Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

টোপনি ক্ষতিও হ’ব পাৰে বহু ৰোগৰ কাৰণ

publisher by publisher
February 11, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
টোপনি ক্ষতিও হ’ব পাৰে বহু ৰোগৰ কাৰণ
25
SHARES
247
VIEWS
ShareShareShareShare

যি ব্যক্তিয়ে দৈনিক ছয় ঘণ্টাতকৈ কম শুৱে তেওঁলােকৰ ডায়েবেটিচ, মেদবহুলতা, স্ট্রোক আদি সমস্যা হােৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিভিন্ন গৱেষণাৰ পােৱা তথ্য অনুসৰি যিসকলে টোপনি খটি কৰে তেওঁলােকৰ শৰীৰত এবিধ বিশেষ প্ৰকাৰৰ হৰম’ন ঘ্রেলিন( ghrelin)ৰ উৎপাদন বৃদ্ধি হয় আৰু আন এবিধ হৰম’ন লেপটিনৰ (leptin) উৎপাদন হ্রাস হয়। লেপটিনে আমাৰ মগজুক ভােক নাই বুলি সংকেত পঠিয়ায়, তেতিয়া আমাৰ খাবলৈ মন নাযায়।

ADVERTISEMENT

আনহাতে ঘ্রেলিনে আমাৰ মগজুলৈ ভােক লগাৰ সংকেত পঠিয়ায় । সেয়েহে টোপনি খটি কৰা মানুহৰ ভােক বৃদ্ধি হয় আৰু চর্বি জাতীয় খাদ্যৰ প্রতি আসক্তি বাঢ়ি যায় যাৰ ফলস্বৰূপে মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে। টোপনি ক্ষতি কৰিলে শৰীৰৰ বিভিন্ন জৈৱিক ক্রিয়া বা বায়’লজিকেল প্রচেছ যেনে শৰ্কৰাৰ বিপাক, ৰক্তচাপ আদিত বিৰূপ প্ৰভাৱ পৰে যাৰ বাবে ডায়েবেটিচ, উচ্চ ৰক্তচাপ হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

ৰাতি শুই থাকোতে আমাৰ ব্রেইন বা মগজুৱে কিছুমান অলাগতিয়াল বর্জ্য পদার্থ নিষ্কাশন কৰে যিটো আমাৰ মানসিক সুস্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় । দৈনিক ছয় ঘণ্টাতকৈ কম শুলে লাহে লাহে মগজুত বিতা এমাইলয়ড (beta amyloid) নামৰ এবিধ বিশেষ প্ৰটিনৰ বৃদ্ধি হয় যি এলজেইমাৰ (Alzheimer’s disease) নামৰ ৰােগ সৃষ্টিত অৰিহণা যােগায়। কম শােৱা ব্যক্তিৰ জীৱনৰ শেষৰ সময়ছােৱাত স্মৃতিশক্তি কমি যােৱাৰ সম্ভাৱনা বেছি হয়। সেয়েহে আমাক দৈনিক পর্যাপ্ত পৰিমাণৰ টোপনিৰ প্রয়ােজন।

টোপনি ক্ষতি কৰিলে আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতাও কমি যায় কাৰণ ইয়াৰ বাবে প্ৰয়ােজনীয় এন্টিব’ডী গঠন হােৱাত বাধাৰ সৃষ্টি হয়। সেয়েহে টোপনি ক্ষতি কৰা লােক সঘনে চর্দি, কাহ, এলার্জিজনীত ৰােগত ভুগি থাকে ৷ গৱেষণাৰ পৰা দেখা গৈছে যে টোপনি ক্ষতি কৰা ব্যক্তিৰ শৰীৰত বগা তেজৰ কণিকাৰ (WBC) পৰিমাণ অথবা কেনচাৰ প্ৰতিৰােধী কোষ বা নেচাৰেল কিলাৰ চেলৰ হ্রাস হয় যাৰ বাবে প্ৰষ্টেট কেনচাৰ, ব্রেষ্ট কেনচাৰ আদি হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

