Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

    বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

    নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 

    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

অগপৰ ১৪ টা সমষ্টি কোনো কাৰণতে এৰি নিদিয়াৰ হুঙ্কাৰ ফণিভূষন চৌধুৰীৰ

বিপিএফৰ সতে কংগ্ৰেছৰ মিত্ৰতাক প্ৰভাৱহীন আখ্যা

publisher by publisher
February 28, 2021
in Assam, News, Politics
0
অগপৰ ১৪ টা সমষ্টি কোনো কাৰণতে এৰি নিদিয়াৰ হুঙ্কাৰ ফণিভূষন চৌধুৰীৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

বিগত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হোৱা ১৪ টা সমষ্টিত আমি অটল৷ সেই ১৪ সমষ্টিৰ এটাও আমি এৰি নিদিও আৰু এয়া নিশ্চিত৷ এই মন্তব্য অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ৷ আজি ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ মিলন মন্দিৰত অগপৰ এখন বুথপৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতে অসামৰিক খাদ্য আৰু যোগান মন্ত্ৰী ফনীভুষণ চোধুৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে বৰ্তামান অসম গণ পৰিষদ দলৰ শক্তি পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে উক্ত ১৪ টা সমষ্টিৰ ওপৰঞ্চিও আন যিসমূহ সমষ্টিত অগপৰ বৰ্তমান স্থিত মজবুত আৰু গণভিত্তি যথেষ্ট সবল সেইসমূহ সমষ্টিও আমি বিচাৰিম বুলি তেওঁ ব্যক্ত কৰে৷ চৌধুৰীয়ে আৰু কয় যে যদিও বিজেপিৰ সতে আসনৰ ভাগ বটোৱাৰা সন্দৰ্ভত এতিয়াও কোনো আলোচনা হোৱা নাই তথাপি আমাৰ সবল স্থিতিত থকা ৪০ টা সমষ্টি আমি বিজেপিৰ পৰা দাবী কৰিম৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি ভৱানীপুৰ বিগত দুটাকৈ নিৰ্বাচনত এ আই ইউ ডি এফ দলে দখল কৰাটো অতি দুৰ্ভাগ্যজনক বুলি আক্ষেপ কৰি তেও কয় যে এইবেলি অগপ বিজেপি মিত্ৰজোঁটে সমষ্টিটো উদ্ধাৰ কৰি শ্বহীদ খৰ্গশ্বৰ তালুকদাৰক সন্মান জনাম বুলিও কয়৷ আনহাতে বিপিএফ কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভটো তেওঁ কয় যে এই মিত্ৰতাই সমাগত নিৰ্বাচনত কোনো প্ৰভাৱ নেপালায়৷ কাৰণ বিপিএফ হৈছে এক নিৰ্দিষ্ট সীমাবদ্ধতাৰ দল৷ তেওঁলোকৰ পৰিষৰ মাত্ৰ ১২ টা সমষ্টিত হে৷ আনহাতে পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেও কয় যে বিগত নিৰ্বাচনত পাটাছাৰকুছিত অগপই অভিলেখ সংখ্যক ভোট লাভ কৰিছিল৷ যিহেতু সমষ্টিটোত অগপৰ স্থিতি অতি মজবুত তেনে ক্ষেত্ৰত সমষ্টিটো অগপই এৰি দিয়াৰ প্ৰশ্নই নুঠে বুলি তেও সজোৰে মন্তব্য কৰে৷ যোৱা বাৰ ১৪ আসন দখল কৰা অগপই এইবাৰ অতিকমেও ২০ খন আসন দখল কৰিই বুলিও চৌধুৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত একপ্ৰকাৰ হুংকাৰ দিয়ে৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2021asssam
publisher

publisher

Related Posts

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল
Assam

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

October 23, 2026
নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 
India

নিৰ্বাচন আয়ুক্তসকলৰ অভিযোগ লাভ কৰিও ব্যৱস্থা লোৱা নাছিল মোদী চৰকাৰে! 

October 23, 2026
ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d