Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২০২১-এ বােৱাই আনক প্রেম শান্তি আৰু সুখৰ নিজৰা

publisher by publisher
January 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
২০২১-এ বােৱাই আনক প্রেম শান্তি আৰু সুখৰ নিজৰা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত তামাঙৰ দেহাৱসান

৩৩ বছৰ বয়সত প্রেমিকৰে বিবাহ গায়িকা-অভিনেত্রী ছেলেনা গ’মেজৰ

পাৰপত্ৰ বাতিলৰে দিলজিতক নিষিদ্ধ কৰিবলৈ মোদীক দাবী এফডব্লিউআইচিইৰ

মাতৃভূমি এৰি পেছাদাৰী কাৰণতে সম্প্রতি পুনেত থাকিবলগীয়া হৈছে যদিও অনবৰতে অসম প্ৰাণ মন অংকিতা নন্দী আৰু অন্তৰা নন্দীৰ। ২০২১ৰ দুৱাৰডলিত থিয় হৈ আজি দুই ভগ্নীৰ বাৰুকৈ মনত পৰিছে অসমলৈ। নন্দী ছিষ্টাৰ্ছৰূপে সংগীতৰ ক্ষেত্ৰখনত জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হােৱা এই দুই ভগ্নীয়ে নৱবৰ্ষত অসম আৰু ইয়াৰ সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ আগুৱাই নিবলৈ নিজ সামর্থ্য অনুযায়ী চেষ্টা চলাব বুলি গভীৰভাৱে সংকল্পবদ্ধ।

ADVERTISEMENT

২০২১ত আমি দুই ভগ্নীয়ে আমাৰ মাতৃভূমি আৰু ইয়াৰ সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিবলৈ অধিক ৰূপত জড়িত হ’ম বুলি গভীৰ আশাবাদী। অসম আমাৰ মাতৃভূমি আৰু অসমৰ স’তে আমাৰ সংযােগ অতি দৃঢ়। প্রতি বছৰে আমি ককা-আইতাহঁতক সাক্ষাৎ কৰিবলৈ বন্ধকালীন অসমলৈ যাওঁ। আমাৰ ইয়াত ঘৰ থাকিলেও পৰিয়ালৰ সকলাে লােক অসমতে আছে। ২০২০ত আমি বিহুৰ সময়ত অতিমাৰীৰ বাবে অসমলৈ যাব নােৱাৰিলাে ৷

অসমৰ ৰাইজৰ মৰম আৰু সৰলতা আমি বাৰুকৈ মিছ কৰিছে আৰু লগতে পিঠা, বৰা চাউল, মাছৰ টেঙা আদিৰ দৰে আমাৰ ঘৰুৱা খাদ্যবােৰৰ অভাৱ অনুভৱ কৰিছাে। আশা কৰাে ২০২১ত আমি মাতৃভূমিলৈ উৰা মাৰিব পাৰিম। “দৈনিক অগ্রদূত’ৰ স’তে হােৱা আছুতীয়া সাক্ষাতত দুই ভগ্নীয়ে কয়, আমি অসমৰ প্ৰতিজন লােককে, আপােনা লােকৰ কাকতৰ গ্ৰাহক-অনুৰাগী প্রতিজনলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছাে আৰু সপােন সার্থক হ’ব বুলি আশা প্রকাশ কৰিছাে।

২০২০ আমাৰ বাবে আনন্দৰ বার্তাবাহক নাছিল। আৰু পৃথিৱীবাসীৰ বাবে নাছিল। ক’ভিড আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অহা যন্ত্রণা, মৃত্যু, উপার্জনহীনতা আৰু নানা ধৰণৰ আর্থ-সামাজিক সংগ্রামে মানুহৰ জীৱন দুর্দশাগ্রস্ত কৰি তুলিছে। এই বছৰতে আমি বহু বিশিষ্ট ব্যক্তিক হেৰুৱালাে। আমাৰ দৃষ্টিৰে ক’বলৈ গ’লে ২০২০ আছিল এনে এটা বর্ষ যিয়ে সংগীতজ্ঞসকলৰ আৰু ইয়াৰ স’তে জড়িত গায়ক, কম্প’জাৰ, ইভেন অর্গেনাইজাৰ আদিয়ে উপার্জনৰ পথ রুদ্ধ কৰিলে।

কিন্তু তেওঁলােকৰ জীৱিকা জীয়াই থাকিব লাগিব। তেওঁলােকেও ই এম আই আদায় দিব লাগে, পৰিয়াল চলাব লাগে আৰু আন সামাজিক দায়বদ্ধতাও পালন কৰিব লাগে। আমি এই ক্ষেত্ৰত ২০২১৩ কিছু সহায়-সহযােগ প্রত্যক্ষ কৰিলে আনন্দিত হ’ম আৰু আমি নৱবৰ্ষত আহ্বান জনাওঁ যাতে আমাৰ মৰমৰ চেলিব্রিটীসকলৰ কলাৰ বাবেও আমি ধন আদায় দিওঁ আৰু সকলাে সময়তে বিনামূলীয়াকৈ নিবিচাৰাে। ইয়াৰ দ্বাৰা চেলিব্রিটীসকলে তেওঁলােকৰ টীমক সহায় কৰিব পাৰে।

