Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পূজাৰ বিশেষ

publisher by publisher
October 23, 2020
in Assam, Puja
Reading Time: 1 min read
0
পূজাৰ বিশেষ
9
SHARES
88
VIEWS
ShareShareShareShare

RelatedPosts

Deeplina Deka:দীপলিনা ডেকাক মানসিক হাৰাশাস্তি দিয়া যুৱকক আটক

বিহু সাত দিনৰ ভিতৰত শেষ কৰাৰ সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পী দীপলিনাই

ক’ভিড সম্পৰ্কীয় নীতি নিয়ম ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জৰ তিনিখনকৈ পূজা কমিটিৰ বিৰুদ্ধে গোচৰ

“প্রথমে ৰাইজলৈ শাৰদীয় শুভকামনা জ্ঞাপন কৰাৰ সমান্তৰালভাৱে দুর্গতিনাশিনী মা দুর্গাই যাতে ৰাজ্যখনৰ পৰা অপায়-অমংগল দূৰ কৰি শান্তি-সম্প্রীতিৰ বাতাবৰণ সৃষ্টি হয় তাৰে প্রার্থনা জনাইছাে । দুর্গা পূজা বুলি ক’লে সৰুৰে পৰা মনত বুজাব নােৱাৰা এক অনাবিল আনন্দ। কিন্তু সম্প্রতি ক’ভিড পৰিস্থিতিত অন্য বৰ্ষৰ তুলনাত প্ৰথমবাৰৰ বাবে ব্যতিক্রমী ৰূপত এই বৰ্ষত শাৰদীয় দুর্গোৎসৱ পালন কৰিব ৰাজ্যবাসীয়ে। আশা কৰাে বিঘ্নবিনাশিনীয়ে এই মহামাৰী নিঃশেষ কৰি দেশত পুনৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই আনি সকলােৰে মংগল কৰিব ।

ADVERTISEMENT

“এইবাৰ দুর্গা পূজা কিছু সুকীয়া আৰু মােৰা অনুভৱ কিছু সুকীয়া। কিয়নাে সৰুৰে পৰা এই পূজাৰ লগত এক এৰাব নােৱাৰা স্মৃতি জড়িত হৈ আছে । মা-দেউতা, পৰিয়ালৰ লগত ওলাই যাওঁ, বেলুন কিনাে, জেলেপি খাওঁ, আটকধুনীয়াকৈ সাজি উলিওৱা বিভিন্ন পূজা মণ্ডপসমূহ চাওঁ । সাধাৰণতে মই এই সময়ছােৱাত কোনাে ধৰণৰ কাৰ্যসূচী হাতত নলওঁ । পূজাৰ সময়ত প্ৰায়ে পৰিয়ালৰ লগত মই সম্পূর্ণ সময় অতিবাহিত কৰি আহিছাে । এইবাৰাে ইয়াৰ ব্যতিক্রম নহয় । কিন্তু পূর্বৰ দৰে এই বর্ষত পূজাৰ মাদকতা উপভােগ কৰিবলৈ সময়ে হয়তাে সুবিধা নিদিব । কাৰণ পৰিৱেশ এইবাৰ সম্পূর্ণ পৃথক। সেয়েহে সকলােকে স্বাস্থ্যবিধি মানি পূজা উপভােগ কৰিবলৈ মই আহ্বান জনাইছো ।”

“এইবাৰ পূজাৰ লগত সংগতি ৰাখি মই এটা গীত মুকলি কৰিছাে । ইতিমধ্যে মােৰ ইউটিউব চেনেলত গীতটো উপলব্ধ হৈছে। ‘মা দুর্গা’ শীর্ষক গীতটোৱে ইতিমধ্যে সমাদৰ লাভ কৰিছে । মই আশাবাদী ৰাইজে এই গীতটো আঁকোৱালি ল’ব আৰু সমূহ পূজা মণ্ডপে মণ্ডপে গীতটো শ্ৰোতাৰ কাণত পৰিব।”

“অন্য বছৰৰ দৰে এইবাৰ পূজাত মােৰ কোনাে নির্দিষ্ট পৰিকল্পনা নাই যদিও পৰিৱেশ পৰিস্থিতি চাই পৰিয়াল, বন্ধুবৰ্গৰ স’তে দুর্গা পূজা উপভােগ কৰিম বুলি মনত আশা পুহি ৰাখিছাে । বিশেষকৈ পূজাৰ জেলেপি মােৰ বৰ প্রিয় । যিহেতু আমি সকলােৱে পূজা চাবলৈ ওলাই যাম যদিও মুখত মাস্ক, সামাজিক দূৰত্ব আদি নিয়ম পালন কৰিবলৈ পাহৰি গ’লে নহ’ব । আমি সকলােৱে ইজনে সিজনক সুৰক্ষা প্রদান কৰি এইবাৰ পূজা উপভােগ কৰিব লাগিব আৰু আশাকৰাে সকলােৱে এই ক্ষেত্ৰত সহযােগিতা কৰিব । শেষত মা দুর্গাৰ ওচৰত সকলােৰে মংগল কামনা কৰি অনাগত দিনসমূহ সুখকৰ হওক তাকে প্রার্থনা কৰিলাে । আটাইলৈ ষষ্ঠীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি জগত জননী- দুর্গতিনাশিনীৰ কৃপাত ৰাজ্যখন সকলাে দিশত সমৃদ্ধিশালী হােৱাৰ কামনা কৰিলাে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deeplina DekaDurga Puja 2020
publisher

publisher

Related Posts

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d