Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মাহেকীয়া ‘বাৰ্তাপখিলী’ৰ বঁটা প্ৰদান অনুষ্ঠান

publisher by publisher
November 3, 2020
in Assam, News
Reading Time: 1 min read
0
মাহেকীয়া ‘বাৰ্তাপখিলী’ৰ বঁটা প্ৰদান অনুষ্ঠান
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ড॰ ৰাজশ্ৰী বৰালৈ
সাহিত্যানুৰাগী তথা সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত নৱমবাৰৰ বাবে সাহিত্য বঁটা আজি প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১.৩০ বজাত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা ডঃ ৰাজশ্ৰী বৰাক।
উল্লেখ্য যে গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰপৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে ২০১২ চনৰপৰা চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে।
এই প্ৰতিযোগিতাত চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ সংকলনখন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সোঁৱৰণি বঁটা’ প্ৰদান কৰা হয়৷ ‘বাৰ্তাপখিলী’ৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰমি ষষ্ঠবিংশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে ২০২০ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচকমণ্ডলীয়ে ‘ৰহা মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা বিভাগীয় মুৰব্বী অধ্যাপিকা ড॰ ৰাজশ্ৰী বৰাক নিৰ্বাচিত কৰি আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
‘ভাষা-সাহিত্য আৰু সমাজ-সংস্কৃতিৰ জিলিঙনি’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ বাবে ডঃ বৰালৈ এই বঁটা আগবঢ়োৱা হয়। স্মতৰ্ব্য যে ৰহাৰ বাসিন্দা ৰাজশ্ৰী বৰাই ড॰ লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত ‘মাধৱ কন্দলি আৰু কৃত্তিবাসী ৰামায়ণৰ বিষয়বস্তুঃ এক তুলনামূলক অধ্যয়ন’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে।
ড॰ ৰাজশ্ৰী বৰাৰ পিতৃ-মাতৃ ক্ৰমে ভদ্ৰেশ্বৰ বৰা আৰু সৰুমাই বৰা৷ মাহেকীয়া আলোচনী ‘বাৰ্তাপখিলী’ৰ উদ্যোগত আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালান পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত উপাচাৰ্য, সাহিত্যিক, আবৃত্তিকাৰ তথা শিক্ষাবিদ ড॰ অমৰজ্যোতি চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব, সাহিত্যিক থানেশ্বৰ মালাকাৰ উপস্থিত থাকে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া ইন্দ্ৰজিৎ দাসে আঁতধৰা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰনাথ ডেকাই। তেওঁ বক্তব্যৰ মাজতে ‘বাৰ্তাপখিলী’ আলোচনীৰ জন্মলগ্নৰ তিতা-মিঠা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে মহীয়সী নাৰী, সৰবৰহী মহিলা পুষ্পাদেৱী জালান পৰিয়ালক ধন্যবাদ জনায়।
ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থৰ বাবে তেওঁৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই থানেশ্বৰ মালাকাৰে। তেওঁ কয় যে পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাব নজনা লোকে ধৰ্মৰ মূল্যই বুজি নাপায়। তাত্ত্বিক কথাৰে পিতৃ-মাতৃক শ্ৰদ্ধা জনোৱা কাৰ্যৰ মহত্ব উপলব্ধিহে কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
সৰবৰহী মাতৃ পুষ্পাদেৱী জালানৰ পুত্ৰ গোপাল জালান আৰু তেওঁৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। মহিলাৰ সোঁৱৰণত মহিলাক সন্মান জনোৱা কাৰ্য সঁচাকৈয়ে আদৰণীয় বুলি বক্তব্যৰ মাজত উল্লেখ্য কৰে। ডঃ অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে নৱ-প্ৰজন্মই এনে সভাত অংশগ্ৰহণ কৰা দৰকাৰ।
ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা ক্ষেত্ৰত তেওঁলোকে ভৱিষ্যতে আগভাগ ল’ব।বাৰ্তাপখিলীত নৱ-প্ৰজন্মৰ লেখক-লেখিকা লেখা-মেলাক গুৰুত্ব দিয়া হয়। নৱ-প্ৰজন্মৰ লেখা, তেওঁৰ চিন্তা-চৰ্চাক প্ৰাধান্য দিয়া দেখি আহিছো বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত নতুন প্ৰজন্মৰ সৃষ্টিশীল কৰ্ম আঁচনিক শলাগ জনায়।
অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যত আছে। নৱ-প্ৰজন্মই গুৰুত্ব সহকাৰে মাতৃভাষাক। ‘বাৰ্তাপখিলী’য়ে উদ্যোগ লোৱা আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ স্মৃতিত পৰিয়ালে সহযোগ কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহাৰ বাবে বাৰ্তাপখিলী আৰু গোপাল জালান পৰিয়ালক আনুষ্ঠানিকভাৱে শলাগ জনাই ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সভাত বঁটাপ্ৰাপক ডঃ ৰূপশ্ৰী বৰাই ভাষণ প্ৰসংগত কয় যে  গভীৰ অন্তৰাত্মাৰ জৰিয়তে লেখাখিনি লিখিবলৈ চেষ্টা কৰোঁ।
এই সন্মান প্ৰদানে মোৰ দায়িত্ব বঢ়ালে বুলিও মন্তব্য কৰে। সভাতে আলোচনীখনিক বিশেষভাৱে সহযোগ আগবঢ়াই অহা দীপজ্যোতি বৰুৱা আৰু তপন দত্তক বাৰ্তাপখিলীৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উল্লেখ্য যে ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ৰ লগত ২১,০০০ (একৈশ হাজাৰ) টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AwardGuwahatiPushpa Devi Jalan
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d