Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

ভৱানীপুৰৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দুৰৱস্থা

ঠেলা চলাই, পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰৰ

publisher by publisher
July 10, 2021
in Assam, India, News, Sports
Reading Time: 1 min read
0
ভৱানীপুৰৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দুৰৱস্থা
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ছয়টা ৰাষ্ট্ৰীয় বঁটা, ১২ টা ৰাজ্যিক বঁটা, নটা জিলা পৰ্যায়ৰ বঁটাৰে উজ্বলাইছে ক্ৰীড়াৰ ক্ষেত্ৰখন

ভৱানীপুৰ সমষ্টিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দুৰৱস্থা । ৭১ বছৰীয়া মহেন্দ্ৰ সুত্ৰধৰৰ ঘৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত শালবাৰীৰ পাক্‌ৰিগুৰি গাঁৱত । চৰকাৰী স্বীকৃতিৰ পৰা আজিও বঞ্চিত হৈ আছে এইগৰাকী ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰ ।

ADVERTISEMENT

ছয়টা ৰাষ্ট্ৰীয় বঁটা, ১২ টা ৰাজ্যিক বঁটা আৰু নটা জিলা পৰ্যায়ৰ বঁটাৰে ক্ৰীড়াৰ ক্ষেত্ৰখন উজ্জ্বলাই আজি এই গৰাকী খেলুৱৈয়ে ঠেলা চলাই, পাচলি বিক্ৰী কৰি চলাই আহিছে নিজৰ জীৱন জীৱিকা ।

বিভিন্ন আৰ্থিক দৈন্যতাৰ মাজেৰে নিজৰ জীৱন চলাই নিয়া খেলুৱৈ গৰাকীয়ে গাঠিৰ ধন ব্যয় কৰি জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ অংশগ্ৰহণ কৰি আহিছিল যদিও ২০১৬ বৰ্ষত চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ লৈ খেলুৱৈ গৰাকী নিৰ্বাচিত হৈয়ো ধনৰ অভাৱত যাব নোৱাৰিলে ।

কিছু বছৰ পূৰ্বে পত্নীৰ মৃত্যু হোৱা মহেন্দ্ৰ সুত্ৰধৰৰ আছে পাঁচ গৰাকী পুত্ৰ সন্তান। আটাইকেইগৰাকী শ্ৰমজীৱি পুত্ৰ‌ই নিজ ঘৰ সংসাৰ কৰি পৃথকে পৃথকে বসবাস কৰে ।

স্বনিৰ্ভলশীল আৰু স্বাধীনচেতিয়া মনোভাৱৰ অধিকাৰী মহেন্দ্ৰ‌ই বৰ্তমান ৭১ বছৰ বয়সতো ঠেলা চলাই পাচলি বিক্ৰী কৰিয়েই নিজৰ পেটৰ ভাত মুঠি মুকলাই আছে । এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলাই তোলা তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়াই অনা মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰে দাৰিদ্ৰতাৰ কৱলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে অন্ন বস্ত্ৰ বাসস্থানৰ বাবে ।

এটা জৰাজীৰ্ণ ঘৰত বসবাস কৰে সুত্ৰধৰে । মহেন্দ্ৰ সুত্ৰধৰে মাষ্টাৰ্ছ এথলেটিক্সত বিভিন্ন পৰ্যায়ৰ দৌৰত ছয়টা ৰাষ্ট্ৰীয় পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যিক ভিত্তিত বাৰটা পদক আৰু জিলা ভিত্তিত নটা পদক অৰ্জন কৰিছে নিজৰ ক্ৰীড়া প্ৰতিভা তথা কৃতিত্বৰে ।

উল্লেখ্য যে মহেন্দ্ৰ সুত্ৰধৰে মাষ্টাৰ্ছ এথলেটিক্স ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত ২০১৬ বৰ্ষত মহীশূৰত অনুষ্ঠিত ‘৩৭ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৬’ ত ৫০০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক লাভ কৰিছিল।

তদুপৰি ২০১৭ বৰ্ষত তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত ‘৩৮ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৭’ ত ৫০০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণপদক অৰ্জন কৰাৰ লগতে ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল মহেন্দ্ৰ সুত্ৰধৰে ।

