Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

হাওঁফাওঁৰ লগতে দুর্বল  হৈছে দৃষ্টিশক্তি 

publisher by publisher
October 22, 2020
in COVID-19, Health, News
Reading Time: 1 min read
0
হাওঁফাওঁৰ লগতে দুর্বল  হৈছে দৃষ্টিশক্তি 
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

দিল্লীৰ চিকিৎসালয়ত হঠাতে বাঢ়িছে ৰোগীৰ সংখ্যাঃ এইম্‌ৰ চিকিৎসকে কি ক’লে?

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, দিল্লী এইমছত অগ্নিকাণ্ড!

এইবাৰ মানুহৰ মগজুৰ স্নায়ু পর্যন্ত আক্রমণ কৰিবলৈ সক্ষম হৈছে কৰ’না ভাইৰাছে। নতুন দিল্লীস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনত এই দাবী কৰা হৈছে। সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখনত সম্প্রতি কৰ’না আক্রান্ত এগৰাকী কিশােৰীৰ চিকিৎসাৰ সময়ত এই কথা পােহৰলৈ আহে । কৰ’না আক্রান্ত ১১ বছৰ বয়সীয়া কিশােৰীগৰাকীৰ শৰীৰতএকিউট ডিমায়েলিনেটিং চিনড্রম (এ ডি এছ) ধৰা পৰিছে । ফলত কিশােৰীগৰাকীৰ মগজুৰ স্নায়ু ক্ষতিগ্রস্ত হয় ।

ADVERTISEMENT

ইয়াৰ প্ৰভাৱত কিশােৰীগৰাকীৰ দৃষ্টি শক্তিও হ্রাস পায় । এনে ধৰণৰ ঘটনা এয়াই প্রথমবাৰলৈ হােৱা বুলি দাবী কৰা হৈছে এইমছৰ প্রতিবেদনত । এইমছৰ স্নায়ুৰােগ বিভাগৰ চিকিৎসকসকলে কিশােৰীগৰাকীৰ শাৰীৰিক অৱস্থা সন্দৰ্ভতাে এটি টোকা প্রস্তুত কৰিছে । অতি শীঘ্ৰে এই টোকা প্রকাশ কৰা হ’ব। মগজুৰ স্নায়ুবিলাক সাধাৰণতে ‘মায়লিন’ নামৰ এটি আৱৰণৰ মাজত সুৰক্ষিত অৱস্থাত থাকে।

মায়লিনৰ দ্বাৰা মগজুৰ বার্তা দ্রুতভাৱে শৰীৰৰ আন অংগলৈ প্ৰেৰিত হয়, কিন্তু এডি এছৰ প্রভাৱত মায়লিন ক্ষতিগ্রস্ত হয় । ই মগজুৰ বার্তা শৰীৰৰ আন অংগলৈ যােৱাত বাধা প্রদান কৰে । তদুপৰি স্নায়ৱিক কার্যকলাপৰ ভিতৰত দৃষ্টি আৰু পেশী সঞ্চালনতাে সমস্যাৰ সৃষ্টি কৰে । এইমছৰ শিশু স্নায়ু বিভাগৰ মুৰব্বী ডাঃ শেফালি গুলাটিয়ে জনােৱা অনুসৰি দুর্বল দৃষ্টিশক্তি লৈ কিশােৰীগৰাকী এইমছত ভর্তি হৈছিল। এম আৰ আই কৰাৰ পাছত এ ডি এছ ধৰা পৰে ।

এডি এছৰ দ্বাৰা কিশােৰীগৰাকীৰ মগজুৰ লগতে হাওঁফাওঁৰাে ক্ষতি হৈছে । কৰনাৰ ফলতে এনে হােৱা বুলিও চিকিৎসক ডাঃ গুলাটিয়ে দাবী কৰিছে। সমগ্র বিষয়টো লৈ নতুনকৈ এখন প্রতিবেদন প্রস্তুতৰ বিষয়ে সদৰী কৰে ডাঃ গুলাটিয়ে । সম্প্রতি এইমছতে কিশােৰীগৰাকীৰ চিকিৎসা চলি আছে । ইমিউন’ থেৰাপিৰ পাছত কিশােৰী গৰাকীৰ শৰীৰৰ অৱস্থা কিছু উন্নত হৈছে। দৃষ্টিশক্তি প্রায় ৫০ শতাংশ উভতি অহাৰ কথাও জনাইছে এইমছৰ তৰফৰ পৰা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIIMSCORONAVIRUSCovid-19
publisher

publisher

Related Posts

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d