Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সবাতােকৈ প্রাণনাশী হৈছে হৃদৰােগ

publisher by publisher
December 14, 2020
in Health, News
Reading Time: 1 min read
0
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সবাতােকৈ প্রাণনাশী হৈছে হৃদৰােগ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

বিগত এটা বছৰত লক্ষাধিক লােকৰ প্রাণ ল’লে কৰ’না ভাইৰাছে। তৎসত্ত্বেও বিশ্বত গৰিষ্ঠসংখ্যক মানুহৰ মৃত্যুৰ কাৰণ কেৱল ক’ভিড-১৯ নহয়। বৰঞ্চ মৃত্যুৰ দুটা প্রধান কাৰণ হৈছে হৃদৰােগ আৰু ষ্ট্রোক। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ এক শেহতীয়া প্রতিবেদনে এই তথ্য সদৰী কৰিছে।

ADVERTISEMENT

২০০০ৰ পৰা ২০১৯ পর্যন্ত বিগত দুটা দশকত সমগ্র পৃথিৱীতে এই ছবিখনেই দেখা গৈছিল। অৱশ্যে বিগত ২০ বছৰত মৃত্যুৰ প্ৰধান কেতবােৰ কাৰণত যথেষ্ট পৰিৱর্তনাে ঘটিছে। যেনে, যক্ষ্মাৰ দ সংক্ৰামক ৰােগত মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে হ্রাস পাইছে।

আফ্রিকা মহাদেশত মানুহৰ মৃত্যুৰ অন্যতম প্রধান কাৰণ আছিল প্ৰৱল পেটৰ অসুখ বা ডায়েৰীয়া। সেই ৰােগত মৃত্যুৰ হাৰৰ উল্লেখনীয়ভাৱে হ্রাস পাইছে। আফ্রিকাৰ বিভিন্ন দেশত খােৱা পানীৰ সৰবৰাহ আৰু শৌচ ব্যৱস্থাত উন্নতিয়েই মৃত্যুৰ হাৰ কমাৰ প্ৰধান কাৰণ বুলি কোৱা হৈছে। উল্লেখ্য যে বিগত দুটা দশকত মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বৃক্কৰ ৰােগ আৰু মধুমেহত।

হুৱে মধুমেহক জীৱনশৈলীজনিত ৰােগৰ আখ্যা দিছে।জীৱন-যাপনৰ ধৰণ আৰু অত্যধিক ‘জাংক ফুড’ খােৱাৰ ফলতে মধুমেহৰ প্রকোপ যথেষ্ট পৰিমাণে বৃদ্ধি পােৱা বুলি হু’ৰ সমীক্ষকসকলে মত প্ৰকাশ কৰিছে।প্রতিবেদনত ‘হু’ৰ তৰফৰ পৰা বিগত দুটা দশকত মানুহৰ মৃত্যুৰ প্ৰধান কাৰণত পৰিণত হােৱা ঘটনাৰ এখন তালিকাও প্ৰকাশ কৰিছে।

এই তালিকাতে স্পষ্ট হৈছে যে হৃদৰােগ আৰু ষ্ট্রোকতেই বিশ্বত সর্বাধিক লােকৰ মৃত্যু হয়। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি এক সমীক্ষা চলাইছিল। তাতেই এই তথ্য উঠি আহিছে। তালিকা এক নম্বৰত আছে হৃদৰােগ। ২০০০ত হৃদযন্ত্রৰ বিভিন্ন ৰােগত ভােগা প্রতি এক লাখ মানুহৰ ভিতৰত ১১০জনৰে মৃত্যু হৈছিল। কিন্তু ২০১১লৈ সেই হাৰ ১১৫.৩ জনলৈ বৃদ্ধি পায়।

