ জুনলৈ সময়সীমা বঢ়াই দিয়া হয় ।ৰাইজৰ তৰফৰ পৰাও চৰকাৰৰ প্ৰস্তাৱক ব্যাপকভাৱে বিৰোধ কৰা হয় ৷অথচ তেনে বিৰোধক গুৰুত্ব দিয়াতো বাদেই ,শেহতীয়াকৈ শক্তি মন্ত্ৰণালয়ে ব্যক্তিগত খণ্ডৰ পৰা নিবিদাহে বিচাৰিছে। ৰাজহুৱা মতামতৰ পাছত যোৱা তিনি জুলাইত বিষয়টোক লৈ মন্ত্ৰণালয়ে ৰাজ্যবোৰৰ শক্তিমন্ত্ৰী অথবা বিভাগীয় শীৰ্ষ প্ৰতিনিধিৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰায় ৷ইপিনে অসম চৰকাৰৰ তৰফৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াত অংশ লয় আৰু ব্যক্তিগতকৰণৰ সিদ্ধান্তটোত ৰাজ্য চৰকাৰৰ সমৰ্থন ব্যক্ত কৰে ।
ইপিনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে কোঅৰ্ডিনেছন কমিটি অৱ ইলেকট্ৰিচিটি এমপ্লইজ ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছে ৷সংগঠনটোৰ অসমৰ যুটীয়া আহ্বায়কৰ অন্যতম দীপক কুমাৰ সাহাই কয় যে শক্তি মন্ত্ৰণালয়ে বিদ্যুত বিতৰণ খণ্ডক ব্যক্তিগতকৰণৰ বাবে নিবিদাৰ খচৰা প্ৰস্তুত কৰাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকো ব্যক্তিগতকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰি জাননী জাৰি কৰিছে ৷সেয়েহে অহা পাঁচ অক্টোবৰত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো সকলো বিদ্যুৎ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLAssam Government
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d