Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৰং-ওদালগুৰিৰ বানৰ উৎসত বিৰল দৃষ্টান্ত

দুসপ্তাহে ভূটান সীমান্তৰ জালীমুখত স্বেচ্ছাই শ্ৰমদান বানাক্ৰান্ত ৰাইজৰ

publisher by publisher
June 28, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৰং-ওদালগুৰিৰ বানৰ উৎসত বিৰল দৃষ্টান্ত
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

চিৰাঙৰ ভূটান সীমান্তত ঢোলপানী বনাঞ্চলত খৰীকটীয়া এনকাউন্টাৰ বন বিভাগৰ, গুলিবিদ্ধ লামা চৰণ নাৰ্জাৰী

সৌ সিদিনালৈ গুলীৰ শব্দত বিনিদ্ৰ ৰজনী পাৰ হোৱা বিটিআৰৰ ওদালগুৰি জিলাত এতিয়া কৰ্ম সংস্কৃতিত পাৰ হয় বিনিদ্ৰ ৰজনী ৷ পাৰৰ গুণগুণতিত পুৱা হোৱা ওদালগুৰিত এতিয়া বিৰাজমান ভাতৃত্ববোধৰ মধুৰ এনাজৰী ! তাকো বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ৷ য’ত এতিয়া হাঁহিমুখে আদৰণি জনায় সকলোকে ৷ কেৱল সিমানেই নহয়, তেওঁলোক ৰাজহুৱা সিদ্ধান্তৰ ক্ষেত্ৰতো অবিচল, অটল, বদ্ধপৰিকৰ ৷ কাম শেষ নোহোৱালৈকে নৰয় থমকি ৷ এইবেলি তেওঁলোকৰ মাজত দেখা গৈছে এনে এক ধাৰণা যে আসন্ন ভয়াবহ বানপানীৰ পৰা পৰিত্ৰাণ পাবই লাগিব ৷ নহ’লে সৰ্বনাশ আহিব ঘৰ-বাৰীলৈ ৷ সেয়ে শিলৰ বান্ধ সম্পূৰ্ণ নোহোৱালৈকে চলি থাকিব ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী ৷

ADVERTISEMENT

উল্লেখ্য যে বৰ্তমানৰ ব্যক্তিকেন্দ্ৰিক, যন্ত্ৰবৎ যুগটো বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত মিশ্ৰিত জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলেৰে এনে দৃঢ় মনোবল অটুত ৰখাৰ বিৰল ঘটনা বিগত দুসপ্তাহে ঘটি আছে ওদালগুৰি জিলাৰ ননৈ নদী আৰু কুলশী নদীৰ দুৱাৰমুখ জালীমুখত ৷ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ পাহাৰৰ ঠিক নামনিত থকা জালীমুখৰ শৈল জ্বালীবান্ধটো বিগত বৰ্ষবোৰত খহি খহি গৈ আছে ৷ ১১০০ মিটাৰ পুৰণা বান্ধটোৰ ইতিমধ্যে প্ৰায় ছয়শ মিটাৰ ছিগি গৈছে ৷ ফলত ভূটানৰ পানীৰ ধলে ইয়াৰ গতিপথ সলনি কৰি কুলশীলৈ বাগৰি আহে ৷ ফলত কুলশী নৈ (নামনিত শাকতোলা নাম লয়)খনে দৰং আৰু ওদালগুৰি জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে পানেৰী, ওদালগুৰি, কলাইগাঁও, মঙলদৈ আৰু ছিপাঝাৰৰ এক বিশাল অঞ্চলত তাণ্ডৱলীলা চলাই আহিছে ৷

বান্ধটো অধিক ছিগি যোৱাৰ বাবে নৈখনৰ তাণ্ডৱলীলাও বাঢ়ি গৈ আছে ৷ সেয়ে এইবেলি ননৈ চেৰফাং আৰু খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ ছাগলীঝাৰ, খৈৰাজংগল আদি অঞ্চলৰ ৰাইজে যোৱা ১৬ জুনৰ পৰা ৰাজহুৱা শ্ৰমদান কাৰ্যসূচীৰেে বান্ধ মেৰামতিৰ কাম আৰম্ভ কৰে ৷ সহযোগ কৰিছে কৃষকমুক্তি সংগ্ৰাম সমিতি, হাতীগড় ট্ৰেক্টৰ সন্থা, মঙলদৈ মিডিয়া চাৰ্কোল আদিয়ে ৷ তদুপৰি ৩০খন ৰাজহুৱা দোং-বান্ধ সমিতিৰ এহেজাৰ কৃষকৰ প্ৰত্যেকেই শ্ৰমদানৰ উপৰি পাঁচশ টকাকৈ আগবঢ়াইছে ৷

