Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰত হ’ব উপ- নিৰ্বাচন !

এক ছেপ্টেম্বৰত বিধায়ক ফনীধৰ তালুকদাৰৰ বিজেপিৰ যোগদান, ভৱানীপুৰত ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই

publisher by publisher
August 19, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰত হ’ব উপ- নিৰ্বাচন !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

বিধায়ক ভৱেশ কলিতাৰ পত্নীক আৱদ্ধ কৰি ৰখাৰ অভিযোেগ

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

Prominent personalities accept BJP membership:ৰাজ্যৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, সমাজ তথা সাংস্কৃতিক কর্মীৰ বিজেপিত যোগদান

উপ-নিৰ্বাচনত আটাইবোৰ আসন যাব বিজেপিৰ দখললৈ, ভৱানীপুৰতো এইবাৰ পদুম ফুলিব : ভবেশ কলিতা

ADVERTISEMENT

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে বিজেপিত যোগদান সন্দৰ্ভত সৰব চৰ্চা চলি থকা সময়ছোৱাতেই আজি বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই ভৱানীপুৰত স্পষ্টভাৱে ঘোষণা কৰিলে বিধায়ক ফনীধৰ তালুকদাৰৰ বিজেপিৰ যোগদান নিশ্চিত বুলি । উল্লেখ্য যে বিজেপিৰ ভৱানীপুৰস্থিত কাৰ্যালয়ত আজি বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই কয় যে, অহা এক ছেপ্টেম্বৰত ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে বিজেপিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

বিধায়ক ফনীধৰ তালুকদাৰে এআইইউএফ দল ত্যাগ কৰিব। বিধায়ক পদো ত্যাগ কৰিব। ভৱানীপুৰ বিধানসভা সমষ্টি উপ নিৰ্বাচনৰ পিনে গতি কৰিব । তেওঁ কয়, ‘আজিয়েই কওঁ যে উপ-নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখল কৰাটো এশ শতাংশই নিশ্চিত । ভৱানীপুৰত এইবাৰ পদুম ফুলিব। তেনেদৰে অসমত হ’বলগীয়া উপ-নিৰ্বাচনত আটাইবোৰ আসন মিত্ৰজোঁটে দখল কৰিব ।’

ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই সাংবাদিকৰ এক প্ৰশ্নোত্তৰত কয় যে, যোৱা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত অগপ দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কিন্তু বিধায়ক ফনীধৰ তালুকদাৰে যিহেতু বিজেপি দলত যোগদান কৰিব, গতিকে তেওঁ বিজেপি দলৰ হৈ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। বিধায়ক ফনীধৰ তালুকদাৰে যদি অগপ দলত যোগদান কৰিলে হয়, অগপ দলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিলেহেঁতেন ।

প্ৰসংগক্ৰমে বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই কয়, ‘যিসকল বিৰোধী বিধায়কে দেখিছে যে তেওঁলোকে নিজৰ দলত থাকি উন্নয়নৰ কাম কৰাৰ বাবে সক্ষম নহ’ব, তেওঁলোকেই বিজেপিলৈ ঢাপলি মেলিছে । কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এইবাৰৰ বাজেটত গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে । যি আঁচনিয়ে অসমৰ জনসাধাৰণক চুই যাবলৈ সক্ষম হৈছে । বাজেটৰ প্ৰতিটো শাৰী, প্ৰতিটো শব্দই কেৱল উন্নয়ন, শান্তি আৰু প্ৰগতিৰ বাবে এই চৰকাৰখনৰ প্ৰতিশ্ৰুতি আছে । সেয়া দৃঢ়ভাৱে প্ৰকাশ পাইছে ।’

আজিৰ সংবাদমেলত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি নেতা-নেত্ৰী ক্ৰমে ভূপেন মেধি, মামনী পাটগিৰি, পুলক বৈশ্য, প্ৰফুল্ল বৈশ্য, চপেন্দ্ৰ কলিতা, উমেশ তালুকদাৰ, মণ্টু তালুকদাৰ, ৰঘূ তালুকদাৰ, ধ্ৰুৱজ্যোতি মেধি, অজয় দাস আদিয়ে উপস্থিত থাকে ।

আনহাতে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই পৃথকে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ নেতা-কৰ্মীৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ভৱানীপুৰ বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত বিভিন্ন নীতি নিৰ্দেশনা দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhabesh KalitaPhanidhar Talukdar
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d