Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আফগানিস্তানৰ নজন ছাত্ৰক ‘আশ্ৰয়’ বম্বে আইআইটিৰ

publisher by publisher
August 16, 2021
in India, News
Reading Time: 1 min read
0
আফগানিস্তানৰ নজন ছাত্ৰক ‘আশ্ৰয়’ বম্বে আইআইটিৰ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

NEET Result 2021 : ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ নির্দেশত স্থগিতাদেশ, স্নাতক স্তৰৰ মেডিকেল প্রৱেশিকাৰ ফল প্রকাশৰ নির্দেশ উচ্চতম ন্য়ায়ালয়ৰ

যৌন আকাংক্ষা নোহোৱাকৈ শিশুৰ গাল স্পর্শ যৌন অত্যাচাৰ নহয়, বোম্বে উচ্চ ন্যায়ালয়

অনলাইন লুডু জুৱা খেল নেকি ? জানিব বিচাৰিলে উচ্চ ন্যায়ালয়ে

আফগানিস্তানৰ ছাত্ৰসকলক ভাৰতৰ কেম্পাছত থাকি পঢ়াৰ অনুমতি দিলে বম্বে উচ্চ ন্যায়ালয়ে । তালিবান অভ্যুত্থানৰ পাছত আফগানিস্তানৰ পৰা পঢ়াত তেওঁলোকৰ অসুবিধা হ’ব পাৰে বুলিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আইআইটি কৰ্তৃপক্ষই । লগতে তেওঁলোকে জনাইছে, যদি এই ছাত্ৰকেইজনে এতিয়া আফগানিস্তানৰ পৰা ভাৰতলৈ আহিব‌ নোৱাৰে, তেন্তে তেওঁলোকৰ বাবে আসন সংৰক্ষিত ৰখাৰ চেষ্টা কৰা হ’ব । এই ক্ষেত্ৰত পৰৱৰ্তী শিক্ষা বৰ্ষত আহি শিক্ষাগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ।

ADVERTISEMENT

এই বছৰ আফগানিস্তানৰ পৰা মুঠ নজন ছাত্ৰ‌ই বম্বে আইআইটিত পঢ়াৰ সুযোগ লাভ কৰিছিল । কিন্তু নামভৰ্তি হয় যদিও ভাৰতত অহাৰ সুযোগ নাপায় । আফগানিস্তানৰ পৰাই অনলাইনত ক্লাছ কৰি আছিল তেওঁলোকে । ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লে ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছিল । কিন্তু দেওবাৰৰ পাছত দেশৰ আৰু নিজৰ ভৱিষ্যক লৈ অনিশ্চয়তাত ভুগিছে শিক্ষাৰ্থীসকল ।

তেওঁলোকৰ ভয়, যিকোনো মুহূৰ্তত ইণ্টাৰনেট সেৱা বন্ধ হৈ যাব পাৰে । বিদ্যুৎ সেৱাও বন্ধ হৈ যাব পাৰে । ফলত অনলাইন ক্লাছো কৰিব নোৱাৰিব । বিষয়টো জনায় বম্বে আইআইটিৰ কাষৰ কেম্পাছত থাকি পঢ়া-শুনা কৰাৰ অনুৰোধ কৰিছিল ছাত্ৰকেইজনে ।

বম্বে আইআইটিৰ মুৰব্বী শুভাশিস চৌধুৰীয়ে জনায়, আফগানিস্তানৰ ছাত্ৰসকলক ভাৰতত আহি বম্বে আইআইটিৰ কেম্পাছত থাকি পঢ়াৰ অনুমতি দিয়া হৈছে ।

দেওবাৰে নিশা কাবুলত ৰাষ্ট্ৰপতি ভৱন দখল কৰে তালিবানে । দেশৰ ক্ষমতা হস্তান্তৰৰ বৃত্ত সম্পূৰ্ণ হয় তাৰ পৰাই । নতুন তালিবান শাসনক লৈ প্ৰতি মুহূৰ্তত অনিশ্চয়তাত ভুগিছে লোক । এনে সময়তে ইণ্টাৰনেট আৰু টেলিভিছন সম্প্ৰচাৰৰ দৰে সেৱা বন্ধ হোৱাৰ সম্ভাৱনা অধিক ।

ইপিনে, আফগানিস্তানৰ যাতায়তৰ বিমান সেৱা সম্প্ৰতি বিপৰ্য্যস্ত । সেয়ে এই বিষয়ত লক্ষ্য ৰাখি ছাত্ৰসকলক অন্য এটা বিকল্প দিছে বম্বে আইআইটিয়ে । তেওঁলোকে জনায়, ছাত্ৰসকলে ভাৰতত আহিব নোৱাৰিলেও তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰাৰ চেষ্টা কৰা হ’ব । এই ক্ষেত্ৰত আগন্তুক বৰ্ষত ভাৰতত আহি শিক্ষাগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: High Court of BombayIndian Institute of Technology Bombay
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d