Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুই কোটি টকা পর্যন্ত ঋণৰ সুতৰ ওপৰত সুত ৰেহাইত বিলম্বত ক্ষুণ্ণ ন্যায়ালয়

publisher by publisher
October 15, 2020
in India, News
Reading Time: 1 min read
0
৭০ হেজাৰ ঘোষিত বিদেশী অদৃশ্য হ’ল : ৰাজ্য চৰকাৰৰ শপতনামা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

কেন্দ্রীয় চৰকাৰে বিচৰা মতে দুই কোটি পর্যন্ত ঋণৰ সুতৰ ওপৰত সুত ৰেহাইত এমাহ অধিক সময় দিবলৈ অমান্তি হয় উচ্চতম ন্যায়ালয়। দেশৰ সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রক প্রশ্ন কৰে যে ইতিমধ্যে এই ক্ষেত্ৰত সিদ্ধান্ত গ্রহণৰ পাছত ইয়াৰ ৰূপায়ণৰ বাবে ইমান দীঘলীয়া সময় কিয় প্রয়ােজন হৈছে। কেন্দ্রই যুক্তি দর্শায় যে কেতবােৰ আনুষ্ঠানিকতাৰ বাবে সময়ৰ প্ৰয়ােজন হৈছে, কিন্তু আদালতে দুই নৱেম্বৰত নতুনকৈ চূড়ান্ত সময়সীমা ধার্য কৰে।

ADVERTISEMENT

তিনিজনীয়া বিচাৰপীঠৰ সদস্য ন্যায়াধীশ এম আৰ শ্বাহে কয়, সাধাৰণ মানুহৰ দেৱালী এতিয়া চৰকাৰৰ হাতত। আদালতে কয়, ‘সাধাৰণ মানুহ উদ্বিগ্ন হৈছে । আমি দুই কোটি পর্যন্ত ঋণ থকা মানুহক লৈ সচেতন। কৰনাৰ পৰিৱেশত তলাবন্ধৰ বাবে যিসকল লােকে ঋণ আদায় দিব পৰা নাই তেওঁলােকলৈ সকাহৰ পথ মুকলি কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক হেঁচা দি আহিছে। কেন্দ্রই ইতিমধ্যে কয় যে ঋণৰ সুতৰ ওপৰত সুত মকুব কৰিব চৰকাৰে। ইয়াৰ দ্বাৰা কেৱল ব্যক্তিগত ঋণ গ্রহণকাৰীয়েই নহয় বেংকসমূহেও সকাহ পাব।

চৰকাৰীপক্ষৰ অধিবক্তাই কয় যে ই এক বৃহৎ বােজা হ’ব। অৱশ্যে তেওঁলােকে এই পৰিমাণ উল্লেখ কৰা নাই বুলিও কয়। যােৱা মার্চত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ক’ভিড পৰিস্থিতিৰ বাবে ঋণৰ কিস্তি পৰিশােধ তিনিমাহলৈ স্থগিত ৰাখিছিল। এই মৰেট’ৰিয়ামৰ ম্যাদ ৩১ আগষ্টলৈ পৰৱর্তী পর্যায়ত বৃদ্ধি কৰা হৈছিল। ছেপ্টেম্বৰত এই সম্পর্কীয় গােচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰক ঋণগ্রস্তসকলক সকাহৰ বাবে এক পথ নির্ধাৰণ কৰিবলৈ নির্দেশ দিছিল।

আবেদনকাৰীসকলে ছমহীয়া মৰেট’ৰিয়ামৰ সময়ছােৱাত সুতৰ ওপৰত সুত ৰেহাই দিবলৈ আবেদন জনাইছিল । এই মর্মে  আশা কৰা হৈছিল যে চৰকাৰে ঋণ মকুবৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখৰ পথ স্পষ্ট কৰিব তথা ক’ভিড পৰিস্থিতিৰ স’তে সম্পর্কিত মৰেট’ৰিয়ামৰ সময়ছােৱাত সুত ৰেহাইৰ প্ৰভাৱ সম্পর্কীয় প্রতিবেদন প্রস্তুত কৰিবলৈ গঠন কৰি দিয়া মেহৰিশ্বি কমিটীৰ অনুমােদন সম্পর্কতাে সিদ্ধান্ত জাৰি কৰিব। কিন্তু চৰকাৰে ইয়াৰ পৰিৱর্তে অধিক সময় বিচাৰি কয় যে ঋণগ্রস্তসকললৈ সকাহ প্রদানৰ সময়সীমা অহা ১৫ নৱেম্বৰলৈ বৃদ্ধি কৰিব লাগে।

এই ক্ষেত্ৰত আদালতে কয়, ‘আপােনালােকে যেতিয়া এটা সিদ্ধান্ত লৈছে তেন্তে এমাহৰ বাবে পলম কিয় হৈছে ।’ ন্যায়াধীশ অশােক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ আদালতে কয়, “আমাৰ মতামত অনুসৰি এই সিদ্ধান্ত কার্যকৰী কৰিবলৈ এমাহৰ প্ৰয়ােজন নাই। এই বিলম্ব সাধাৰণ মানুহৰ স্বাৰ্থৰ হকে নহয়। সৰু বৰ মানুহৰ বাবে সকাহ প্রদানৰ সিদ্ধান্ত কিন্তু কিছু বাস্তৱ ফলাফলৰ প্ৰয়ােজন আছে।”

মন কৰিবলগীয়া যে পূর্বতে ৰিজাৰ্ভ বেংকে কৈছিল যে দেশৰ অর্থনীতি আৰু বেংকিং খণ্ডত ক্ষতিকাৰক প্ৰভাৱ পেলাব বাবে মৰেট’ৰিয়ামৰ সময় বৃদ্ধি সম্ভৱ নহয়। কেন্দ্রীয় চৰকাৰে ইপিনে আদালতক কৈছিল যে দুই কোটি পর্যন্ত ঋণৰ ক্ষেত্ৰত সুতৰ ওপৰত সুত ৰেহাই দিব চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaLoanSupreme Court
publisher

publisher

Related Posts

ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া
India

September 11, 2026
নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d