একেদৰে ২০১৮ বৰ্ষত বাংগালুৰুত অনুষ্ঠিত ‘৩৯ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৮’ ত ৫০০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন, ১৫০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক আৰু ৮০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।

ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্সতো মহেন্দ্ৰ সুত্ৰধৰে কৃতিত্ব অৰ্জন কৰিছে । ২০১৫ বৰ্ষত ডিফুত অনুষ্ঠিত ‘২৪ সংখ্যক অল আছাম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৫’ ত ৫০০০ মিটাৰ দৌৰত আৰু ১৫০০ মিটাৰ প্ৰথম স্থান লাভ কৰি দুটাকৈ স্বৰ্ণ পদক কৰিছিল সুত্ৰধৰে ।

২০১৬ বৰ্ষত ধেমাজিত অনুষ্ঠিত ‘২৫ সংখ্যক আসাম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৬’ ত ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰত, ৮০০ মিটাৰ দৌৰত আৰু ২১ কিলোমিটাৰ দৌৰত (হাফ মাৰাথান দৌৰত) চাৰিওটাতেই প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল ।

২০১৭ বৰ্ষত বঙাইগাঁৱত অনুষ্ঠিত ‘২৬ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৭’ তো মহেন্দ্ৰ সুত্ৰধৰে ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰ আৰু ৮০০ মিটাৰ দৌৰত মুঠ তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিল । ২০১৮ বৰ্ষত শিৱসাগৰত অনুষ্ঠিত ‘২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৮’ ত ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰত তিনিওটাতে প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে মহেন্দ্ৰ সুত্ৰধৰে ।

তদুপৰি বজালী জিলা ভিত্তিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্সতো ক্ৰমে ২০১৫, ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষত অংশ গ্ৰহণ কৰি বিভিন্ন পৰ্যায়ৰ দৌৰত মহেন্দ্ৰ সুত্ৰধৰে সাতটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আন এক উল্লেখযোগ্য যে পেছাত এগৰাকী ঠেলা চালক, পাচলি বিক্ৰেতা মহেন্দ্ৰ সুত্ৰধৰে প্ৰসংগক্ৰমে এই সাংবাদিকৰ আগত ব্যক্ত কৰে যে ঠেলা চলাই , পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা সুত্ৰধৰে ২০০০ বৰ্ষত শালবাৰীৰ নিকটৱৰ্তী বাহঁবাৰীত ঠেলাৰে গধুৰ বোজা কঢ়িয়াই নিয়া অৱস্থাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ এটা জটিল অস্ত্ৰপ্ৰচাৰ সম্পন্ন হৈছিল । তেওঁ সুস্থ হৈ উঠাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰতিদিনে ৰাতিপুৱা সুত্ৰধৰে শাৰীৰিক ব্যায়ামৰ অংশ হিচাপে এঘণ্টাকৈ দৌৰে ।

দৌৰাটো এক অভ্যাসত পৰিণত হোৱাৰ লগতে ২০১৫ বৰ্ষৰ পৰা বিভিন্ন পৰ্যায়ত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰাটো অব্যাহত ৰাখিছে ।অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক উজ্জ্বলাই তোলাৰ স্বাৰ্থত নিজস্ব শ্ৰম, ত্যাগ, সাধনাৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এথলীট মহেন্দ্ৰ সুত্ৰধৰলৈ চৰকাৰী কোনোবা আমোলা- বিষয়াৰ দৃষ্টি পৰিবনে?

তদুপৰি সকলো ধৰণৰ চৰকাৰী আচঁনিৰ পৰা বঞ্চিত থকা খেলুৱৈ গৰাকীক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিভা প্ৰদৰ্শনৰ বাবে চৰকাৰী ভাবে আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হʼবনে? অসম চৰকাৰৰ আৰু বিটিচি চৰকাৰৰ ক্ৰীড়া বিভাগে মহেন্দ্ৰ সুত্ৰধৰলৈ কেনে ধৰণে দৃষ্টি নিক্ষেপ কৰিব সেইয়া হʼব লক্ষণীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mahendra Sutradhar
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d