Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰত্যেক দিনে ২২ কোটিকৈ দান আজিম প্ৰেমজিৰ

publisher by publisher
November 12, 2020
in News
Reading Time: 1 min read
0
প্ৰত্যেক দিনে ২২ কোটিকৈ দান আজিম প্ৰেমজিৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Beef Exports:গো- মাংস ৰপ্তানিকাৰীৰ ৪০ কোটি টকা বিজেপিলৈ !

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

Ayodhya’s Ram Temple Has Earned Rs 11 crore in Just 10 Days:মাত্র ১০ দিনত ১১ কোটি টকাৰ প্ৰণামী লাভ ৰাম মন্দিৰৰ

বছৰৰ সবাতোকৈ উদাৰতম তথা মানৱ প্ৰেমী ব্যক্তিৰ স্বীকৃতি লাভ কৰিলে উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ আজিম প্ৰেমজিয়ে । সমগ্ৰ বছৰটোত তেওঁ বিভিন্ন ক্ষেত্ৰলৈ দান কৰিছে সাত হেজাৰ ৯০৪ কোটি টকা। ইয়াৰ দ্বাৰাই তেওঁ পৰিণত হয় বছৰৰ সৰ্বাধিক ভাৰতীয় দাতাত । তথ্য অনুসৰি, ৭৫ বছৰীয়া মানৱপ্ৰেমীজনে দান কৰা ধন হৈছে প্ৰতি দিনৰ হিচাপত ২২ কোটি টকা ।

ADVERTISEMENT

এডলগিভ হিউৰান ইণ্ডিয়া নামৰ সংস্থাটো প্ৰকাশ কৰা ২০২০ বৰ্ষৰ ভাৰতীয় মানৱপ্ৰেমীসকলৰ তালিকাৰ পৰা এই তথ্য উঠি আহিছে । এই তালিকাৰ পৰাই জনা গৈছে ক’ভিড মোকাবিলাৰ বাবে এহেজাৰ ১২৫ কোটি টকা দানৰ প্ৰতিশ্ৰুতি দিছিল আজিম প্ৰেমজি ফাউণ্ডেচন উইপ্ৰ’ আৰু উইপ্ৰ’ এণ্টাৰপ্ৰাইজেছে । ইয়াৰ লগতে আছে উইপ্ৰ’ৰ বাৰ্ষিক চিএছআৰ আৰু আজিম প্ৰেমজি ফাউণ্ডেচনৰ নিয়মত সমাজসেৱামূলক কাৰ্যৰ আৰ্থিক দানো।

‘ভাৰতীয় হৈতিষীসকলৰ বাবে আজিম প্ৰেমজি এক আদৰ্শ ব্যক্তিত্ব অন্যান্য ব্যৱসায়ীসকলক তেওঁ সমাজসেৱাৰ বাবে অনুপ্ৰাণিত কৰিছে ।’ এইদৰে কয় এডেলগিভৰ মহাপ্ৰৱন্ধক তথা মুখ্য গৱেষক আনাছ ৰহমান জুনাইডে । উইপ্ৰ’ৰ প্ৰতিষ্ঠাপকজনৰ পুত্ৰ ৰিছদ প্ৰেমজীয়ে এই সংবাদ টুইটত শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ পিতৃয়ে সকলো সময়তে বিশ্বাস কৰে যে তেওঁ নিজৰ সম্পত্তিৰ তত্ত্বাবধায়ক মাত্ৰ, মালিক নহয় । যিখন সমাজত আমাৰ বাস আৰু কাম-কাজ, সেই সমাজ উইপ্ৰ’ৰে এক প্ৰধান অংশ । এই তালিকাৰ দ্বিতীয় স্থানত আছে এইছচিএল টেকন’লজিছ কোম্পানীৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰ ।

উল্লেখ্য যে নাদাৰে বিগত বৰ্ষত সৰ্বাধিক ধনদাতাৰ সন্মান অৰ্জন কৰিছিল । এইবাৰ তেওঁ ৭৯৫ কোটি টকা দান দিছে । আনহাতে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ অম্বানীয়ে ৪৫৮ কোটি টকা দান দি তালিকাত তৃতীয় স্থান লাভ কৰিছে । উল্লেখ্য যে অম্বানীয়ে এই ধন দান দিয়ে ক’ভিড মোকাবিলাৰ বাবে ।

