Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কংগ্ৰেছ-আজমলে ধৰ্মীয় সংখ্যালঘু লোকক কৰিলে তৃতীয় শ্ৰেণীৰ নাগৰিক : অতুল বৰা

publisher by publisher
January 6, 2021
in Assam, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছ-আজমলে ধৰ্মীয় সংখ্যালঘু লোকক কৰিলে তৃতীয় শ্ৰেণীৰ নাগৰিক : অতুল বৰা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

টিকট নাপাই ক্ষোভ!

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

ৰাজ্যৰ ১৮ লাখ কৃষকে লাভ কৰিলে পিএম কিষাণৰ কিস্তিৰ ৩৬৩ কোটি

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰান্তে প্ৰান্তে অসম গণ পৰিষদে দলীয় কৰ্মী সভা তথা জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি এক প্ৰবল জনজাগৰণ সৃষ্টি কৰাৰ সময়তে এইবাৰ বৰাক উপত্যকাতো বাজি উঠিল দলটোৰ ৰণদন্দুভি ।আজি বৰাকৰ আকাশে বতাহে হেজাৰ হেজাৰ ধৰ্মীয় সংখ্যলঘু লোকৰ কণ্ঠতো সমস্বৰে প্ৰতিধ্বনিত হ’ল কেৱল অগপ জিন্দাবাদ । সভাত উপস্থিত দলটোৰ সভাপতি মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণেৰে কংগ্ৰেছ আৰু এই আই ইউ ডি এফক সমালোচনাৰে কৰে । কংগ্ৰেছৰ গাত ক’ৰনাতকৈয়ো ভয়াৱহ ভাইৰাছ লম্ভিছে কয়।লগতে তেওঁ কয় যে আজমলে বটলৰ পানীত ফু মাৰি, জৰা ফুকা কৰি চাৰিওফালে বেমাৰ বিয়পাই আছে । আজমলৰ এই পানী কংগ্ৰেছেও ঢোকে ঢোকে খাইছে । কিন্তু এইবেলি কংগ্ৰেছৰ বেমাৰ ভাল হোৱাৰ কোনো লক্ষণ নাই । কাৰণ কৰ’নাতকৈয়ো ভয়াৱহ ভাইৰাছ কংগ্ৰেছৰ গাত লাগিছেহে ।

ADVERTISEMENT

সেইবাবে কংগ্ৰেছৰ পৰা পৰিত্ৰাণ পাবলৈ দলটোৰ ডাঙৰ ডাঙৰ নেতাই এতিয়া বিজেপি বা আন দললৈ ঢাপলি মেলিছে । কংগ্ৰেছৰ এই ভয়ংকৰ গৰাখহনীয়া ৰোধ হোৱাৰ আৰু কোনো সম্ভাৱনা নাই । কংগ্ৰেছ আৰু আজমলৰ এ আই ইউ ডি এফ দলে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকক একেবাৰে তৃতীয় শ্ৰেণীৰ নাগৰিক কৰি পেলালে বুলি দাবী কৰি সভাপতি বৰাই কয় যে ইয়াৰ পৰা ধৰ্মীয় সংখ্যালঘু ৰাইজ উদ্ধাৰ হোৱাৰ একমাত্ৰ উপায় হৈছে সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দল অসম গণ পৰিষদৰ পতাকাৰ তলত ঐক্যবদ্ধভাৱে সমবেত হোৱা ।

অসম গণ পৰিষদে আন জাতি জনগোষ্ঠীৰ উপৰি বৰাকৰ ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ লোককো দলটোৰ মজিয়াত সম মৰ্যদা, সম অধিকাৰ, সম বিশ্বাস, সন্মান আৰু সমশ্ৰদ্ধা দিব । সেয়েহে অসম গণ পৰিষদৰ এই নতুন যাত্ৰাৰ সমভাগী আলগাপুৰবাসীও হ’ব লাগিব । বিজেপিৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ মিত্ৰ জোটৰ চৰকাৰ দিছপুৰত আকৌ এইবাৰ হ’বই । যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকৰো উন্নতি বিচাৰে তেন্তে আলগাৰপুৰৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ ৰাইজ অগপৰ মজিয়ালৈ আহক

