Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰা একতাৰ জীৱনক জয়

publisher by publisher
February 6, 2021
in India, News
Reading Time: 1 min read
0
তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰা একতাৰ জীৱনক জয়
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Bridge Inspection in Uttarakhand : উত্তৰাখণ্ডৰ অধিকাংশ দলঙে এতিয়া বিপজ্জনক ,জনালে সমীক্ষাই

ডেহৰাদুনত অসম ছাত্ৰ পৰিষদৰ গোট গঠন

পাঁচ বছৰীয়া নবালিকাৰ স্বাস্থ্য পৰীক্ষাত যৌন নিৰ্যাতনৰ প্ৰমাণ , পাৰ্লৰ বিৰুদ্ধে বিবৃতি জাৰি

জীৱনৰ ২০টা বছৰ অতি দুখত কটাইছিল একতায়ে।কোনো অভিনেত্ৰীতকৈ কম নহয় বাস্তৱৰ এই একতা।সকলো দুৰ্গম পৰিস্থিতিক জয় কৰি বাস্তৱৰ একতা আজি এগৰাকী প্ৰতিষ্ঠিত ফিটনেছ প্ৰশিক্ষক।দেহৰাডুনত জন্ম গ্ৰহণ কৰিছিল একতাই। তেওঁ নৈনিতালৰ বিৰলা মন্দিৰ বিদ্যালয়ৰ শিক্ষক ।

ADVERTISEMENT

একতা শিশু থাকোঁতেই তেওঁৰ মাকে তেওঁক এৰি গৈছিল। তেতিয়াৰ পৰা তেওঁৰ দেউতাকৰ স’তেই থাকিয়ে ডাঙৰ হৈছিল আহিছে। তেওঁৰ দেউতাকৰ বাবে একতাৰ সকলো কাম লগতে তেওঁৰ নিজৰ কাম চোৱা চিতাৰ বাবে সম্ভৱ নাছিল। একতাৰ খাদ্যৰ প্ৰতি পৰ্যাপ্ত মনোযোগ দিব পৰা নাছিল দেউতাকে ফলস্বৰূপে, একাতাই শিশু থাকোতেই অপুষ্টিত ভুগিছিল।

লগতে তেওঁ বিদ্যালয়ত সঠিকভাৱে অধ্যয়নো কৰিব পৰা নাছিল। যাৰ বাবে একতা অতি কম বয়সত স্বানিৰ্ভৰ হ’বলৈ শিকিছিল। তেওঁ দিনটোৰ বেছিভাগ সময় স্কুলৰ বাহিৰত খেলি কটাইছিল। যেতিয়া একতাৰ বয়স ১৮ বছৰ আছিল, সেই সময়তে দেউতাকে একতাক বিয়া দি দিছিল। তেতিয়াই তেওঁৰ জীৱন সলনি হ’বলৈ আৰম্ভ কৰিছিল।

একতাই বিবাহৰ পূৰ্বেই অনুভৱ কৰিছিল যে তাইৰ স্বামীৰ ঘৰৰ মানুহে বিবাহৰ আগতে বহুতো সত্য গোপনে ৰাখিছিল । কেইদিনমানৰ পিছত, একাতাই বুজিপাইছিল যে তেওঁ স্বামীৰ ঘৰত থকাটো সম্ভৱ নহয়।স্বামীয়ে তেওঁক শাৰীৰিক সম্পর্কৰ নামত নিৰ্যাতন চলাইছিল। একতা বয়সত স্বামীতকৈ বহুত সৰু আছিল। বাৰে বাৰে ধৰ্ষণ কৰা হৈছিল একতাক। এই সকলো সহ্য কৰিব নোৱাৰি এদিন একাতাই তাইৰ স্বামীৰ ঘৰৰ পৰা নৈইনিতালৰ ঘৰলৈ পলাই গৈছিল।

