Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগসাত এই জুই জ্বলালে কোনে ? 

publisher by publisher
October 16, 2025
in Assam, News
Reading Time: 1 min read
0
বাগসাত এই জুই জ্বলালে কোনে ? 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Baksa:✒️মনৰ কোঁহে কোঁহে সোমাই থকা শিল্পী জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলৰ প্ৰতি জনতাৰ অন্তৰত পুঞ্জীভূত ঘৃণা-ক্ষোভে আজি বাগসা জিলাত অগ্নিগর্ভপৰিৱেশৰ সৃষ্টি কৰে। শিল্পীগৰাকীৰ হত্যাৰ ধৃত পাঁচ অভিযুক্তক চৰকাৰে বাগসা জিলা কাৰাগাৰলৈ প্ৰেৰণৰ বিৰোধিতা কৰা উত্তেজিত অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

ADVERTISEMENT

জনতাৰ প্ৰতিবাদক কেন্দ্ৰ কৰি এই পৰিস্থিতি বুদ্ধিমত্তাৰে চম্ভালি লোৱাৰ পৰিবৰ্তে আবেগিক প্রতিবাদকাৰীসকলৰ ওপৰত নিৰাপত্তা বাহিনীৰ বৰ্বৰোচিত লাঠিচালনা, কন্দুৱা গেছ প্রয়োগ তথা গুলিবর্ষণে পৰিস্থিতি ভয়াবহ কৰি তোলে। আৰক্ষীৰ গুলিবর্ষণত এটি শিশুসহ তিনিজন আহত হয়। ইয়াৰে এজন গুৰুতৰভাৱে আহত হয়। আহতজনক ডুমুনি বালাবাৰীৰ যুৱক দীপক দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁক মুছলপুৰ অসামৰিক চিকিৎসালয়ত প্রাথমিক চিকিৎসা প্রদানৰ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ লাঠিচালনাতো বহুসংখ্যক লোক আহত হয়।

আনহাতে, ক্ষুব্ধ জনতাই শিলগুটি বৰ্ষণ কৰাত এজন উপ-আৰক্ষী অধীক্ষকসহ কমেও সাতজন আৰক্ষীৰ লোক আহত হয়। উল্লেখ্য জুবিন গাৰ্গ হত্যাৰ ধৃত পাঁচ অভিযুক্ত ক্রমে নর্থ-ইষ্ট ফেস্টিভেলৰ হোতা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ পৰিচালক সিদ্ধার্থ শর্মা, নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত ন্যায়িক জিম্মালৈ আদালতে প্ৰেৰণ কৰিছে।

চৰকাৰে এই পাঁচ অভিযুক্তক বাগসাৰ নতুনকৈ মুকলি কৰা জিলা কাৰাগাৰত ন্যায়িক জিম্মাত ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ বিষয়ে কালি পুৱা প্ৰচাৰ হয়। তাৰ পাছতে মুছলপুৰৰ পৰা সাত কিলোমিটাৰ নিলগৰ কুৱেৰী চ’কত অৱস্থিত জিলা কাৰাগাৰৰ সম্মুখলৈ অগণন লোক তথা জুবিন অনুৰাগীৰ আগমন ঘটে। তেওঁলোকে এই পাঁচ অভিযুক্তৰ নতুন ঠিকনা বাগপ্সা জিলাৰ কাৰাগাৰ হোৱাৰ বিৰোধিতা কৰে। ফলত পৰিস্থিতি ক্রমে স্পর্শকাতৰ হ’বলৈ ধৰে। ইয়াৰ বিপৰীতে পৰিস্থিতি সঠিক অনুধাৱনত ব্যর্থ চৰকাৰ-প্রশাসনে শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত স্বত্বঃস্ফূর্তভাৱে ওলাই অহা অগণন লোকক বল প্রয়োগ কৰি কাৰাগাৰৰ সম্মুখৰ পৰা আঁতৰাই পঠিওৱাৰ চেষ্টা চলোৱাত পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰে। ইয়াৰ কেইমুহূৰ্তমান পূৰ্বে দিনৰ ডেৰ বজাত উক্ত পাঁচ অভিযুক্তক কটকটীয়া নিৰাপত্তাৰ মাজৰে জিলা কাৰাগাৰলৈ অনা হয়। ইতিমধ্যে আৰক্ষী বাহিনীয়ে বেৰিকেড স্থাপন কৰি কাৰাগাৰৰ সম্মুখ নিৰাপত্তা বেষ্টনীলৈ পৰিণত কৰি যুদ্ধংদেহী স্থিতি গ্ৰহণ কৰে।

