Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহত পুনৰ চাৰিটা দুষ্প্ৰাপ্য নল গাহৰি মুকলি

২০২৪ৰ ভিতৰত ৬০ টা নল গাহৰি অনা হ’ব মানাহলৈ

publisher by publisher
June 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
মানাহত পুনৰ চাৰিটা দুষ্প্ৰাপ্য নল গাহৰি মুকলি
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰি দিয়া হ’ল চাৰিটাকৈ দুষ্প্ৰাপ্য নল গাহৰি ৷ নল গাহৰি সংৰক্ষণ প্ৰজেক্টৰ অধীনত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী অঞ্চলত মুকলি কৰি দিয়া হয় নল গাহৰিকেইটা ৷

ADVERTISEMENT

উল্লেখ্য যে নল গাহৰি হৈছে বিশ্বৰ বন্য জীৱকুলৰ ভিতৰত বনগাহৰিৰ দুষ্প্ৰাপ্য তথা পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম গাহৰিৰ প্ৰজাতি৷ যি বিলুপ্তপ্ৰায় নল গাহৰিৰ পৃথিৱীৰ ভিতৰতে অন্যতম উপযুক্ত বসতিস্থল মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ নল গাহৰি সংৰক্ষণ প্ৰজেক্টৰ অধীনত যোৱা ২২ জুনতো মানাহত আঠটা নল গাহৰি মুকলি কৰি দিয়া হৈছিল ৷

আনহাতে আজি চাৰিটা নল গাহৰি মুকলি কৰি দিয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত আঁচনিখনৰ অধীনত মানাহত ২০২৪ চনৰ ভিতৰত সৰ্বমুঠ ৬০ টা নল গাহৰি মুকলি কৰি দিয়াৰ লক্ষ্য হাতত লোৱা হৈছে ৷

বিগত বৰ্ষত ১৪ টা আৰু এই বৰ্ষত ১২ টা সহ মানাহত দুটা বছৰত মুঠ ২৬ টা নল গাহৰি মুকলি কৰি দিয়া হ’ল৷ এই বিষয়ে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই সাংবাদিকক সম্বোধন কৰি কয় যে,২২ জুনত আঠটা আৰু আজি চাৰিটাসহ ১২ টা নল গাহৰি মুকলি কৰি দিয়া হ’ল মানাহত ৷

বিগত বৰ্ষতো ১৪ টা নল গাহৰি মানাহলৈ স্থানান্তৰ কৰা হৈছিল ৷ দুবছৰত ২৬ টা অনা হ’ল ৷ ২০২০ৰ পৰা ২০২৪ চনৰ ভিতৰত ৬০ টা নল গাহৰি অনা হ’ব নল গাহৰি সংৰক্ষণ প্ৰজেক্টৰ আধাৰত ৷

এইটো মানাহ কৰ্তৃপক্ষৰ ভাল প্ৰচেষ্টা ৷নল গাহৰিৰ সংৰক্ষণ আৰু বৃদ্ধিৰ যি কাৰ্যসূচী তাত গৌতম নাৰায়ণ,পৰাগ ডেকা,ধৃতিমান দাস আদিয়ে নিৰন্তৰভাবে লাগি আছে৷তাৰ উপৰিও বন বিভাগৰ উপ ক্ষেত্ৰ সঞ্চালক ৰঘুনাথ বড়ো,বাঁহবাৰী আৰু ভূঞাপাৰা বন শিবিৰৰ বিষয়া ক্ৰমে বাবুল ব্ৰহ্ম আৰু কামেশ্বৰ বড়ো,বনকৰ্মীসকল আদিও অহৰ্নিশে কাম কৰি গৈ আছে ৷

পৃথিৱীৰ ভিতৰত মানাহতে নল গাহৰি পায় বুলি পৰ্যটকে শুনিছিল যদিও বিগত বৰ্ষৰপৰাহে এই নল গাহৰি মানাহৰ ভূঞাপাৰা বন শিবিৰৰ ৰূপহী অঞ্চলৰ আশেপাশে পৰ্যটকে দেখিবলৈ পাইছিল ৷

আগতে নল গাহৰিৰ বসতিস্থল মানাহ বুলি পৰ্যটকে শুনিবলৈ পাইছিল কিন্তু এটা সময়ত সংখ্যা কমি যোৱা বাবে তেনেকৈ দেখিবলৈ পোৱা নাছিল ৷ পূৰ্বৰপৰাই মানাহত নলগাহৰি আছিল৷ ১৯৯৬ ৰপৰা ২০১৩ৰ ভিতৰত দহটা নল গাহৰি মানাহৰ পৰা নামেৰিলৈ স্থানান্তৰ কৰা হৈছিল যাতে কমি যোৱা সংখ্যা বৃদ্ধি পায় ৷

তাৰ পাছত নামেৰিৰ পৰা বৰনদী,ওৰাং আদিত নল গাহৰি মুকলি কৰি দিব পৰা হৈছিল আৰু এতিয়া পুনৰ মানাহলৈ নল গাহৰি উভতাই আনিব পৰা হৈছোঁ৷ ইয়াৰ জৰিয়তে আমি আশা কৰিব পাৰোঁ যে মানাহলৈ নিশ্চিতভাবে পূৰ্বতকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manas National Park
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d