Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

গ্ৰীষ্ম আহিছে, মন কি বাটত জল সংৰক্ষণৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

publisher by publisher
February 28, 2021
in India, News, Politics
Reading Time: 1 min read
0
গ্ৰীষ্ম আহিছে, মন কি বাটত জল সংৰক্ষণৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

৭৪তম ‘মন কি বাট’ত দেশবাসীক পানীক লৈ দায়িত্বশীল হ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সন্মুখত গ্ৰীষ্মকাল । পানী সংৰক্ষণৰ বিষয়ত দেশবাসী দায়িত্বশীল হ’ব লাগিব । বৰষুণৰ পানী সংৰক্ষণৰ বাবে অতি শীঘ্ৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে ‘কেচ দ্যা ৰেইন’ প্ৰকল্প আৰম্ভ কৰিব । জলাশয় পৰিষ্কাৰ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ চেষ্টা কৰা হ’ব সেই প্ৰকল্পত ।’

ADVERTISEMENT

২০১৯ৰ গ্ৰীষ্মত চেন্নাইত পানী সমস্যাই দেখা দিছিল । সেইবাৰো ‘মন কি বাট’ত পানী সংৰক্ষণৰ কথা কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে । তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল, ‘বৰষুণৰ পানী সংৰক্ষণ কৰি সমস্যাৰ সমাধান কৰা সম্ভৱ নহয় । কাৰণ, বৰষুণ পৰা প্ৰাপ্ত পানীৰ আঠ শতাংশহে সংৰক্ষণ কৰা সম্ভৱ । সেইখিনিৰে পানীৰ সমস্যাৰ স’তে যুঁজ দিয়া সম্ভৱ নহয় ।’ ডেৰ বছৰ পাছত সেই বৰষুণৰ পানীৰেই জলসংকটৰ সমাধান বিচৰাৰ কথা ক’লে তেওঁ ।

জল সংৰক্ষণৰ লগতে আজি মোদীৰ ‘মন কি বাট’ত আত্মনিৰ্ভৰ ভাৰত, বিজ্ঞান দিৱস আৰু মোদীৰ একমাত্ৰ আক্ষেপৰ কথাও উত্থাপিত হয় ।

‘মন কি বাট’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আত্মনিৰ্ভৰ ভাৰতক কেৱল এটা কেন্দ্ৰীয় নীতি ধাৰণা কৰিলে ভুল হ’ব । আত্মনিৰ্ভৰ আচলতে এটা জাতীয় বোধ । দেশৰ প্ৰতি ভালপোৱা, মমতা আৰু সমৰ্থনেই মূল ভাবনা । দেশৰ কুটিৰ শিল্প, হস্ত শিল্প দেশত নিৰ্মাণ কৰা সামগ্ৰীক লৈ গৌৰৱবোধ, ইয়াৰ প্ৰতি মৰ্যাদাই এই বোধক দৃঢ় কৰিব পাৰে । যেতিয়াই এই সকলোবোৰ সম্ভৱ হ’ব তেতিয়াই আত্মনিৰ্ভৰশীল হ’ব ভাৰত ।’

Tune in. #MannKiBaat https://t.co/qQAT95UhTk

— Narendra Modi (@narendramodi) February 28, 2021

অতি শীঘ্ৰে দেশৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত পৰীক্ষা আৰম্ভ হ’ব । এই বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘কিতাপৰ নতুন সংস্কৰণত বহুতো নতুন অধ্যায় যোগ কৰা হৈছে । ইয়াৰে এটা অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ প্ৰতি কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ ।’

লগতে, ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰিবলৈও উৎসাহিত কৰে প্ৰধানমন্ত্ৰীয়ে । আজি ‘জাতীয় বিজ্ঞান দিৱস’ৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়, ‘আমি ভাবো বিজ্ঞান মানেই ভৌত বিজ্ঞান, ৰাসায়ন তথা গৱেষণাগাৰৰ দৰে কঠিন বিষয় । কিন্তু তেনে নহয় । বিজ্ঞানৰ লগতে বিজ্ঞানীসকলৰ জীৱনকলৈও পঢ়া উচিত দেশৰ যুৱ প্ৰজন্মই ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MANN KI BAATNarendra Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d