Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

কংগ্ৰেছ দলৰ বেলি এতিয়া পশ্চিম আকাশত : ভৱেশ কলিতা

ভাৰতীয় জনতা পার্টিত যােগদান জোষ্ঠ কংগ্ৰেছী নেতা অনিল

publisher by publisher
July 9, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছ দলৰ বেলি এতিয়া পশ্চিম আকাশত : ভৱেশ কলিতা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Jyotikuchi Sankardev Road:এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ জ্যোতিকুছিৰ শতাব্দী সংযোগী শংকৰদেৱ পথ

বিধায়ক ভৱেশ কলিতাৰ পত্নীক আৱদ্ধ কৰি ৰখাৰ অভিযোেগ

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

বিজেপি অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আয়ােজিত হৈ যােৱা যােগদান অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্রতি অনুপ্রাণিত হৈ অসম প্রদেশ কংগ্ৰেছৰ সদ্য প্রাক্তন জোষ্ঠ নেতা অনিল ৰাজা, সাধাৰণ সম্পাদকদ্বয় পংকজ বৰবৰা আৰু দুধনৈৰ সমষ্টিৰ প্রাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, সম্পাদক প্রবীৰ কলিতাকে আদি কৰি কে’বাসংখ্যক সদ্য প্রাক্তন কংগ্ৰেছী নেতাই আজি আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে।

ADVERTISEMENT

অনুষ্ঠানত, নৱাগতসকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, ভাৰতীয় জনতা পার্টিৰ সকলাে কার্যকর্তাই পূর্বপুৰুষসকলে আগবঢ়াই যােৱা দর্শন অনুসৰি এক পৰিয়ালৰ মানসিকতাই কাম কৰি আহিছে।

যােগদান কৰা নৱাগত সকলে দলৰ এনে নীতি আদর্শক হৃদয়ংগম কৰি দল তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি সভাপতি মহােদয়ে আশা প্রকাশ কৰে। তেওঁ কয় যে, দেশৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াই ২০১৪ চনৰ পৰা “সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস” মূলমন্ত্ৰৰে সমাজৰ সকলাে শ্রেণীক সর্বাংগীন বিকাশ সাধনৰ পথ দেখুৱাই ভাৰতবৰ্ষক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰাৰ উদ্দেশ্যে কাম কৰি আহিছে।

ভাৰতীয় জনতা পার্টিৰ এনে নীতি আদৰ্শৰদ্বাৰা সমগ্র ভাৰতৰ লগতে অসমৰ জনসাধাৰণ আশ্বস্ত হব পাৰিছে আৰু সেয়ে, ২০১৬ চনৰ পৰাই অসমৰ পঞ্চায়ত, জিলা পৰিষদীয়, স্বায়ত্ব শাসিত আদি সকলাে নির্বাচনত ভাৰতীয় জনতা পার্টিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

কংগ্ৰেছ দলক তুষ্টিকৰণ ৰাজনীতিৰ দল বুলি সমালােচনা কৰি সভাপতি ভৱেশ কলিতাই কয় যে, জনসাধাৰণ তথা দলৰ কাৰ্যকৰ্তাৰ অভাৱ অভিযােগৰ ফালে পিঠি দি কংগ্ৰেছ দলে তুষ্টিকৰণত ৰাজনীতিত ব্যস্ত থকাৰ বাবেই কংগ্ৰেছ দলৰ বেলি এতিয়া পশ্চিম আকাশত।

আভ্যন্তৰীণ খামখেয়ালিয়ে পৰিপুষ্ট কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা কোনাে মিল নাই, তেওঁলােকে ৰাতিপুৱা কয় এটা, দুপৰীয়া কয় এটা, আবেলি কয় এটা। লগতে, কংগ্ৰেছ দলে কেতিয়াও উন্নতি ঘটাব নােৱাৰে বুলিও সভাপতি মহােদয়ে উল্লেখ কৰে।

তেওঁ পুনৰ কয় যে, ভাৰতীয় জনতা পার্টিয়ে তুষ্টিকৰণৰ ৰাজনীতি কেতিয়াও নকৰে, বিজেপি দলে সকলাে জাতি জনগােষ্ঠীক একেলগে আগুৱাই নিয়া তথা “সর্ব ধর্ম সমভাৱ”ৰে সকলাে ধৰ্মক সম গুৰুত্বতা কাম কৰি আহিছে। বিজেপি দলক এটা অনুশাসনমূলক দল বুলি অভিহিত কৰি সভাপতি মহােদয়ে পুনৰ কয় যে, এই দলত সকলাে কার্যকর্তাই দলৰ সংবিধান মানি চলে আৰু নেতৃত্বক সন্মান দিয়ে।

