Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অন্য ষ্ট্ৰেইনৰ তুলনাত হাওঁফাওঁৰ কোষত বাস কৰাৰ প্ৰৱণতা অধিক ডেল্টা প্লাছ ভেৰিয়েন্টৰ

publisher by publisher
June 28, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
অন্য ষ্ট্ৰেইনৰ তুলনাত হাওঁফাওঁৰ কোষত বাস কৰাৰ প্ৰৱণতা অধিক ডেল্টা প্লাছ ভেৰিয়েন্টৰ
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

ত্ৰিপুৰাত ৯০ জন ক’ভিডৰ ডেল্টা প্লাছ ষ্ট্ৰেনত আক্ৰান্ত, উত্তৰ-পূৱ ৰাজ্যত এইয়ে প্ৰথম

কৰ’না প্রতিষেধকৰ দুটা পালি গ্ৰহণ কৰিও ডেল্টা প্লাছত আক্ৰান্ত বৃদ্ধা

ডেল্টা প্লাছত আক্ৰান্ত হৈ পুনৰ মৃত্যু মধ্য প্ৰদেশত

ক’ভিড-১৯ ৰ ডেল্টা প্লাছৰ অন্য ষ্ট্ৰেইনৰ তুলনাত হাওঁফাওঁৰ কোষত বাস কৰাৰ প্ৰৱণতা অধিক । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই মাৰাত্মক ৰোগৰ কাৰণ হ’ব বা অধিক সংক্ৰামক হ’ব । এই কথা জনালে কৰ’না ভাইৰাছৰ কাৰ্যকৰী গ্ৰুপ এনটিএজিআইৰ প্ৰধান ডাঃ এন.কে. অৰোৰাই ।

ADVERTISEMENT

১১ জুনত প্ৰথমবাৰ এই ডেল্টা প্লাছ ভেৰিয়েন্টৰ অনুসন্ধান পোৱা গৈছিল । বৰ্তমান ডেল্টা প্লাছক লৈ চিন্তিত হৈছে বিশেষজ্ঞসকল । ১২খন ৰাজ্যৰ ৫১ জন লোকৰ শৰীৰত পোৱা গৈছে ডেল্টা প্লাছ । যাৰ ভিতৰত ২১ জনে আক্ৰান্ত মহাৰাষ্ট্ৰৰ।

ডাঃ এন কে অৰোৰাই কয়, “ডেল্টা প্লাছে হাঁওফাঁওৰ শ্লেষ্মা আৱৰণত বাহ সাজে, অন্য ষ্ট্ৰেনৰ তুলনাত এই প্ৰৱণতা অধিক ডেল্টা প্লাছৰ । কিন্তু এইটো এতিয়াও স্পষ্ট নহয় যে ই মানৱ শৰীৰৰ কিমান ক্ষতি কৰিব । অত্যধিক সংক্ৰামক হয় নে নহয় সেয়াও স্পষ্ট নহয় ।”

তেওঁৰ মন্তব্য, “যিসকলৰ শৰীৰত এক বা দুটা ভেকচিনৰ পালি থাকে তেওঁলোকৰ শৰীৰত ডেল্টা প্লাছ হোৱাৰ সম্ভাৱনা কম । আনকি কে’বাজানৰো শৰীৰত উপসৰ্গও পোৱা নাছিল ।  অৰ্থাৎ ভেকচিন গ্ৰহণ কৰাৰ পাছত কৰ’না হ’লেও সিমান মাৰাত্মক ৰূপ ধাৰণ নকৰাৰ প্ৰমাণ পোৱা গৈছে । এই মুহূৰ্তত আমি কিমান দ্ৰুতগতিত সংক্ৰমণ ঘটিছে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব !”

ডেল্টা প্লাছৰ ফলতেই দেশত কৰ’নাৰ তৃতীয় ঢৌ হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অৰোৰাই কয়, “এতিয়াই চূড়ান্তভাৱে কোৱাটো কঠিন । কৰ’নাৰ নতুন প্ৰজাতিৰ ফলতেই এটাৰ পাছত এটা ঢৌ আহি আছে । কৰ’নাই নিজকে মিউটেছন কৰি যি ৰূপ ধাৰণ কৰিব, সেয়াই প্ৰতিফলিত হ’ব । এই সামান্য তথ্যৰ ভিত্তিত ক’ব নোৱাৰি যে ডেল্টা প্লাছ তৃতীয় ঢৌৰ কাৰণ হৈ পৰিব ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delta Plus
publisher

publisher

Related Posts

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d