Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনত মুখৰ ছবি সম্বলিত ৰেচনৰ থলি বিতৰণ- পাঁচ কোটি প’ষ্টকার্ড প্ৰেৰণৰ পৰিকল্পনা বিজেপিৰ

publisher by publisher
September 11, 2021
in India, News, Politics
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনত মুখৰ ছবি সম্বলিত ৰেচনৰ থলি বিতৰণ- পাঁচ কোটি প’ষ্টকার্ড প্ৰেৰণৰ পৰিকল্পনা বিজেপিৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

অভিলেখ সংখ্যক টিকাকৰণৰ লক্ষ্য

স্বচ্ছতা অভিযান, প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ মুখৰ ছবি সম্বলিত ৰেচনৰ থলি বিতৰণ, পাঁচ কোটি প’ষ্টকার্ড প্ৰেৰণ কৰা — এনে হেজাৰ পৰিকল্পনা তো আছেই, প্রধানমন্ত্রীৰ ৭১ বছৰ বয়সত ভৰি দিয়াত লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রধান প্রশাসক হিচাপে দুদশক পূর্ণ কৰাক স্মৰণীয় কৰি ৰাখিবলৈ এইবাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত অভিলেখ সংখ্যক টিকাকৰণো !

ADVERTISEMENT

শুকুৰবাৰে বিজেপিৰ সর্বভাৰতীয় সভাপতি জে পি নড্ডাই কয়, প্রধানমন্ত্রীৰ জন্মদিনত (১৭ ছেপ্টেম্বৰ) দলৰ লক্ষ্যই হ’ল, অধিক সংখ্যক মানুহক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা । সেই দিনটোত অভিলেখ সংখ্যক টিকাকৰণ কৰিবলৈ লক্ষ্য কৰিছে দলে । দলীয় সূত্রৰ দাবী, সম্প্ৰতি দেশজুৰি মসৃণ গতিত টিকাকৰণ অব্যাহত আছে । টিকাকৰণৰ গতিও বৃদ্ধি পাইছে । ফলত দেশত সংক্রমণ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে । এই কৃতিত্ব কেৱল প্রধানমন্ত্রীৰ, সেই বার্তা দিবলৈ তেওঁৰ জন্মদিনক অভিলেখ টিকাকৰণৰ বাবে বাছি লৈছে দলে ।

যোৱা দুসপ্তাহে যে প্রতিষেধকৰ যোগান পূৰ্বৰ তুলনাত বাঢ়িছে, সেয়া টিকাকৰণৰ দৈনিক পৰিসংখ্যাতেই স্পষ্ট । কিন্তু বিৰোধী দলৰ একাংশৰ প্রশ্ন, ভাৰতৰ দৰে বিপুল জনসংখ্যাৰ দেশত য’ত এদিন আগতে কাৰোবাক টিকা দিব পাৰিলেও সংক্রমণ নিয়ন্তণত সুবিধা হয়, তাত অভিলেখ গঢ়িবলৈ এটা নির্দিষ্ট দিনৰ বাবে কিয় বহি থকিব লাগে ? যদি আগন্তুক সময়ৰ বাবে এনেধৰণৰ পৰিকল্পনা কৰিব পাৰে, তাৰ অৰ্থ টিকা মজুত আছে । তেন্তে আগতেই টিকা প্ৰদান নকৰি প্রধানমন্ত্রীৰ জন্মদিনত দিয়াৰ যুক্তি কি ?

এজন বিৰোধী নেতাৰ প্রশ্ন, ‘‘সেই নির্দিষ্ট দিনটোৰ বাবে আগৰ পৰাই প্রতিষেধক মজুত কৰা হৈছে নেকি ? ইয়ৰ পূৰ্বে যেনেদৰে আন্তর্জাতিক যোগ দিৱসত (২১ জুন) অভিলেখ গঢ়াৰ লক্ষ্যত তাৰ কিছুদিন আগতে কৰা হৈছিল !’’

