Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

    Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাষ্ট্ৰসংঘৰ বিপজ্জনক মাদক তালিকাৰ পৰা বাদ গাঞ্জা-চৰচ

publisher by publisher
December 5, 2020
in India, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰসংঘৰ বিপজ্জনক মাদক তালিকাৰ পৰা বাদ গাঞ্জা-চৰচ
6
SHARES
62
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্য হিচাপে গণ্য নকৰে বিশ্বৰ ২৭ খন দেশে। ৰাষ্ট্ৰসংঘৰ মাদক দ্রব্য বিষয়ক আয়ােগৰ ৬৩ সংখ্যক বৈঠকত এই প্ৰসংগ পােহৰলৈ আহে। যােৱা দুই ডিচেম্বৰত এই বৈঠক সম্পন্ন হয়। উল্লেখ্য যে যােৱা ৫৯ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ বিপজ্জনক মাদক দ্রব্যৰ তালিকাত অন্তর্ভুক্ত হৈ আছে গাঞ্জা আৰু চৰচ। চিকিৎসা ক্ষেত্ৰৰ তৰফৰ পৰাও ইয়াৰ ব্যৱহাৰক লৈ তীব্র আপত্তি প্রদর্শন কৰি অহা হৈছে; কিন্তু গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাত অন্তর্ভুক্ত নকৰাৰ এক প্ৰস্তাৱত ৰাষ্ট্ৰসংঘৰ ৫৩ খন সদস্য ৰাষ্ট্রৰ ভিতৰত ২৭ খনে সমর্থন দিয়ে। ইয়াৰ ভিতৰত আছে ভাৰতাে।

ADVERTISEMENT

এই সন্দৰ্ভত হােৱা ভােটদানত ভাৰতৰ উপৰি আমেৰিকা আৰু ইউৰােপৰ বহুকেইখন দেশেও গাঞ্জা তথা চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাৰ পৰা বাহিৰত ৰখাৰ সপক্ষে ভােটাদন কৰে। প্ৰস্তাৱৰ বিৰােধিতা কৰে ২৫ খন দেশে। বিৰােধিতা কৰা সকলৰ ভিতৰত আছে চীন,ৰাছিয়া, পাকিস্তান আদি। একমাত্র ইউক্রেইনে বিষয়টোত কোনাে মতামত নিদিলে। ১৯৬১ৰ ছিংগল কনভেনশ্বন অন নাৰক’টিকছু ড্ৰাগছৰ চাৰি নম্বৰ তালিকাৰ পৰা গাঞ্জা আৰু চৰচক বাদ দিবলৈ কৰা ভােটগ্রহণক লৈ প্ৰশ্নৰাে উত্থাপন হৈছে।

ৰাষ্ট্ৰসংঘৰ বক্তব্য অনুসৰি এই ধৰণৰ মাদক দ্রব্যৰ অধিকাংশ ক্ষেত্ৰতে বেআইনী হলেও সাধাৰণভাৱেই ব্যৱহাৰ কৰা হয়। এইবাৰ এইবিলাকক ঔষধ হিচাপে ব্যৱহাৰৰ পথ মুকলি কৰি দিব বিচৰা হৈছে। এই সন্দৰ্ভত হােৱা ভােটদানক ঐতিহাসিক’ আখ্যা দিছে ৰাষ্ট্ৰসংঘই। ভাৰতীয় আইন অনুসৰি গাঞ্জাৰ উৎপাদন অথবা লগত ৰখাটো দণ্ডনীয় অপৰাধ।সম্প্রতি বলিউদৰ তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত মাদক দ্রব্যৰ বিষয়টোও পােহৰলৈ আহিছে।

বলিউদৰ প্ৰায় একুৰিৰাে অধিক লােকক এই সন্দৰ্ভত গ্রেপ্তাৰাে কৰা হৈছে। ২০১৯ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘক মাদক দ্রব্য বিষয়ত ছয়টা প্রস্তাৱ দিয়া হৈছিল। গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাৰ পৰা বাহিৰত ৰখাটোও আছিল এই প্রস্তাৱৰ অন্তৰ্গত। মার্চত উক্ত প্রস্তাৱ মাদক দ্রব্য বিষয়ক আয়ােগৰ সন্মুখত দাখিল কৰা হয়; কিন্তু সদস্য ৰাষ্ট্ৰবিলাকে ইয়াৰ বাবে ভােট বিচৰা নাছিল।

ভােটদান হ’ল যদিও এই বিষয়ত অতি সােনকালে কার্যকৰী ব্যৱস্থা গ্ৰহণৰ কোনাে আশা নাই বুলি ক’ব বিচাৰে বিভিন্ন মহলে। অৱশ্যে চাৰি নম্বৰ তালিকাৰ পৰা গাঞ্জা আৰু চৰচৰ নাম বাদ পৰিলেও এক নম্বৰ তালিকাত এতিয়াও এই দুবিধ মাদক দ্রব্যৰ নাম অন্তর্ভুক্ত হৈ আছে। এক নম্বৰ তালিকাত থকা মাদক দ্রব্য কম বিপজ্জনক চিহ্নিত কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Single Convention on Narcotic DrugsUnited NationsweedWHO
publisher

publisher

Related Posts

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

September 24, 2026
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d