Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আঠটাকৈ দুষ্প্ৰাপ্য নল গাহৰি মুকলি

এই মাহতে পুনৰ মুকলি কৰা হ’ব আন চাৰিটা নল গাহৰি

publisher by publisher
June 22, 2021
in Assam, India, News
Reading Time: 1 min read
0
মানাহ ৰাষ্ট্ৰীয় উদ্যানত আঠটাকৈ দুষ্প্ৰাপ্য নল গাহৰি মুকলি
6
SHARES
55
VIEWS
ShareShareShareShare

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি মুকলি কৰি দিয়া হ’ল আঠটাকৈ দুষ্প্ৰাপ্য নল গাহৰি৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ সহযোগত Pygmy Hog Conservation Programme ৰ অধীনত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ এক বিশেষ এলেকাত মুকলি কৰি দিয়া হয় নল গাহৰিকেইটা ৷

ADVERTISEMENT

উল্লেখযোগ্য, নল গাহৰি হৈছে বিশ্বৰ বন্য জীৱকুলৰ ভিতৰত বনগাহৰিৰ দুষ্প্ৰাপ্য তথা পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম গাহৰিৰ প্ৰজাতি৷ যি বিলুপ্তপ্ৰায় নল গাহৰিৰ পৃথিৱীৰ ভিতৰতে অন্যতম উপযুক্ত বসতিস্থল মানাহ ৰাষ্ট্ৰীয় উদ্যান৷

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

নল গাহৰিৰ সংৰক্ষণৰ উদ্দেশ্যে Pygmy Hog Conservation ৰ জৰিয়তে ১৯৯৬ চনৰ পৰাই বিজ্ঞানসন্মত বিশেষ ব্যৱস্থাৰে নল গাহৰিৰ প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ প্ৰথমাৱস্থাত মানাহৰ বাঁহবাৰীৰ পৰা দুটা মতা আৰু চাৰিটা মাইকী মুঠ ছয়টা নল গাহৰি ধৰি নি প্ৰজননৰ উদ্দেশ্যে বিশেষ সংৰক্ষণত ৰখা হৈছিল ৷

PHCPৰ অধীনত যোৱা বৰ্ষতো মানাহত ১৪ নল গাহৰি মুকলি কৰি দিয়া হৈছিল ৷ আনহাতে আজি আঠটা নল গাহৰি মুকলি কৰি দিয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত পুনৰ চাৰিটা নল গাহৰি মুকলি কৰি দিয়া হ’ব মানাহৰ বুকুত৷

তদুপৰি আঁচনিখনৰ অধীনত মানাহত ২০২৫ চনৰ ভিতৰত সৰ্বমুঠ ৬০ টা নল গাহৰি মুকলি কৰি দিয়াৰ লক্ষ্যও হাতত লোৱা হৈছে৷ বৰ্তমানে মানাহত প্ৰায় ২০০ নল গাহৰি থকা বুলি জানিবলৈ দিয়ে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই৷

উল্লেখ্য যে আজি মুকলি কৰি দিয়া আঠটা নল গাহৰিকে ধৰি পাঁচটা মতা আৰু সাতটা মাইকী সহিতে মুঠ ১২ টা নল গাহৰি এই মাহতে মুকলি কৰি দিয়া হ’ব মানাহত ৷ বিশেষ প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা জন্মলাভ কৰা নল গাহৰিবোৰ ২০০৮ চনৰ পৰা সোণাই-ৰূপাই অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বৰনদী অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছিল ৷

PHCP ৰ অধীনত বৰ্তমানলৈ মুকলি কৰি দিয়া নলগাহৰিৰ সংখ্যা হ’ল ১৪২ টা ৷ আজি মানাহত নল গাহৰি মুকলি দিয়াৰ সময়ত উপস্থিত থাকে ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, উপ ক্ষেত্ৰ সঞ্চালক ৰঘূনাথ বড়ো, PHCP ৰ প্ৰকল্প সঞ্চালক ড° পৰাগজ্যোতি ডেকা, ক্ষেত্ৰ বিজ্ঞনী ড° ধৃতিমান দাস, মানাহ ভূখণ্ডৰ প্ৰশাসক ড° বিভূতি প্ৰসাদ লহকৰ, wwf-India ৰ বিষয়া ড° দেৱ কুমাৰ দত্ত, ভূঞাপাৰাৰ বন বিষয়া কামেশ্বৰ বড়োসহ উদ্যানখনৰ সতে জড়িত কে’বাজনো বনকৰ্মী৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manas National Park
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d