এই দুই অসম কন্যাই কয় যে অতীতক পাহৰি এতিয়া আগুৱাই যােৱাৰ সময়। আমি অনিশ্চয়তাৰ বাবে অধিক সাজু হৈ থাকিব লাগিব। অসুবিধাসমূহক সুযােগলৈ পৰিৱর্তিত কৰিব লাগিব আৰু যথাসম্ভৱ এজনে আনজনক আহক সহায় কৰাে। আহক এই বিশ্বলৈ অধিক মৰম, শান্তি আৰু সুখ কঢ়িয়াই আনাে। সকলােৰে প্রতি আন্তৰিকতা আমি প্রদর্শন কৰিব লাগে।

আমি অধিক অধিকতৰ নিভাঁজ সংগীতৰ প্ৰসাৰৰ বাবে অংগীকাৰবদ্ধ আৰু সংগীতৰ জৰিয়তে সকলােলৈ সুখ আৰু শান্তি কঢ়িয়াই আনিব বিচাৰাে। এই বার্তা দুই ভগ্নীৰ। ২০১৬ৰে পৰা এই দুই ভগ্নীয়ে একেলগে গীত পৰিৱেশন কৰিবলৈ লয়। পিংগা, হুম্মা হুম্মা, পিয়া টু আদিৰ দৰে সংগীতৰে বিপুল জনপ্রিয়তা অর্জন কৰা দুই ভগ্নীক অনুৰাগীয়ে কাপ গাৰ্লছ অথবা ক্লেপ ছিষ্টাৰ্ছ বুলি অভিহিত কৰে ।

তলাবন্ধৰ সময়ত তেওঁলােকে ‘বেলকনি কনচার্ট’ পুনৰ আৰম্ভ কৰে আৰু অসমীয়া, বাংলা, মাৰাঠী, তেলেগু, মালায়ালম, ভােজপুৰী আৰু হিন্দী ভাষাত তেওঁলােকৰ এই পৰিৱেশনৰ ভিডিঅ’ চৌপাশে ভাইৰেল হৈ পৰে। অন্তৰা আৰু অংকিতাৰ পিতৃ এজন অভিযন্তা আৰু মূলতঃ গুৱাহাটী নুনমাটিৰ বাসিন্দা। তেওঁলােকৰ মাতৃ তেজপুৰৰ। অন্তৰাৰ জন্ম হৈছিল শিৱসাগৰত আৰু কনিষ্ঠা অংকিতাৰ জন্ম হৈছিল তিনিচুকীয়াত ।

পিতৃৰ চাকৰি সূত্রে তেওঁলােকে অসমৰ বাহিৰলৈ যায়। অন্তৰাই কয় যে ২০০৯ পর্যন্ত গান গােৱাটো তেওঁৰ বাবে আছিল অৱসৰ বিনােদন। পৰৱৰ্তী সময়ত তেওঁ ৰিয়েলিটী শ্বত অংশগ্রহণ কৰে আৰু এটা সময়ত অনুষ্ঠান পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। তেওঁ পদ্মশ্রী ওস্তাদ ছিদ খানৰ অধীনত চাৰে চাৰি বছৰ বয়সৰ পৰা হিন্দুস্তানী ধ্রুপদী ভকেলৰ প্রশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ সংগীতৰ এই ধাৰাৰ আই টি চি সংগীত গৱেষণা একাডেমীত কনিষ্ঠ স্কলাৰৰূপেও যােগ দিছিল ।

ভাৰতীয় ধ্রুপদী সংগীতৰ অধ্যয়নে তেওঁৰ জীৱনলৈ শৃংখলা কঢ়িয়াই অনা বুলি কোৱা অন্তৰাই উল্লেখ কৰে যে পিতৃ-মাতৃয়ে তেওঁলােকৰ মেৰুদণ্ডস্বৰূপ। পিতৃ-মাতৃয়ে তেওঁলােকক অনবৰতে উৎসাহ যােগাই আহিছে। আমাৰ মায়ে মামাৰ শ্ৰেষ্ঠ সমালােচক। তেওঁ আমাৰ ভিডিঅ’সমূহ পৰিচালিত কৰে, আমাৰ ষ্টাইল কৰাই দিয়ে আৰু আমাৰ প্ৰকল্পৰ বাবে ধাৰণাও দিয়ে। তেওঁৰ বাবে আমি গতিশীল হৈ থাকো আৰু আজি এই স্থানত উপনীত হৈছাে ।

দেউতাই আমাৰ বাবে দিনে-নিশাই কষ্ট কৰে আৰু আমাক অতি বেছি মৰম কৰে। এই দুই ভগ্নীৰ বাবে সংগীত হৈছে প্রার্থনা-সাধনা। সকলাে দুখ-বেদনা, বেয়া ভাবৰ দৰৱ হৈছে সংগীত। এয়া তেওঁলােকৰ অনুভৱ। দুই ভগ্নীৰ ভিডিঅ’ বিশ্বজুৰিয়ে ভাইৰেল হৈছে।

ফেচবুকত পুৱা চাৰি বজাতে যশস্বী শিল্পী কল্পনা পাটোৱাৰীৰ বার্তা আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীৰ টুইট আদিৰ কথা তেওঁলােকে কেতিয়াও পাহৰিব নােৱাৰে বুলি কয়। ২০১৫-১৬ৰ পৰাই সামাজিক মাধ্যমযােগে বিপুল খ্যাতি অর্জন কৰা এই দুই ভগ্নীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে ‘দৈনিক অগ্রদুতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nandy sistersnew year wishsinger
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d