Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গোৰেশ্বৰত বৃক্কৰ ৰোগত ভুগিছে এগৰাকী প্ৰতিভাৱান ৰাষ্ট্ৰীয় খেলুৱৈ

publisher by publisher
December 5, 2020
in Assam, India, News
Reading Time: 1 min read
0
গোৰেশ্বৰত বৃক্কৰ ৰোগত ভুগিছে এগৰাকী প্ৰতিভাৱান ৰাষ্ট্ৰীয় খেলুৱৈ
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

বাগসাত এই জুই জ্বলালে কোনে ? 

বাকসাত কাৰাগাৰৰ সন্মুখত অনিয়ন্ত্রিত হৈ পৰিছে পৰিস্থিতি

BTR BJP:বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত

বৰ্তমান বিটিএডিত সকলো ব্যস্ত বিটিচি নিৰ্বাচনক লৈ। কিন্তু ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই অনা এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ খবৰ ল’বলৈ আহৰি নাই কাৰোৱে। সেয়েহে সাধাৰণ কৃষক পৰিয়ালৰ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈয়ে এতিয়া বিচনাতে দিন কটাবলগীয়া হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেফেলী মৌজাৰ নাওকাটা অঞ্চলৰ বেটাগাওঁৰ এগৰাকী প্ৰতিভাৱান যুৱতী মণিকা বড়ো। বাহিৰাম বড়ো আৰু প্ৰমিলা বড়োৰ কন্যা মণিকা বড়ো কেৱল এগৰাকী সাধাৰণ খেলুৱৈ নহয়, মণিকা বড়োৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেটবল খেলত কে’বাবাৰো অসমৰ হৈ খেলি চেম্পিয়ন হোৱাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনিছে।

ADVERTISEMENT

২০১৩ত নৱম শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰা ক্ৰীড়া জগতৰ সৈতে জড়িত হৈ পৰা মণিকা বড়ো এতিয়া ভীষণ অসুস্থ। মণিকা বড়োৰ এটা বৃক্ক বিকল হৈ পৰে অতি কম বয়সতে ২০১৭ৰ পৰা। বৃক্কৰ অসুখ হোৱা বুলি জনাৰ পিছত কৃষক পিতৃয়ে মাটি-বাৰী , বিভিন্ন সম্পত্তি বিক্ৰী কৰি আজিলৈ চিকিৎসা চলাই আছে কিন্তু সুস্থ হৈ উঠা নাই মণিকা। মণিকাৰ চিকিৎসাৰ বাবদ আজিলৈ প্ৰায় আঠ লাখ টকা খৰচ কৰিলে যদিও মণিকা সুস্থ হৈ নুঠাত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাগসা জিলা নেটবল সন্থা।

খেলুৱৈজনক সুস্থ কৰি তুলিবলৈ পাৰ্যমানে সকলোৱে চেষ্টা চলাইছে যদিও মণিকা সুস্থ হোৱা নাই। পুনৰ খেলাৰ অদম্য হেঁপাহ থকা মণিকাৰ বাবে বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে আৰ্থিক অনাটনে। মণিকাই নেটবলৰ লগতে ফুটবল আৰু কাবাদী খেলতো সুনাম অৰ্জন কৰিছে। আন্তঃজিলা পৰ্যায়ৰ খেলত মণিকা বড়োৱে ২০১৪ত তিনিচুকীয়াত আয়োজিত আন্তঃজিলা নেটবলত প্ৰতিযোগিতা, ২০১৫ত কামৰূপ জিলাৰ চাংসাৰীত আয়োজিত আন্তঃজিলা নেটবল প্ৰতিযোগিতা, ২০১৬ত শিৱসাগৰত অনুষ্ঠিত আন্তঃজিলা নেটবল প্ৰতিযোগিতা আৰু ২০১৭ত শিৱসাগৰত আসাম অলিম্পিকত অনুষ্ঠিত নেটবলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।

ইয়াৰোপৰি ২০১২ত তিলক চৌধুৰী মেমোৰিয়েল আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেন্টতো অংশগ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শন কৰিছিল। আনহাতে ২০১৪ত হাৰিয়ানাত আয়োজিত ১৬ অনুৰ্দ্ধৰ নেটবলত অংশগ্ৰহণ কৰি অসম দলে তৃতীয় স্থান লাভ কৰিছিল। মণিকা বড়োৱে ২০১৫ত দিল্লীত অনুষ্ঠিত ১৯ অনুৰ্দ্ধৰ স্কুল গেমছতো অংশগ্ৰহণ কৰিছিল। ২০১৮ত ৰাজস্থানত আয়োজিত ৰাষ্ট্ৰীয় গেমছত নেটবলত অসমৰ দলক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰোপৰি আন বহু কেইখেইখন টুৰ্ণামেন্টতো ভাগ লৈ বাক্সা জিলা আৰু অসম দলৰ বাবে নেটবল খেলি মণিকা সুনাম কঢ়িয়াই আনিছিল। কিন্তু ইমান কম বয়সতে অসুস্থ হৈ পৰাত বাক্সা জিলা আৰু নেটবলৰ অসম দলৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হোৱা বুলি অনুভৱ কৰিছে সতীৰ্থ খেলুৱৈসকলে। তেওঁলোকৰ আশা মণিকা শীঘ্ৰেই সুস্থ হৈ উঠক আৰু পুনৰ ক্ৰীড়াৰ পথাৰত জপিয়াই পৰক।

কিন্তু আৰ্থিক অনাটনে জৰুলা কৰা পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া থমকি ৰ’ব লগা হৈছ। ক্ৰীড়া সংগঠন সমূহেও চেষ্টা অব্যাহত ৰাখিছে যদিও আৰ্থিক ফালৰ পৰা সকাহ দিব পৰা নাই মণিকাক। সেয়েহে কোনো সদাশয় ব্যক্তি , ক্ৰীড়া সংগঠন তথা মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। সদাশয় লোকে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাত থকা মণিকা বড়োৰ একাউন্ট নম্বৰ – ৩৪৫২৫৫২৮৫৭৮ , আইএচএফচি নম্বৰ- এচবিআইএন ০০১০৪১৩ লৈ অৰ্থ সাহাৰ্য প্ৰেৰণ কৰিব পাৰে। মণিকা বড়োৰ যোগাযোগ নম্বৰ- ৬০০৩৪ ০৩৮৯০ আৰু ৬০০১০ ৮৪৬৫২ ত যোগাযোগ কৰিব পাৰিব। ক্ৰীড়া ক্ষেত্ৰৰ এগৰাকী সম্ভৱনাময় যুৱতী খেলুৱৈয়ে পুনৰ সুস্থ হৈ ৰাজ্যলৈ আৰু বহু সুনাম কঢ়িয়াই আনক তাকে কামনা কৰিছে পৰিয়াল, গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা, বাক্সা জিলা নেটবল সন্থা আৰু স্থানীয় ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Baksamonika boro
publisher

publisher

Related Posts

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d