কালি প্ৰতিবাদৰ সময়ত ছাত্র-ছাত্রী, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি কৃষক-শ্রমিক আদি অগণন লোকে নিৰাপত্তাৰক্ষীৰ বেৰিকেড আৰু বেষ্টনী ভাঙি কাৰাগাৰৰ ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলায় যদিও অৱশ্যে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল। লাঠিচালনাৰ পূর্বে প্রতিবাদকাৰীসকলৰ স’তে নিৰাপত্তা বাহিনীৰ ঠেলা-হেঁচা লাগে। ইয়াৰ সমান্তৰালভাৱে সমবেত জনতাৰ একাংশ উত্তেজিত হৈ পাঁচ অভিযুক্তক অনা বাহনখনলৈ লক্ষ্য কৰি শিলগুটি, ছেণ্ডেল, পানীৰ বটল আদি নিক্ষেপ কৰি ক্ষোভ প্রকাশ কৰে। প্ৰতিবাদকাৰীসকলে ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’, ‘জুবিন হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়ক’, ‘জুবিন হত্যাৰ ন্যায় লাগে’ ধ্বনি দি পৰিৱেশ উত্তাল কৰে। ঘটনাস্থলীত প্ৰথম অৱস্থাত নিৰাপত্তাৰক্ষীৰ সংখ্যা কম আছিল।

তিনিজন যুৱকক নিৰাপত্তাৰক্ষীয়ে আটক কৰি নিয়াক লৈ পৰিস্থিতিৰ অৱনতি

বুধবাৰে বাগসা জিলা কাৰাগাৰৰ সম্মুখত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি জনতাই পৰিৱেশ উত্তাল কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে তিনিজন যুৱকক টানি কাৰাগাৰৰ ভিতৰলৈ লৈ যায়। লগে লগে যুবক তিনিজনক নিঃচৰ্ত মুক্তিৰ দাবী কৰি সমবেত জনাই প্রতিবাদ পুনৰ তীব্ৰতৰ কৰি তোলে। তেতিয়াই আৰক্ষী নিৰস্ত্ৰ জনতাৰ ওপৰত জপিয়াই পৰে। প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰাপত্তা বাহিনীয়ে নির্বিচাৰে লাঠিচালনা আৰু কন্দুৱা গেছ প্রয়োগ কৰে। এই লাঠিচালনাত কে’বাজনো লোক আহত হয়। নিৰাপত্তা বাহিনীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাইজ অধিক ক্ষুব্ধ হৈ আক্রমণাত্মক ভূমিকা লয়। এই অগ্নিগর্ভ পৰিস্থিতিৰ মাজতে আৰক্ষী আৰু এটা সংবাদ প্রতিষ্ঠানৰ বাহনসহ সাতখন বাহন ক্ষতিগ্রস্ত হয়। প্রতিবাদ চলি থকা সময়তে আৰক্ষীৰ এখন বাহন আৰু এটা ব্যক্তিগত টেলিভিছন চেনেলৰ বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। এই ভয়ানক পৰিস্থিতিত মুঠতে চাৰিখন বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। তদুপৰি দুখন বাহন ভাঙে দুর্বৃত্তই। ক্ষতিগ্রস্ত বাহনকেইখন হ’ল এখন ছুম’, এখন ৭০৯ (এএছ-৩০-৬২৩৬), এখন স্কৰপিতা’ (এএছ-০১ এফটি-১৮০৫), এখন বলেৰ’ (এএছ-০১ এফভি-৫৬৭৩), এখন স্কুটী আদি।

