Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক’ভিড আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাহ

publisher by publisher
March 30, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক’ভিড আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাহ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Delhi HC orders Omar Abdullah To Pay Higher Maintenance To Wife Payal Abdullah:জম্মু-কাশ্মীৰ প্ৰাক্তন মূখ্যমন্ত্ৰী ওমৰ আব্দুল্লালৈ কঠোৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ভূমিপুত্র নহ’লেও পাব ভোটাধিকাৰ, জম্মু আৰু কাশ্মীৰত ঐতিহাসিক ঘোষণা নির্বাচন আয়োগৰ

কেন্দ্রক প্ৰত্যক্ষ আক্রমণ জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীৰ, কি ক’লে ফাৰুক আব্দুল্লাই ?

প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কৰ’না আক্ৰান্ত হ’ল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ ফাৰুক আব্দুল্লাহ । মংগলবাৰে পুত্ৰ অমৰ আব্দুল্লাহই টুইট কৰি জনায় যে, তেওঁৰ পিতৃৰ কৰ’না পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ । শৰীৰত কৰ’নাৰ উপসৰ্গও পৰিলক্ষিত হৈছে ।

ADVERTISEMENT

নেছনেল কনফাৰেন্সৰ প্ৰধান ফাৰুকে যোৱা দুই মাৰ্চত শ্ৰীনগৰৰ এখন চিকিৎসালয়ত কৰ’না প্ৰতিষেধকৰ প্ৰথম ডোজ গ্ৰহণ কৰিছিল । কিছুদিনৰ পাছতে তেওঁ দ্বিতীয় ডোজ গ্ৰহণ কৰিবলগীয়া আছিল । ইয়াৰ পূৰ্বেই তেওঁ ক’ভিড আক্ৰান্ত হয় । নেছনেল কনফাৰেন্সৰ নেতা অমৰে টুইটাৰত এই সংবাদ জনায় লিখে, তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গই ইতিমধ্যে নিজ গৃহতে কুৱাৰেণ্টাইনত আছে । তেওঁলোকৰ ক’ভিড পৰীক্ষণ নোহোৱালৈকে তেওঁলোক কুৱাৰেণ্টাইনতে থাকিব ।

My father has tested positive for COVID-19 & is showing some symptoms. I will be self-isolating along with other family members until we get ourselves tested. I request anyone who has come in to contact with us over the last few days to take all the mandated precautions.

— Omar Abdullah (@OmarAbdullah) March 30, 2021

মংগলবাৰে পুৱা প্ৰায় ন বজাত অমৰে টুইট কৰে, ‘মোৰ পিতৃৰ ক’ভিড পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ আহিছে । তেওঁৰ শৰীৰত কৰ’নাৰ উপসৰ্গও পৰিলক্ষিত হৈছে । মই আৰু মোৰ পৰিয়ালবৰ্গই ইতিমধ্যে কুৱাৰেণ্টাইনত আছো । যেতিয়ালৈ আমাৰ ক’ভিড পৰীক্ষণ নহয় । মোৰ অনুৰোধ, সম্প্ৰতি যিসকলে মোৰ সংস্পৰ্শত আহিছে তেওঁলোকেও জৰুৰী সতৰ্কতাসমূহ মানি চলক ।’

Thank you to the doctors, nurses and staff at SKIMS, Srinagar. Today my 85 year old father & my mother had their first COVID jab. My father has a number of health issues including being on immunosuppressants for a kidney transplant. If he can get the vaccine, you should as well. pic.twitter.com/V6yo1zyuGR

— Omar Abdullah (@OmarAbdullah) March 2, 2021

প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুকৰ বয়স ৮৪ বছৰ । কিছুদিন পূৰ্বে তেওঁৰ বৃক্ক প্ৰতিষ্ঠাপন হৈ গৈছে । প্ৰথম পৰ্যায়ৰ টিকাকৰণৰ অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰা হৈছিল সত্তোৰ্ধ্ব নাগৰিকসকলক । যোৱা দুই মাৰ্চত শ্ৰীনগৰৰ সেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সত প্ৰতিষেধক গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁৰ পত্নীয়ে । টুইট কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ তথ্যও জনাইছিল অমৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Farooq AbdullahOmar Abdullah
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d