টোপনি ক্ষতি কৰা ব্যক্তিৰ খােৱা বােৱা অনিয়মীয়া হােৱাৰ বাবে গেছ, বদহজম বা অন্য পেটৰ সমস্যা হােৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ৰাতিৰ আহাৰত মাছ মাংসৰ দৰে গুৰুপাকী খাদ্য খাই টোপনি ক্ষতি কৰিলে সেই আহাৰ হজম হােৱাত সমস্যাৰ সৃষ্টি হয় যাৰ বাবে পেটৰ নানা ৰােগ হ’ব পাৰে।

বহু দিন ধৰি টোপনি ক্ষতি কৰিলে শৰীৰত কর্টিজল (cortisol) নামৰ হৰম’ন বিধৰ বুৰণ বৃদ্ধি হয় যাৰ বৃদ্ধি ডায়েবেটিচ, মেদবহুলতা, উচ্চ ৰক্তচাপ আদিৰ কাৰণ হ’ব পাৰে। ৰাতি মেলাটনিন নামৰ হৰমন সক্রিয় হােৱাৰ বাবে আমাৰ টোপনি আহে। কিন্তু টোপনি ক্ষতি কৰিলে এই হৰমনৰ কাৰ্যত ব্যাঘাত হয়। যিসকল ব্যক্তি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি সমস্যাত ভুগি আছে তেওঁলােক বিশেষভাৱে এইক্ষেত্ৰত সাৱধান হােৱা উচিত। কর্টিজল হৰম’ন বৃদ্ধিৰ বাবে ষ্ট্ৰেছত ভােগাৰ সম্ভাৱনাও বৃদ্ধি হয় ৷ ষ্ট্ৰেছ আৰু কর্টিজল হৰমন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিও ক’ব পাৰি।

বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে টোপনি ক্ষতি কৰিলে থাইৰয়ড হৰমনৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে যাৰ ফলত হাইপ’থাইৰয়ডিজমৰ (hypothyroidism) দৰে সমস্যাৰ বৃদ্ধি পাইছে। টোপনি ক্ষতি কৰিলে বয়সৰ চাপ সােনকালে পৰে, ছালৰ উজ্জ্বলতা হেৰাই যায়, চকুৰ গুৰি ক’লা পৰে, শালমনৰ সমস্যা আৰু আন বহুতাে সমস্যা বৃদ্ধি হয়। পর্যাপ্ত পৰিমাণে টোপনি নহ’লে চুলি সৰা সমস্যাও বৃদ্ধি হয়।

দিন ৰাতি এই চক্ৰটো বিশ্বব্রহ্মাণ্ডৰ এটা চিৰন্তন নিয়ম। ৰাতি হ’লে সকলাে প্ৰাণীয়ে বিশ্রাম লয়। একমাত্র নিশাচৰ প্ৰাণী বাদুলি, ফেঁচা আদিয়েহে চিকাৰৰ বাবে ৰাতি ভ্রমণ কৰে । প্ৰকৃতিৰ কোনাে জীৱই এই নিয়ম ভংগ নকৰে। একমাত্র জীৱশ্রেষ্ঠ মানুহেহে প্ৰকৃতিৰ নিয়মসমূহ ভংগ কৰিছে। সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়ােজন ৷ যেতিয়াই এই নিয়ম ভংগ কৰি দিনক ৰাতি কৰা হয় আৰু ৰাতিক দিন কৰা হয় তেন্তে আমাৰ শৰীৰত তাৰ বিৰূপ প্ৰভাৱ পৰিবই।

বর্তমান সময়ৰ যুৱপ্ৰজন্ম প্রবল মানসিক চাপ, ডিপ্ৰেছন আদিত ভােগাত ইন্ধন যােগাইছে এই টোপনি ক্ষতি নামৰ তথাকথিত ব্যাধিটোৱে। সেয়েহে আমি যিমান পাৰাে প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে নােযােৱাটো বাঞ্ছনীয়। ৰাতি ভালকৈ শােৱক আৰু স্বাস্থ্যবান হৈ থাকক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: benefits of sleepingHealth
publisher

publisher

Related Posts

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d