মুছলপুৰৰ চিকিৎসালয়ত শ্বাসৰুদ্ধকৰ পৰিৱেশ

হঠাতে বুধবাৰে দুপৰীয়া বাগসা জিলা কাৰাগাৰৰ সন্মুখত আবেগিক জুবিন অনুৰাগীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে প্ৰদৰ্শন কৰা বৰ্বৰতাক লৈ চৌদিশে চেপা উত্তেজনা বিৰাজ কৰিছে। নিৰাপত্তাৰক্ষীৰ গুলিচালনাত দীপক দাস নামৰ যুৱকজন গুৰুতৰভাৱে আহত হোৱাৰ উপৰি বিদ্যুৎ কলিতা নামৰ এটি শিশু আৰু হৰিহৰ দাস নামৰ এজন লোক আহত হয়। পাছত তেওঁলোকক মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত এক শ্বাসরুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয়। চিকিৎসালয়তো অগণন লোক সমবেত হৈ উত্তেজনাপূর্ণ পৰিৱেশৰ সৃষ্টি কৰে।

শিলবর্ষণত আহত কে’বাজনো নিৰাপত্তাৰক্ষী

নিৰাপত্তাৰক্ষীয়ে নিৰস্ত্র জনতাৰ ওপৰত জঁপিয়াই পৰাৰ সময়ত শিলবর্ষণত কে’বাজনো নিৰাপত্তাৰক্ষী আহত হয়। আহত নিৰাপত্তাৰক্ষীকেইজনৰ অন্যতম হ’ল নৃপেন দাস, বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতা, অৰূপ ৰয়, বিদীপ তালুকদাৰ, মৃণাল দাস, গণেশ শর্মা আদি।

অগ্নিগর্ভ পৰিস্থিতিত আহত কে’বাজনো কৰ্তব্যৰত সাংবাদিক

বাগসা জিলা কাৰাগাৰৰ সম্মুখত কালি উদ্ভৱ হোৱা পৰিস্থিতিৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা কে’বাজনো সাংবাদিক আহত হয়। আৰক্ষীৰ আশ্ৰয়ত থকা অৱস্থাত শিলবর্ষণত সাংবাদিক নকুল তালুকদাৰ, জিন্টুমণি দাস, বনজিৎ কলিতা, অপূর্ব শর্মা, প্রদীপ দাস, ধ্রুব বৰা, অভিজিৎ তালুকদাৰ, সৌৰভ দে, অক্ষেন্দ্ৰ ডেকা আৰু বিৰিঞ্চি কুমাৰ ডেকা আহত হয়।

নিৰাপত্তা বাহিনীৰ বৰ্বৰতাক গৰিহণা

জুবিন গাৰ্গ হত্যাৰ পাঁচ অভিযুক্তক আৰক্ষীয়ে কালি বাগ্‌সা জিলা কাৰাগাৰলৈ অনাৰ সময়ত কাৰাগাৰখনৰ সন্মুখত সৃষ্ট পৰিৱেশৰ সময়ত নিৰস্ত্ৰ জনতাৰ ওপৰত জপিয়াই পৰা নিৰাপত্তা বাহিনীক বিভিন্নজনে কঠোৰ ভাষাৰে গৰিহণা দিছে। আৰক্ষীৰ এই বৰ্বৰোচিত কাণ্ডক সমালোচনা কৰি প্ৰাক্তন ছাত্র নেতা হৰেকৃষ্ণ পাঠকে কয়, ‘আৰক্ষী বাহিনীয়ে গুলিয়াব লাগিছিল শ্যামকানু, সিদ্ধাৰ্থৰ দৰে অভিযুক্তক; কিন্তু গুলিয়াইছে সাধাৰণ ৰাইজক। অভিযুক্তকসকলক আজি ৰাজ আতিথ্য দি ৰাখিছে। আমি লাচিতৰ দেশৰ মানুহ। আমি আৰক্ষীৰ বিপক্ষে হেংদাং ধৰিব জানো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BaksaZubeen Garg
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d