। ইয়াত কংগ্ৰেছ- এআইইউডিএফ শক্তিশালী হোৱা মানে আকৌ বৰাক বা আলগাপুৰ সমষ্টিটো বহু পিচুৱাই যোৱা । কাৰণ শিয়ালৰ ডিঙিত মঙহৰ ভাৰ আৰি দিয়াৰ নিচিনা হ’ব । গতিকে আলগাপুৰবাসীয়ে কংগ্ৰেছ, এআই ইউ ডি এফক খেদিম বুলি আজিৰ পৰা প্ৰতিজ্ঞা বদ্ধ হওক, সংকল্প লওক । অগপই ধৰ্মীয় সংখ্যালঘু ৰাইজকো পূৰ্বৰ দৰে অনাগতো দিনতো সম মৰ্যদা দি স্বভিমান ৰক্ষা কৰিব আৰু অগপৰ মজিয়াত ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ লোকে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যদা লাভ কৰিব । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পৰ্বতসম দুৰ্নীতিৰে ঠিকাদাৰী বিভাগত পৰিণত কৰা কৃষি বিভাগত এতিয়া যুগন্তকাৰী পৰিবৰ্তন আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই

লগতে কয় যে কংগ্ৰেছৰ শাসনত দুৰ্নীতিয়ে আছিল প্ৰধান নীতি । সেইবাবে এপিএছচিকে ধৰি সকলো বিভাগতে অভাবনীয় দুৰ্নীতি বিয়পি পৰিছিল । যাৰ বাবে বৰাক উপত্যকাতো উন্নয়নৰ গতি স্তব্ধ হৈ পৰিছিল । কিন্তু এইখন চৰকাৰৰ দিনত দুৰ্নীতিক কঠোৰভাবে নিয়ন্ত্ৰণ কৰা হৈছে । সেইবাবে স্বাধীনতাৰ পাছত কংগ্ৰেছে বাৰে বাৰে টেঙা আম বেছি আৰু নানা কূট কৌশলেৰে ৰাইজকো টেঙা আম খুৱাই একাধিকবাৰ ক্ষমতালৈ আহিছিল যদিও এতিয়া আৰু সফল হব নোৱাৰে । কংগ্ৰেছৰ লগ লাগি আজমলেও ৰাইজক টেঙা আম খুৱাই দিছপুৰলৈ আহিব বিছাৰিছে যদিও ৰাইজ এতিয়া সজাগ সচেতন হ’ল ।

কংগ্ৰেছ – আজমলৰ টেঙা আম ৰাইজে নাখায় বুলি ইতিমধ্যে সংকল্প লৈছে । তাৎপৰ্যপূৰ্ণভাবে সমাৰোহত উপস্থিত অগপৰ হাইলাকান্দি জিলা বিধান পৰিষদৰ সভাপতি আফতাবউদ্দিন লস্কৰক উদ্দেশ্যি সভাপতি বৰাই কয় যে তেওঁৰ উথ্থানত বিৰোধী শক্তিয়ে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচিছিল যদিও এই ষড়যন্ত্ৰ এতিয়া উফৰি গৈছে । আজিৰ সমাৰোহত দলটোৰ নেতা বিমলেন্দু সিংহ, সুনীল ডেকা, ড: তপন দাস, জিতু বৰগোহাঞি, সুদীপ দে, অংশুমান দত্ত, গুণমণি ভূঞা,ত্ৰিনয়ন বৰুৱা, চেলিমুদ্দিন লস্কৰ প্ৰমুখ্য অন্যান নেতা কৰ্মী উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Atul BoraborakPresident of Asom Gana Parishad
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d