এডেলগিভ হিউৰানৰ প্ৰতিবেদন অনুসৰি, তালিকাৰ চতুৰ্থ স্থানক কুমাৰ মংগলম বিৰলা (২৭৬ কোটি) আৰু পঞ্চম স্থানত আছে ‘বেদান্ত’ কোম্পানীৰ প্ৰতিষ্ঠাপক অনিল আগৰৱাল । তেওঁৰ পৰিয়ালে ২১৫ কোটি টকা দান কৰিছে । উল্লেখ্য যে ২০১৪ত আগৰৱালে কৈছিল যে উপাৰ্জনৰ ৭৫ শতাংশ তেওঁ সমাজসেৱাৰ হকে ধন দান কৰি আহিব । লক্ষ্যণীয়ভাৱে অধিকাংশ সমাজসেৱকেই দেশৰ শিক্ষাৰ উন্নতিৰ হকে ধন দান কৰি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

২০২০ত দেশৰ ৯০ হিতৈষীয়ে শিক্ষাৰ উন্নতিৰ বাবে মুঠ ন হেজাৰ ৩২৪ কোটি টকা দান কৰিছে । আনহাতে, স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা দানৰ পৰিমাণ এইবাৰ বিগত বৰ্ষৰ তুলনাত ১১১ শতাংশ বৃদ্ধি পাইছে । সেইদৰে দুৰ্যোগ সকাহ আৰু প্ৰশমন ক্ষেত্ৰত দানৰ পৰিমাণ ২৪০ শতাংশলৈ বৃদ্ধি পাইছে । ‘আমি অনুভৱ কৰো, শিক্ষাই হৈছে সমতা প্ৰদান আৰু মানুহক অধিক আহৰণ,জীৱন ধাৰণৰ মান আৰু অধিক সুস্বাস্থ্য প্ৰদানৰ উত্তম পথ । এইদৰে কয় সংস্থাটোৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিদ্যা শ্বাহে ।

উল্লেখ্য যে অধিক ধন দান দিয়া লোকৰ তালিকাত সাত গৰাকী মহিলা সমাজসেৱিকায়ো স্থান পাইছে । ইয়াৰ ভিতৰত অন্যতম হৈছে ৰোহিণী নিলেকানি (৪৭ কোটি), থাৰ্মেক্সৰ অনু আগা আৰু তেওঁৰ পৰিয়াল (৩৬ কোটি) আৰু বাইকনৰ কিৰণ মজুমদাৰ শ্ব’ (৩৪ কোটি) । ২৮ গৰাকী সমাজসেৱীৰ নাম এই তালিকাত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হৈছে । এইসকলৰ ভিতৰত অন্যতম হৈছে ইনফ’ছিছৰ এছ ডি শিবুলাল (৩২ কোটি), এটিই চন্দ্ৰা ফাউণ্ডেচনৰ অমিত আৰু অৰ্চনা চন্দ্ৰা (২৭ কোটি), শ্যাম ষ্টীলৰ ৰাম বেৰিৱালা আৰু শ্যামসুন্দৰ বেৰিৱালা (১৯ কোটি) আদি । এই মানৱপ্ৰেমীসকলৰ তালিকাত স্থান পোৱা ৪০ বছৰ বয়সৰ অনুৰ্ধ্বৰ একমাত্ৰ মানৱপ্ৰেমীজন হৈছে বিন্নী বানছাল ।

এয়া এডেলহিভ হিউৰান ইণ্ডিয়া ফিলানথ্ৰ’পী তালিকাৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰিছে সংস্থাটোৰ মহাপ্ৰৱন্ধক তথা মুখ্য গৱেষক জুনাইডে । ইয়াৰ দ্বাৰা দেশৰ যুৱ উদ্যোগপতিসকলে সমাজৰ হকে কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য যে শীৰ্ষ ১০ গৰাকী মানৱপ্ৰেমীৰ ভিতৰত স্থান পোৱা আন পাঁচ সমাজসেৱী হৈছে অজয় পিৰামল আৰু তেওঁৰ পৰিয়াল (১৯৬ কোটি), ইনফ’ছিছৰ নন্দন নিলেকানি (১৫৯ কোটি), হিন্দুজা ব্ৰাদাৰ্ছ (১৩৩ কোটি), গৌতম আদানি আৰু পৰিয়াল (৮৮ কোটি) আৰু বাজাজ কোম্পেনীৰ ৰাহুল বাজাজ আৰু পৰিয়াল (৭৪ কোটি)।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: azim premjidonationwipro
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d