Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধন দাবী কৰি হোজাই জেলত আৰটিআই কৰ্মী

নিজকে আজমলৰ কৰ্মচাৰী বুলি দাবী

publisher by publisher
February 23, 2021
in Assam, Crime, India, News
Reading Time: 1 min read
0
ধন দাবী কৰি হোজাই জেলত আৰটিআই কৰ্মী
3
SHARES
30
VIEWS
ShareShareShareShare

তথ্য জনাৰ অধিকাৰ আইনক ধন ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা এজন ভুৱা আৰটিআই কৰ্মীক কালি ৰাইজে লপা-থপা দি হোজাই আৰক্ষীক চমজাই দিয়ে ৷ সাধাৰণ লোকক ভীতিপ্ৰদৰ্শন কৰিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ অপব্যৱহাৰ কৰি হোজাই আৰক্ষীৰ জালত পৰিল ভীতিপ্ৰদৰ্শনকাৰী জমিৰ উদ্দিন  ৷ ভুৱা আৰটিআই কৰ্মীজনে নিজকে কৃষক সংগ্ৰাম পৰিষদৰ সভাপতি বুলি পৰিচয় দি হোজাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্যালয় সমূহত আৰটিআইৰ আবেদন কৰি পাছত ধনৰ বাবে ভীতিপ্ৰদৰ্শন কৰি আহিছিল ৷

ADVERTISEMENT

এইবাৰ হোজাইৰ আজমল ফাউণ্ডেচনত আৰটিআইৰ আবেদন কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে হোজাইৰ মোৰাজাৰৰ জমিৰ উদ্দিনক ৷ পূৰ্বেও আৰটিআইৰ নামত ধন বিচৰাৰ বাবদ কে’বাবাৰো জেল হাজোতলৈ গৈছিল লোকজন৷

RelatedPosts

10 richest candidates in assam assembly elections:অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা শীৰ্ষৰ ১০ ধনী প্ৰাৰ্থী

Asaduddin Owaisi:অসমলৈ আহিব হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছী

AIUDF Candidate List Announced:এআইইউডিএফৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা

কেইদিনমান পূৰ্বে ভুৱা আৰটিআই কৰ্মীজনে আজমল ফাউণ্ডেচনত নিজৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছিল ৷ মৌলানা বদৰুদ্দিন আজমলে এই কথা জানিব পাৰি লোকজনক চিকিৎসাৰ বাবে ৫০ হেজাৰ টকা প্ৰদান কৰে৷ তাৰ পাছতে জমিৰ উদ্দিনে পুনৰ ধন বিচাৰি হাৰাশাস্তি চলাইছিল আজমল ফাউণ্ডেচনৰ বিষয়াসকলক৷ ধন লাভ নকৰি জমিৰ উদ্দিনে আৰটিআইযোগে আজমল ফাউণ্ডেচনৰ কিছু তথ্য বিচাৰিছিল৷ তথ্য প্ৰদান কৰাৰ পাছতো লোকজনে আৰটিআই উঠাই লোৱাৰ বাবদ ধন বিচাৰি ভীতিপ্ৰদৰ্শনত লিপ্ত হয়৷ বাৰে বাৰে বিষয়াসকলক ধন বিচাৰি ভীতিপ্ৰদৰ্শনৰ লগতে ভাবুকি প্ৰদান কৰে ৷

আজি ভুৱা আৰটিআই কৰ্মীজনে ফাউণ্ডেচনৰ কাৰ্যালয়ত আহি সঞ্চালক ড° খচৰুল ইছলামক ভাবুকি দি আৰটিআই উঠাই লোৱাৰ নামত পুনৰ ধন বিচাৰে৷ ফাউণ্ডেচনে লগে লগে হোজাই আৰ‌ক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে ভুৱা আৰটিআই কৰ্মীজনক ৷ ভুৱা আৰটিআই কৰ্মীজনে ধন বিচৰাৰ তথ্যসহ আজমল ফাউণ্ডেচনে হোজাই থানাত এটা গোচৰ দাখিল কৰিছে ৷

ইফালে হোজাইৰ একাংশ ব্যৱসায়ীকো ভীতিপ্ৰদৰ্শন কৰা জমিৰ উদ্দিনক ৰাইজে আজি আৰক্ষীক চমজাই দিয়াৰ পূৰ্বে ৰাইজে লপা-থপা দিয়ে ৷ ইতিমধ্যে জমিৰ উদ্দিনে স্থানীয় বহু ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠানত দাখিল কৰা আৰটিআই আবেদন উঠোৱাৰ বাবে ধন দাবী কৰাৰ অডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ সহজ-সৰল ৰাইজক ভীতিপ্ৰদৰ্শন কৰি পূৰ্বেও কে’বাবাৰ ৰঙাঘৰৰ আলহী হোৱা জমিৰ উদ্দিনক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

আজমল ফাউণ্ডেচনৰ গোচৰৰ ভিত্তিত হোজাই থানাৰ ১২৭/২১ নম্বৰ গোচৰত জেললৈ প্ৰেৰণ কৰা জমিৰ উদ্দিনে নিজকে আজমলৰ কৰ্মচাৰী বুলি দাবী কৰে । তেওঁক মাহে পাঁচ হেজাৰকৈ টকা দি আহিছিল । কিন্তু তলাবন্ধৰ সময়ত বাকী ৫০ জন লোকৰ দৰে তেওঁকো চাকৰিৰ পৰা খেদি দিছিল । কিন্তু তেওঁ বহুবাৰ পুনৰ চাকৰিত ল’বলৈ আবেদন কৰিছিল যদিও তেওঁক এবাৰ ৫০ হেজাৰ টকা দিছিল । তেওঁক পুনৰ চাকৰিত নিয়োগ কৰিবলৈ  বাৰম্বাৰ কোৱাৰ পাছতো তেওঁক চাকৰিত নল’লে । তেওঁ আৰ টি আই মৰাৰ কথা স্বীকাৰ কৰি কয় যে, ইউ পৰা শিক্ষাৰ বাবে ফাউণ্ডেচনলৈ বছৰি কেইবা কোটি টকা আহে তাৰ মাত্ৰ তিনি কোটি মানহে খৰছ কৰি বাকী থকা সমূহ আত্মসাৎ কৰে তাৰেই সমূহ তথ্য বিচৰাৰ বাবে ষড়যন্ত্ৰ মূলকভাৱে মোক তথ্য দিবলৈ মাতি মাৰপিত কৰি ভুৱা গোচৰ দি এই অৱস্থা কৰিছে । এই ভুৱা গোচৰ দি মোক হাৰাশাস্তি কৰিব বুলি মই আৰক্ষী অধীক্ষকক পূৰ্বতে জনাই থোৱাৰ লগতে হোজাই থানাত এটা গোচৰ দিছিলো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Badaruddin AjmalRTI
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d