Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আইচিইউ শয্যা-দৰবৰ বাবে ৰাজ্যলৈ আগবঢ়াব আঠ হেজাৰ কোটি

নতুন কেবিনেটৰ বৈঠকত ক’ভিডৰ বাবে ২৩ হেজাৰ কোটি টকাৰ মঞ্জুৰি

publisher by publisher
July 9, 2021
in India, News, Politics
Reading Time: 1 min read
0
আইচিইউ শয্যা-দৰবৰ বাবে ৰাজ্যলৈ আগবঢ়াব আঠ হেজাৰ কোটি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে বুধবাৰে ব্যাপক সালসলনিৰে গঠন কৰা নতুন কেবিনেটৰ কালি অনুষ্ঠিত প্রথমখন বৈঠকত কৰ’নাৰ মােকাবিলা কৰিবলৈ ২৩,১২৩ কোটিৰ জৰুৰীকালীন সঁহাৰি পেকেজ ঘােষণা কৰা হয়।

ADVERTISEMENT

এই পেকেজে দেশজুৰি ৭৩৬খন জিলাত ২০ হেজাৰ নতুন আই চি ইউ বিছনা স্থাপনৰ লগতে দৰব আদি মজুত কৰিবলৈ সহায় কৰিব বুলি প্ৰকাশ কৰে নৱনিযুক্ত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডভিয়াই ।

২৩ হেজাৰ কোটিৰ ভিতৰত ১৫ হেজাৰ কোটি ব্যয় কৰিব কেন্দ্রই আৰু আঠ হেজাৰ কোটি টকা ৰাজ্যসমূহক আবণ্টন দিয়া হ’ব বুলি তেওঁ কয়।আগন্তুক নমাহত পৰিকল্পনাসমূহ ৰূপায়ণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রীজনে কেবিনেট বৈঠকৰ পাছত সদৰী কৰে।

উল্লেখ্য যে বুধবাৰে সদ্যপ্রাক্তন কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ হর্ষবর্ধনে পদত্যাগ কৰাৰ কিছু ঘণ্টাৰ পাছত মাণ্ডভিয়াই দায়িত্ব লাভ কৰে। সূত্রত প্রকাশ যে কৰ’না সংক্ৰমণৰ দ্বিতীয় টৌৰ স’তে মােকাবিলা কৰিবলৈ গৈ হাবাথুৰি খােৱা বিজেপি চৰকাৰৰ ৰাজনৈতিক মূল্য ভৰিব লগা হ’ল হর্ষবর্ধনে।

চিকিৎসক হৈও হর্ষবর্ধনে ক’ভিড সংক্ৰমণৰ সময়ত তীব্র সমালােচনাৰ সন্মুখীন হয়। বিশেষকৈ এই সময়ছােৱাত তেওঁৰ কেতবােৰ মন্তব্যই বিষয়টো অধিক জটিল কৰি তােলে। কেন্দ্রই ক’ভিড পৰিস্থিতিক যথােপযুক্ততাৰে মােকাবিলা কৰা বুলিয়ে হর্ষবর্ধনে চৰকাৰৰ স্থিতিক সুৰক্ষা দিছিল যদিও শেষ ৰক্ষা নহ’ল।

তেওঁৰ লগতে বুধবাৰে আন চাৰিজন জ্যেষ্ঠ কেবিনেট মন্ত্রী ক্ৰমে ৰবিশংকৰ প্ৰসাদ, প্রকাশ জাৱৰেকাৰ,ৰমেশ পােখৰিয়াল নিশাংক আৰু সদানন্দ গৌড়াই পদত্যাগ কৰে। মন্ত্রীসভাৰ সালসলনিৰ পূর্বে ১১জন মন্ত্রীয়ে পদ এৰিবলগীয়া হয়।

সূত্রত প্রকাশ যে মাত্র এটা ফোনকলতেই একোজন মন্ত্রীয়ে হেৰুৱালে পদবী। প্রধানমন্ত্রী মােদীয়ে দ্বিতীয় কার্যকালৰ প্রথম মন্ত্রীসভাৰ সালসলনিৰ প্রস্তুতি চলােৱাৰ সমান্তৰালকৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা ব্যস্ত হৈছিল ফোনকলত।

তেওঁ ১১টা ফোনকল কৰিবলগীয়া হৈছিল। মন্ত্রীসভাৰ ৰদবদল ঘােষণাৰ সময় চমু চাপি অহাৰ লগে লগে নাড্ডাই ১১জন কেন্দ্রীয় মন্ত্রীক এবাৰকৈ কল কৰে। ইয়াৰ উদ্দেশ্য আছিল তেওঁলােকক পদত্যাগ কৰিবলৈ কোৱা।

এই পদত্যাগৰ লগে লগে তেওঁলােকৰ টুইটাৰৰ শিৰােনামৰ পৰিচয় সলনি হােৱা দেখা যায়। উদাহৰণ স্বৰূপে ৰবিশংকৰ প্ৰসাদৰ তথ্য প্রযুক্তি মন্ত্রীৰ সলনি বিহাৰৰ পাটনা চাহেব সমষ্টিৰ লােকসভাৰ সাংসদ বুলি লিখা হয়।একেদৰে জাৱৰেকাৰৰ প্ৰফাইল ৰাজ্যসভাৰ সাংসদলৈ সলনি হয়।

মাত্র কিছু সময়ৰ ভিতৰতে এইদৰে মন্ত্রিত্বৰ পৰা সাংসদলৈ বাস্তৱ আৰু ভাচুৱেল দুই জগততে সলনি হৈছিল তেওঁলােকৰ পৰিচয়। প্রধানমন্ত্রী মােদীৰ নতুন কেবিনেটৰ আকাৰ বৃহৎ শক্তিশালী আৰু তৰুণ মুখেৰে ভৰা বুলি কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: J. P. NaddaMansukh L. MandaviyaNarendra Modi
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d