Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মেকড’নাল্ডৰ খাদ্য খাবলৈ অতিক্ৰম কৰিলে ৭২৫ কিলোমিটাৰ

publisher by publisher
December 4, 2020
in News
Reading Time: 1 min read
0
মেকড’নাল্ডৰ খাদ্য খাবলৈ অতিক্ৰম কৰিলে ৭২৫ কিলোমিটাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

McDonald’s Lay off :এইবাৰ কৰ্মী ছাটাই কৰিব মেকড’নাল্ডছে, সাময়িকভাৱে বন্ধ আমেৰিকাৰ সকলো কার্যালয়

ৰাছিয়াত বন্ধ হ’ল মেকড’নাল্ডছৰ ৮৫০ খন ৰেস্তোৰাঁ, অন্তিমবাৰৰ বাবে খাদ্যৰ জুতি ল’বলৈ গ্ৰাহকৰ ভিৰ

ভাৰতত ক’ভিড-১৯ আক্ৰান্তৰ সুস্থতাৰ সংখ্যা প্ৰায় ৯০.৫০ লাখ

মেকড’নাল্ডৰ বিগমেক তথা ফ্রাইজ খাবলৈ ৰাছিয়াৰ এজন ধনকুবেৰে ৭২৫ কিলােমিটাৰ দূৰত্ব অতিক্রম কৰিলে। ধনকুবেৰজনৰ বাবে ঘটনাটো সাধাৰণ হলেও ছ’চিয়েল মিডিয়াত এই ঘটনাটোৱে খলকনিৰ সৃষ্টি কৰিছে। সকলােকে অবাক কৰি তােলা এই ঘটনাৰ নায়ক হৈছে ভিক্টৰ মার্টিন। সকলােৰে নিজৰ প্রিয় খাদ্য থাকে যদিও একমাত্র খাদ্যৰ লােভত ইমান দূৰ অতিক্রম কৰাটো স্বাভাবিকতে আচৰিত হ’বলগীয়া।

ADVERTISEMENT

বহু লােকেই প্রিয় খাদ্যৰ বাবে ঘৰৰ পৰা কিছু দূৰলৈ যাবলৈ প্রস্তুত থকাৰ সমান্তৰালভাৱে বহুতে আকৌ পার্শ্বৱর্তী চহৰ পর্যন্ত যাবলৈ প্রস্তুত হৈ থাকে। অৱশ্যে তলাবন্ধৰ সময়ছােৱাত দূৰ-দূৰণিলৈ পছন্দৰ খাদ্য বিচাৰি যােৱা লােকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ধনৱন্তসকলৰ মাজত এনেধৰণৰ একাধিক ঘটনা সংঘটিত হােৱাৰ তথ্য পােহৰলৈও আহিবলৈ লৈছে। পছন্দৰ খাদ্যৰ বাবে বহুতে নকৰিবলগীয়া কামাে কৰিছে।

বাটাৰ চিকেন খাবলৈ এই ভাৰততে ৩২ কিলােমিটাৰ পর্যন্ত দূৰলৈ গাড়ী চলাই যােৱাৰাে ঘটনা পােহৰলৈ আহিছে। কোনােৱে আকৌ একমাত্র পাউৰুটি আনিবলৈকে ঘণ্টাত ১৭৭ কিলােমিটাৰ বেগত মটৰ চাইকেল দৌৰােৱাৰাে ঘটনা ঘটিছে। কিন্তু এই ক্ষেত্ৰত সকলােকে পাছ পেলালে ৰাছিয়াৰ ধনকুবেৰজনে। ভিক্টৰ মার্টিনভৰ হঠাতে মন গ’ল মেকডনাল্ডৰ দ্বাৰা প্রস্তুত খাদ্য খাবলৈ। এনে কাৰণতে হেলিকপ্টাৰৰে উৰা মাৰিলে ৭২৫ কিলােমিটাৰ দূৰলৈ।

তাৰ পাছত ২৭০০ ডলাৰৰ খাদ্য গােগ্রাসে উদৰ কৰে। প্রকৃত ঘটনাটো অৱশ্যে কিছু পৃথক। ক্রিমিয়াৰ এখন ৰিজৰ্টত বান্ধবী আলুচটাৰ লগত সময় পাৰ কৰিছিল ভিক্টৰে। হঠাতে দুয়ােৰে মন গল পছন্দৰ মেকডনাল্ডৰ খাদ্য খাবলৈ। উল্লেখ্য যে ক্রিমিয়াত পশ্চিমীয়া দেশৰ কোনাে ধৰণৰ বিপণন প্রতিষ্ঠানক ব্যৱসায়ৰ অনুমতি প্রদান কৰা হােৱা নাই। ভিক্টৰে থকা ৰাজ্যখনৰ পৰা ৭২৫ কিলােমিটাৰ দূৰৰ ক্ৰাচন’ডাৰত মেকড’নাল্ডৰ বিপণী থকাটো নিশ্চিত হােৱাৰ পাছত লগে লগে হেলিকপ্টাৰ লৈ উৰা মাৰে লগত লয় বান্ধবীকো। পছন্দৰ খাদ্ খােৱাৰ পাছত দুয়াে উভতি যায় ৰিজৰ্টলৈ। মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে মনৰ আশা পূর্ণ কৰাৰ পাছত ভিক্টৰে এক সাক্ষাৎকাৰত কয়, ‘ৰিজৰ্টত থকাৰ সময়তে দুয়ােৰে মেকডনাল্ডৰ খাদ্য খাবলৈ মন গ’ল। সেয়ে আমি হেলিকপ্টাৰ লৈ উৰা মাৰাে। খাদ্য খােৱাৰ পাছত উভতি আহাে ৰিজৰ্টলৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: McDonald'sRasia
publisher

publisher

Related Posts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

বেদখলৰ কবলত বি বৰুৱা কলেজৰ গাতে লাগি থকা সাত বিঘা চৰকাৰী ভূমি

কোনো অসংলগ্ন কথাই পাইকাৰী হাৰত ভোটাধিকাৰ কৰ্তনক যুক্তিযুক্ত নকৰে
India

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d