Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ডাকঘৰৰ এইসমূহ আঁচনিৰ বিষয়ে জানেনে ?

publisher by publisher
May 23, 2021
in India, News
Reading Time: 1 min read
0
ডাকঘৰৰ এইসমূহ আঁচনিৰ বিষয়ে জানেনে ?
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

গ্ৰামীণ ডাকসেৱা শাখাৰ পৰা টকা উলিওৱাৰ ঊর্ধ্বসীমা বৃদ্ধি

বিনিয়ােগ কৰিলেই পাব দুগুণ লাভ !

ADVERTISEMENT

বিনিয়ােগ কৰাৰ বাবে ডাকঘৰত বিভিন্ন ধৰণৰ লাভজনক আঁচনি আছে। তাৰ ভিতৰত এনে কেতবােৰ জমা আঁচনিও আছে যত বেংকৰ তুলনাত অধিক পৰিমাণৰ সুত উপার্জন কৰিব পাৰি। যিকোনাে ব্যক্তিয়ে ডাকঘৰত সাধাৰণ জমা একাউন্ট, ৰেকাৰিং ডিপজিট একাউন্ট, ৰাজহুৱা ভৱিষ্যনিধি (পিপিএফ), মাহিলি আয় আঁচনি আদিৰ আওতাত একাউন্ট খুলিব পাৰে। পিছে আজিৰ লেখাটোত এনে কেইখনমান আঁচনিৰ বিষয়ে আলােচনা কৰিবলৈ ওলাইছাে,যিসমূহত বিনিয়ােগ কৰিলে দুগুণ ৰিটাৰ্ণ ঘূৰি অহাটো একপ্ৰকাৰে নিশ্চিত বুলি ধৰি লব পাৰে।

কিষাণ বিকাশ পত্র (কেভিপি)

কিষাণ বিকাশ পত্ৰ ভাৰত চৰকাৰৰ এক বিশেষ এককালীন বিনিয়ােগ আঁচনি। এই আঁচনিৰ আওতাত এক নির্দিষ্ট সময়ৰ বাবে টকা জমা ৰাখিলে সেই টকা দুগুণ হৈ গ্রাহকৰ হাতলৈ আহে। কেভিপি আঁচনি দেশৰ সকলােবােৰ ডাকঘৰ আৰু বেংক শাখাতে উপলব্ধ। ইয়াৰ মেচিউৰিটী পিৰিয়ড বা ম্যাদ হৈছে ১২৪ মাহ। ন্যূনতম মাত্র ১০০০ টকাৰ পৰা বিনিয়ােগ আৰম্ভ কৰিব পৰা আঁচনিখনত জমা ৰখা টকাৰ পৰিমাণৰ কোনাে ঊর্ধ্বসীমা নাই ।

কেভিপিত চলিত বিত্তীয় বৰ্ষৰ প্রথম ত্রিমাসিকৰ বাবে ৬.৯ শতাংশকৈ সুতৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ সকলােতকৈ ডাঙৰ সুবিধাটো এই যে ইয়াত ১২৪ মাহৰ অন্তত বিনিয়ােগৰ পৰিমাণৰ দুগুণ বেছি ৰিটাৰ্ণ পােৱাৰ নিশ্চয়তা থাকে। অর্থাৎ, আপুনি যদি বিনিয়ােগ কৰিছিল এক লক্ষ টকা ১২৪ মাহৰ ম্যাদ পূৰ হােৱাৰ অন্তত পাব দুই লক্ষ টকা ।

ডাকঘৰৰ টাইম ডিপজিট (পিঅটিডি) : ডাকঘৰৰ টাইম ডিপজিট প্রকল্পক চমুকৈ পিঅটিডি বুলি জনা যায়। এই আঁচনিত বিনিয়ােগ কৰাটো এই সময়ৰ বিভিন্ন বিনিয়ােগ ক্ষেত্রসমূহৰ ভিতৰত তুলনামূলকভাৱে লাভজনক বিকল্প হ’ব পাৰে। পিঅটিডিৰ এক, দুই,তিনি আৰু পাঁচ বছৰৰ বাবে বিভিন্ন ম্যাদত বিনিয়ােগৰ সুবিধা থাকে। একৰ পৰা তিনি বছৰৰ বাবে কৰা টাইম ডিপজিটত গ্রাহকে ৫.৫ শতাংশ পর্যন্ত সুত পাব পাৰে।

বিপৰীতে পাঁচ বছৰৰ বাবে বিনিয়ােগ কৰিলে ৬.৭ শতাংশ হাৰত সুত পাব পৰা যায়। আনহাতে, ম্যাদ পূৰ হােৱাৰ পূর্বেই যদি কোনাে গ্রাহকে টাইম ডিপজিট একাউণ্ট ভাঙি টকাখিনি উলিয়াই নিব খােজে তেন্তে ডাকঘৰৰ জমা একাউণ্টৰ হিচাপত সুত লাভ কৰিব। উল্লেখ্য যে পাঁচ বছৰৰ বাবে কৰা টাইম ডিপজিটত আয়কৰ আইনৰ ৮০ চি ধাৰা অনুযায়ী কৰ ৰেহাইৰাে সুবিধা আছে ।

নেছনেল ছেভিংছ চার্টিফিকেট (এন এছ চি)

ডাকঘৰৰ এই আঁচনিয়ে বিনিয়ােগকাৰীক প্রতিবছৰে আশাব্যঞ্জক ৰিটাৰ্ণ দি আহিছে । ৰিটাৰ্ণৰ নিশ্চয়তাৰ লগতে এই আঁচনিত বিনিয়ােগৰ দ্বাৰা আয়কৰাে ৰাহি কৰিব পাৰি । আয়কৰ আইনৰ ৮০ চি ধাৰা অনুযায়ী নেচনেল ছেভিংছ । চার্টিফিকেটত বিনিয়ােগ কৰিলে আয়কৰ ৰেহাই দিয়াৰ ব্যৱস্থা আছে । সর্বাধিক ১.৫ লক্ষ টকা পর্যন্ত আয়কৰ ৰাহি কৰিব পাৰি ইয়াৰ দ্বাৰা । উল্লেখ্য যে এই আঁচনিৰ বার্ষিক ৰিটার্ণ লাভৰ হাৰ হৈছে ৬.৮ শতাংশ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India Post
publisher

publisher

Related Posts

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d