Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

গৱেষণাগাৰত কৃষ্ণগহ্বৰ সৃষ্টি কৰিলে বিজ্ঞানীয়ে

৪৭ বছৰ পাছত মিলি গ'ল ষ্টিফেন হ'কিঙৰ পূৰ্বাভাস

publisher by publisher
March 5, 2021
in News, science, world
Reading Time: 1 min read
0
গৱেষণাগাৰত কৃষ্ণগহ্বৰ সৃষ্টি কৰিলে বিজ্ঞানীয়ে
12
SHARES
121
VIEWS
ShareShareShareShare

RelatedPosts

আইনষ্টাইনৰ তত্ত্বৰ আঁত ধৰিয়ে ন’বেল বঁটা বিজয় দুই সংগীসহ পেনৰ’ৰজ

পৃথিৱীৰ সবাতোকৈ ওচৰত থকা কৃষ্ণ গহ্বৰৰ সন্ধান লাভ

অসম্ভৱক সম্ভৱ কৰিলে বিজ্ঞানীসকলে । গৱেষণাগাৰতে জন্ম দিলে ব্লেক হোল বা কৃষ্ণগহ্বৰ । কেৱল সেয়াই নহয়, এই প্ৰথম দেখা গ’ল যে ৪৭ বছৰৰ পূৰ্বে ষ্টিফেন হ’কিঙে দিয়া পূৰ্বাভাস আছিল একেবাৰেই সঠিক । সেই বিকিৰণৰে নাম ‘হকিং ৰেডিয়েচন’ । ‘টেকনিয়ন-ইজৰাইল ইনষ্টিটিউট অৱ টেকন’লজি’ৰ বিজ্ঞানীসকলৰ এই আলোড়ন সৃষ্টিকাৰী গৱেষণা প্ৰত্ৰখন প্ৰকাশিত হৈছে বিজ্ঞান-পত্ৰিকা ‘নেচাৰ ফিজিক্স’ৰ মাৰ্চৰ সংখ্যাত ।

ADVERTISEMENT

৪৭ বছৰৰ পূৰ্বে হকিঙে যি কৈছিল
পূৰ্বে ধাৰণা আছিল যে কৃষ্ণগহ্বৰৰ মধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰৱল যে তাৰ ওচৰে-পাজৰে থকা কোনো বস্তুৱেই ইয়াৰ আকৰ্ষণ অগ্ৰাহ্য কৰিব নোৱাৰে । সকলোৱেই গৈ‌ কৃষ্ণগহ্বৰ মাজত সোমাই পৰিবলৈ বাধ্য হয় । কৃষ্ণ গহ্বৰৰ এই মধ্যাকৰ্ষণ শক্তিক উপেক্ষা কৰি আনকি পোহৰৰ কণিকা ফোটনো ওলাই আহিব নোৱাৰে ।

সেই আকৰ্ষণ এৰাবলৈ হ’লে আলোক কণা বা আন কোনো বস্তুৱে পোহৰৰ গতিতকৈ বেছি গতিবেগত দৌৰিব লাগিব । অথচ সেয়া একেবাৰে অসম্ভৱ কথা । সেয়ে কৃষ্ণগহ্বৰক দেখা পোৱা নাযায় । সেই ‘ৰাক্ষস’ ঢাক খাই থাকে অনন্ত অন্ধকাৰত ।

১৯৭৪ত বিজ্ঞানী হকিঙে প্ৰথমবাৰলৈ জনাইছিল যে এই ধাৰণাত কিছু ভুল আছে । কৃষ্ণগহ্বৰেও পাৰে পোহৰ বিকিৰণ (এমিচন) কৰিবলৈ । সেয়া লাগিলে যিমানেই যৎসামান্য নহওক কিয় । এযোৰা ফোটনৰ মাজৰ এটা ফোটনে কৃষ্ণগহ্বৰৰ সৰ্বগ্ৰাসী ক্ষুধাক এৰাই যাব নোৱাৰে ।

কিন্তু আনকো ফোটনে সেই নাগপাশৰ পৰা ওলাই আহি জন্ম দিয়ে হকিং ৰেডিয়েচন । হকিঙে ইয়াকো জনাইছিল যে সেই পোহৰ দৃশ্যমান পোহৰ (ভিজিবল লাইট) নহয় । অৱশ্যে ই আলোতৰংগৰে এক অংশ । ইয়াৰ নাম ‘ইনফ্ৰাৰেড ৰে’ বা অৱলোহিত ৰশ্মি । পাছত তাৰ নাম লিখা হ’ল হকিং ৰেডিয়েচন ।

৪৭ বছৰৰ পাছত…..
গৱেষণাগাৰত এটা কৃষ্ণগহ্বৰ সৃষ্টি কৰি বিজ্ঞানীসকলে দেখুৱাইছে যে ৪৭ বছৰৰ পূৰ্বে কৃষ্ণগহ্বৰৰ বিকিৰণক কেন্দ্ৰ কৰি হকিঙে যি যি কৈছিল, সেই সকলোবোৰ কথাই নিৰ্ভুল । তেওঁলোকে দেখিলে যে কৃষ্ণগহ্বৰেও হকিং ৰেডিয়েচন বিকিৰণ কৰে । লগতে এয়াও দেখিলে যে হকিঙে যিদৰে কৈছিল, সেই বিকিৰণৰ প্ৰাবল্য সময়ৰ স’তে বঢ়া-কমা নকৰে ।

গৱেষণাগাৰত কিদৰে সৃষ্টি হ’ল কৃষ্ণগহ্বৰ ?
গৱেষকসকলে আঠ হেজাৰটা ৰুবিডিয়াম পৰমাণুৰ গেছ প্ৰবাহক পৰম শূণ্য তাপমাত্ৰা (শূন্যৰ ২৭৩ ডিগ্ৰী চেলচিয়াছ তলত)ত ঠাণ্ডা কৰিছিল । তাৰ পাছত সেই গোট মৰা গেছ প্ৰবাহক এক লেজাৰ ৰশ্মিৰে এটা স্থানত আৱদ্ধ কৰি ৰাখিছিল । তাতেই পদাৰ্থৰ এক অদ্ভুত অৱস্থাৰ জন্ম হৈছিল, যাৰ নাম ‘বসু-আইনষ্টাইন কণ্ডেনছেট’ (বিইচি) ।

এই অৱস্থাত পদাৰ্থৰ হেজাৰ হেজাৰ পৰমাণুৱে মিহলি হৈ মাত্ৰ এটা পৰমাণুৰ দৰে আচৰণ কৰে । তাৰ পাছত আন এক লেজাৰ ৰশ্মিৰ মাধ্যমেৰে গৱেষকসকলে সেই ৰুবিডিয়াম গেছক ঝৰ্ণাৰ পানীৰ দৰে বোৱাই দিবলৈ সক্ষম হৈছিল । এইদৰেই গৱেষণাগাৰতেই জন্ম হৈছিল কৃষ্ণগহ্বৰৰ । গৱেষকসকলে অৱশ্যে গৱেষণাগাৰত পোহৰৰ কণা ফোটনৰ পৰিৱৰ্তে শব্দতৰংগৰ কণা ‘ফোনন’ ব্যৱহাৰ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Black holeTechnion Israel Institute of Technology
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d