এই তালিকাৰ দ্বিতীয় স্থানত আছে স্ট্রোক। অৱশ্যে ২০০০ত প্রতি এক লাখৰ ভিতৰত ৮৯জন লােকৰ ষ্ট্ৰোকত মৃত্যু হােৱাৰ বিপৰীতে ২০১৯লৈ সেই সংখ্যা প্রতি এক লাখ ৮০,৪ জনলৈ হ্রাস পায়। তৃতীয় স্থানত থকা জন্মগত শাৰীৰিক ত্রুটি আৰু চতুর্থ স্থানত থকা শ্বাস-প্রশ্বাসজনিত ৰােগৰ মৃত্যুৰ হাৰৰ ২০০০ তুলনাত ২০১৯ত কিছু হ্রাস পায়। জন্মগত শাৰীৰিক ত্রুটি প্রতি লাখত ৫২.১জনৰ পৰা ২৬.৪ জনলৈ হ্রায় পায়।

সেইদৰে শ্বাস-প্রশ্বাসজনিত ৰােগত মৃত্যুৰ হাৰ প্ৰতি এক লাখ ৪৯.৭জনৰ পৰা ৩৩.৬ জনলৈ হ্রাস পাইছে। পৰৱর্তী স্থানত থকা কৰ্কটৰ বাহিৰে হাঁওফাঁও আন ৰােগত মৃত্যু হাৰ ২০০০ত প্রতি লাখত ৪৮.৬ জন আছিল যদিও ২০১৯ ৪১.৯ জনলৈ কমে। সেইদৰে ডায়েৰীয়া (প্রতি লাখ ৪৩.১-১৯.৭), যক্ষ্মা (২৮৩-১৫.৭) আৰু এইছআইভি- এইডছ (২২.৫-৮.৮)ত পূর্বৰ তুলনাত শেহতীয়াকৈ মৃত্যুৰ হাৰ কৰিছে যদিও এতিয়াও অন্যতম কাৰণ হৈয়ে আছে।

অৱশ্যে ‘হু’ৱে প্ৰকাশ কৰা তালিকাত নম্বৰত থকা হাঁওফাঁওৰ কৰ্কটত মৃত্যুৰ হাৰ ২০০০ৰ তুলনাত ২০১৯লৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই ৰােগত ২০০০ত মৃত্যু হৈছি প্রতি এক লাখ ১৯.৬ জনৰ। পাছলৈ সেই সংখ্যা ২৩.১ জনলৈ বৃদ্ধি পায়। দশম স্থানত আছে পথ দুর্ঘটনাত মৃত্যু হােৱাৰ কাৰণ।

ইয়াৰ পৰিমাণ প্রতি লাখত ১৯জনৰ পৰা ১৬.৬ জনলৈ হ্রাস পাইছে। পৰৱর্তী তিনিটা স্থানত থকা মধুমেহ, বৃক্কৰ ৰােগ আৰু ডিমেন্সিয়াত মৃত্যুৰ সংখ্যা ২০০০ৰ তুলনাত ২০১৯লৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। মধুমেহত মৃত্যু প্রতি লাখ ১৪.৩ জনৰ পৰা ১৯.৪ জনলৈ, বৃক্কৰ ৰােগত মৃত্যু ১৩.২ৰ পৰা ১৭.৩ জনলৈ আ ডিমেন্সিয়াত মৃত্যু ৯.৫ জনৰ পৰা ২১,৩ জনলৈ বৃদ্ধি পায়।

“হু’ৱে এই সমীক্ষা কৰিছিল ২০১৯ ডিচেম্বৰ পর্যন্ত। তেতিয়াও বিশ্বত মৃত্যুৰ অন্যতম কাৰণৰূপে ক’ভিড-১৯ চিহ্নিত হােৱা নাছিল। সেই বাবেই তালিকাত ক’ভিড়-১৯ৰ উল্লেখ নাথাকিলেও হুৰ প্রতিবেদনত কোৱা হৈছে যে সমগ্র পৃথিৱীৰ পৰিসংখ্যা গ্ৰহণ কৰিলে বিগত কিছু মাহত মৃত্যুৰ অন্যতম কাৰণ হৈছে ক’ৰনা সংক্রমণ। সেয়ে বহু মাৰাত্মক ৰােগক অতিক্ৰম কৰি ক’ভিড-১৯ এতিয়া মৃত্যুৰ অন্যতম কাৰণৰ তালিকাত যষ্ঠ স্থানত থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Healthheart diseaseWHO
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d