কিন্তু সকলোৱে মিলি তেওঁক মানসিক বিধৱস্ত কৰি পেলাইছিল , তেওঁৰ বাবে বিবাহৰ পিছত দীৰ্ঘদিন ধৰি দেউতাকৰ ঘৰত থকাটো সম্ভৱ নাছিল। তেওঁ আনকি নিজৰ অধ্যয়নো সম্পূৰ্ণ কৰিব পৰা নাছিল। ফলস্বৰূপে, তেওঁ নিজে উপাৰ্জন কৰি আত্মনিৰ্ভৰকাৰী হ’ব পৰা নাছিল।

মানসিক ভাৱে অত্যন্ত আৱেগিক হৈ পৰিছিল একতা আৰু সেই সময়ত তিনিবাৰ আত্মহত্যাৰো চেষ্টা কৰিছিল একতায়ে। তেওঁক অন্তিমবাৰৰ চিকিৎসালয়তো ভৰ্তি কৰিবলগীয়া হৈছিল। আৰু যেতিয়া তেওঁ তালৈ গৈছিল, তেওঁ জানিব পাৰিছিল যে তেওঁ গৰ্ভৱতী আছিল। একতাৰ এজনী ছোৱালী জন্ম হয়। কিন্তু তেওঁ নাজানিছিল যে তেওঁ দৰিদ্ৰ পৰিয়ালত তেওঁৰ সন্তানক সঠিক খাদ্য দিব পাৰিব নে নাই।

একতায়ে ছোৱালীজনীক ডাঙৰ কৰাৰ বিষয়ে চিন্তিত আছিল। এসময়ত একতাই ছোৱালীজনীক এটা নিসন্তান দম্পতীক হস্তান্তৰ কৰাৰ কথা ভাবিছিল। যদিও তেওঁৰ বাবে এনে কৰাটো সম্ভৱ নাছিল। একাতাই কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমে নৈনিতালৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁৰ তিনি বছৰীয়া ছোৱালীক দেউতাকৰ স’তে ঘৰত এৰি টকা উপাৰ্জন কৰিবলৈ দিল্লীলৈ গৈছিল।

তেওঁ দিল্লীত বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁ এজন ফেশ্বন ডিজাইনাৰক সহায় কৰিছিল, কেতিয়াবা তেওঁ ছবিৰ ছেটতো সহকাৰী হিচাপে কাম কৰিছিল। কেতিয়াবা তেওঁ শিক্ষকতা কৰিছিল। কিন্তু কোনো কামে তেওঁক সুখী কৰিব পৰা নাছিল।একাতাৰ এজন দূৰৰ সম্পৰ্কীয় ভাতৃ কানাডাত বাস কৰিছিল আৰু একতায়ে তেওঁৰ ছোৱালীজনীৰ স’তে এদিন কানাডালৈ গৈছিল।

তাত এজন বন্ধুৱে তেওঁক যোগ প্ৰশিক্ষণ ল’বলৈ কলে আৰু একতাই পুনৰ মুম্বাইলৈ উভতি আহি আৰু যোগ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। যোগৰ উপৰিও, তেওঁ আন বহু ফিটনেছ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।এঠাইত তেওঁক শশাংকৰক লগ পাইছিল। শশাংকৰ আছিল বিদ্যালয়ত তেওঁৰ জ্যেষ্ঠ । শশাংকৰক তেওঁক ফিটনেছৰ বিষয়ে বিভিন্ন কথা কলে ।

ফিটনেছ উদ্যোগত কিমান প্ৰতিযোগিতা হয় সেই সকলোবোৰ কথাই শশাংকৰে একতাক বুজাই দিছিল ।একতা এতিয়া এজন প্ৰতিষ্ঠিত ফিটনেছ প্ৰশিক্ষক। তেওঁ ভাৰত্তোলনত সোণৰ পদকপ্ৰাপ্ত ৰাষ্ট্ৰীয় বিজয়ী।বৰ্তমান একতাই স্বামী শশাংকৰ স’তে দেহৰাডুনত এটা ফিটনেছ ষ্টুডিঅ’ পৰিদৰ্শক হিচাপে কৰ্মৰত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DehradunEkta Kapoorfitness trainer
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d