সভাত উপস্থিত থাকি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা ডাঙৰীয়াই কয় যে, ভাৰতীয় জনতা পার্টিৰ নেতৃত্বত দেশ তথা সমাজ নির্মাণৰ ভাৱধাৰাৰ প্রতি আকর্ষিত হৈ আজি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি বিজেপিত যােগদান কৰা সকলােকে আন্তৰিক অভিনন্দন জনাইছোঁ।

তেওঁ কয় যে, বিজেপিত নতুন আৰু পুৰণিৰ মাজত কোনাে পার্থক্য নাই। নতুনকৈ অহা সকলে পুৰণি দলৰ আদর্শ পৰিত্যাগ কৰি ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শক গ্রহণ কৰি ৰাইজৰ তথা দলৰ স্বাৰ্থত কাম কৰি যাব বুলি আশা প্রকাশ কৰে। বিজেপি দল অন্য দলতকৈ পৃথক বুলি অভিহিত কৰি ফণীন্দ্র নাথ শর্মা ডাঙৰীয়াই কয় যে, বিজেপি দলত ৰাষ্ট্র প্রথম দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়।

বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা ব্যক্তিয়ে ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শক হৃদয়ংগম কৰি ইয়াক পালন কৰাৰ বাবেই আজি ভাৰতীয় জনতা পার্টিয়ে লােকসভা, বিধান সভাত শীর্ষস্থানৰ লগতে সমগ্র বিশ্বৰ সর্ববৃহৎ দল হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যােগদান কৰি, জোষ্ঠ কংগ্ৰেছী নেতা অনিল ৰাজাদেৱে কয় যে, কংগ্ৰেছৰ ব্যভিচাৰ নীতি আদর্শকপৰিত্যাগ কৰি বিজেপি দলত যােগদান কৰি আজি যথেষ্ট আনন্দ লাভ কৰিছোঁ।

তেওঁ কয় যে, কংগ্ৰেছ দল ত্যাগ কৰা পাছত ছয় মাহৰ ধৰি সূক্ষম পর্যবেক্ষণ কৰি ভাৰতীয় জনতা পার্টি যে এটা অনুশাসন আৰু শৃংখলাবদ্ধ দল সেইটো অনুধাৱন কৰিব পৰিছিলোঁ আৰু সেয়ে আজি বিজেপি দলত যােগদান কৰিছোঁ।

কিন্তু দীর্ঘ সময়জুৰি কংগ্ৰেছত থকাৰ সময়ত দলটোত কেৱল দুর্নীতি আৰু ভ্ৰষ্টাচাৰহে প্রত্যক্ষ হৈছিল আৰু যাৰ বাবে কংগ্ৰেছ দলৰ অধঃপতন ঘটিছে। সভাত ভাষণ প্রদান কৰি সদ্য প্রাক্তন কংগ্ৰেছী নেতা তথা ন বিজেপি নেতা পংকজ বৰবৰাদেৱে কংগ্ৰেছ দলত আভ্যন্তৰীণ সংঘাতৰ বাবেই দল ত্যাগ কৰি বিজেপি দলত যােগদান কৰাৰ কথা সদৰী কৰে।

লগতে তেওঁ আগন্তুক দিনত দলৰ নীতি আদর্শ পালন কৰি সমাজ তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আগ্রহী বুলি প্রকাশ কৰে। ৰাজ্যিক বিজেপিৰ সম্পাদক কিশােৰ উপাধ্যায়ে আঁত ধৰা আজি যােগদান অনুষ্ঠানত শদিয়াৰ বিধায়ক বলীন চেতিয়া, ৰাজ্যিক উপ সভানেত্রী বিজুলী কলিতা মেধি, সম্পাদক বেণুধৰ নাথ, গুৱাহাটী জিলা সভাপতি মৃগেন শৰণীয়া উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhabesh KalitaBijuli Kalita MedhiKishore UpadhyayaMrigen Sarania
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d