এইদৰে তেওঁলোকে দেখুৱাইছে যে “ৰাইজে ননৈকো ভেটিব পাৰে”ৰ বিৰল দৃষ্টান্ত ৷ তাঁতী বড়ো, নাৰ্জাৰী, পৰ্জা, কুজুৰ, ছেত্ৰী, খান, ডেকা, শৰ্মা, বৰা, বসুমতাৰী, লাক্ৰা, নেৱাৰ, আদি মিশ্ৰিত উপাধিৰ লোকসকলৰ মতে “, পৰত আশ, বনত বাস ৷ চৰকাৰো আমাৰ বাবে পৰৰ দৰেই হৈ পৰিছে ৷”

উল্লেখ্য যে এতিয়ালৈকে তেওঁলোকে প্ৰয়োজনীয় সমস্ত ব’ল্ডাৰ বান্ধটোত ওখ আৰু দীঘলীয়াকৈ জমা কৰিছে ৷ তদুপৰি জালী (নেট) কিছু ক্ৰয় কৰি জালীৰে শিল বন্ধা কাম একাদিক্ৰমে কৰি সম্পূৰ্ণ কৰিছে ৷ পেটত ভোক, প্ৰখৰ ৰ’দৰ উত্তাপ, ঘৰুৱা জঞ্জাল এই সকলো একাষৰীয়া কৰি ইয়াত একচেটিয়াকৈ শ্ৰমদান কৰি থকাৰ বিষয়ে জিলা দুখনৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে জনাৰ পাছতো কাণসাৰ নিদিয়া ঘটনাই ৰাজনীতিকৰ স্বৰূপ উদঙাই দিছে ৷

অভিযোগ মতে পাঁচগৰাকী বিধায়ক ক্ৰমে পানেৰীৰ বিশ্বজিৎ দৈমাৰী (বিজেপি, বিধানসভাৰ অধ্যক্ষ), ওদালগুৰিৰ গোবিন্দ বসুমতাৰী (ইউপিপিএল, বিটিআৰৰ উপ-মুখ্য), কলাইগাঁৱৰ দুৰ্গাদাস বড়ো (বিপিএফ), মঙলদৈৰ বসন্ত দাস (কংগ্ৰেছ) আৰু ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশী (বিজেপি)ৰ লগতে ওদালগুৰিৰ ১০টা পৰিষদীয় সমষ্টিৰ এমচিএলএ আদিয়ে অন্ততঃ ফোনযোগে উৎসাহজনক মন্তব্য এটাও দিয়া নাই ৷ আনকি শক্তিশালী সাংসদৰূপে পৰিচিত দিলীপ শইকীয়াই এই বিষয়ে জ্ঞাত হোৱাৰ পাছতো নিজা সমষ্টিৰ এই ভৌগোলিক সীমান্তৱৰ্তী এলেকাটো পৰিদৰ্শন কৰিবলৈও আহৰি নোপোৱাৰ অভিযোগ উঠিছে ৷

একেদৰে নিৰুত্বাপ হৈ আছে জলসম্পদ, জলসিঞ্চন আদি বিভাগৰ হৰ্তা-কৰ্তাসকল ৷ অৱশ্যে ননৈ-চেৰফাং সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতীয়ে (এক লাখ টকা দান) আৰু প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে ২৫ হেজাৰ টকাৰে উৎসাহ দিয়া বুলি কয় অন্যতম আগৰণুৱা কৰ্মী হীৰালাল পৰ্জাই ৷ তেওঁ অৱশ্যে নেট কিনিবলৈ এতিয়াও কিছু ধনৰ নাটনি হৈ থকা বুলি উল্লেখ কৰি কয় যে, মা গংগাদেৱী (জলকুৱঁৰী)য়ে নিশ্চয় তাৰো ব্যৱস্থা কৰি দিব ৷

ইয়াৰ মাজতে ৰাইজৰ আহ্বানক সঁহাৰি জনাই কালি জালীমুখত উপস্থিত হয় বিটিআৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য (মুদৈবৰী) দিগন্ত বৰুৱা ৷ বিটিআৰৰ মনোনিত সদস্য অৰ্পণা মেধীৰ স’তে উপস্থিত হোৱা ই এমগৰাকীয়ে ৰাইজৰ হাতত ৫০ হেজাৰ টকা আগবঢ়াই কয় যে, বিষয়টো ইতিমধ্যে ওদালগুৰিৰ বিধায়ক, বিটিআৰৰ প্ৰধান আদিৰ স’তে পূৰ্ণ গতিত আলোচনা চলি আছে ৷ এইবেলি ৰাইজৰ স’তে হাতে-হাত মিলাই যাব আৰু অহা বছৰলৈ স্থায়ী সমাধানসূত্ৰ উলিওৱা হ’ব বুলি ই এম বৰুৱাই দৃঢ়তাৰে ৰাইজক জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhutan Border
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d