আন্তর্জাতিক যোগ দিৱসৰ পৰাই দেশত ১৮ বছৰ তথা ঊৰ্ধ্বৰসকলক বিনামূল্যে প্রতিষেধক দিয়াৰ কথা ঘোষণা কৰিছিল কেন্দ্র‌ই ।  ৮৫ লাখ টিকা দিয়া হৈছিল । সেই সময়ত অভিযোগ উত্থাপিত হৈছিল, এই অভিলেখ গঢ়িবলৈ ইয়াৰ কিছুদিন আগৰ পৰা টিকা কিছুপৰিমাণে কমকৈ দিয়া হৈছিল । অভিলেখ গঢ়াৰ পাছত পুনৰ টিকাকৰণৰ গতি হ্ৰাস পাইছিল । প্রশ্ন, এইবাৰো তেনেকুৱা নহয়তো ?

বিৰোধীসকলৰ দাবী, আৰম্ভণিৰ পৰা কেন্দ্রেৰ ভুল নীতিৰ বাবে টিকাকৰণৰ গতি হ্ৰাস ‌পাইছে । কৰ’না যোদ্ধা আৰু ৪৫-ঊর্ধ্বৰসকলক বিনামূলীয়া টিকা দিয়াৰ কথা আৰম্ভণিতে কোৱা হয় যদিও, বাকীসকলৰ বাবে এই নীতি ঘোষণাত খেলিমেলি কৰিছে কেন্দ্র‌ই । এই পৰ্যন্ত মুঠ জনসংখ্যাৰ অনুপাতে দুটা ড’জ টিকা পোৱা লোক যথেষ্ট কম । তাৰ পাছতো ‘অভিলেখ’ গঢ়িবলৈ জন্মদিনৰ বাবে অপেক্ষা কৰাক লৈ প্রশ্ন তুলিছে বিৰোধীসকলৰ অধিকাংশই । তেওঁলোকৰ প্রশ্ন, ‘‘আজি প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্রস্তুতিক লৈ জৰুৰী বৈঠকত বহাৰ সময়তে, অভিলেখৰ বাবে অপেক্ষা কিয় ?’’

এদিন-দুদিন নহয়, একেলেথাৰি তিনি সপ্তাহ ধৰি মোদীৰ ৭১তম জন্মদিন আৰু প্রশাসক হিচাপে কুৰি বছৰ (প্রধানমন্ত্রী আৰু ইয়াৰ পূৰ্বে গুজৰাতৰ মুখ্যমন্ত্রী) পূর্ণতাক একেলগে পালন কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । সেই উপলক্ষে বিভিন্ন নদীৰ ৭১টা স্থান পৰিস্কাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । প্রধানমন্ত্রীৰ জীৱন কাহিনী দাঙি ধৰিবলৈ দেশজুৰি প্রদর্শনীৰ ব্যৱস্থা কৰা হ’ব । পাঁচ কোটি প’ষ্টকার্ড বিতৰণ কৰা হ’ব । তাত মোদী চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰা হ’ব । কৰ’না-কালত ‘দুখীয়াৰ মচিহা’ প্ৰধানমন্ত্ৰী মোদীয়ে যে দৰিদ্রসকলৰ গৃহত খাদ্যৰ যোগান ধৰিছে, সেয়া স্মৰণ কৰি দিবলৈ ৰেচন দোকানসমূহৰ ১৪ কোটিটা বেগত তেওঁৰ ছবি লগোৱা হ’ব ।

বিৰোধীসকলৰ কটাক্ষ, অর্থনীতি সমস্যাত জর্জৰিত দেশ । লাদাখত ভূমি হেৰুৱাবলগীয়া হৈছে । কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে । চাকৰিৰ বাবে হাহাকাৰ । ইয়াৰ পাছতো প্রচাৰ বাদ দিব বিচৰা নাই প্রধানমন্ত্রী মোদীয়ে ।

কিছুসংখ্যকৰ মতে, এইবোৰৰ বাবেই সম্প্রতি মোদীৰ জনপ্রিয়তা হ্ৰাস পাইছে । চলিত মাহত এক সংবাদমাধ্যমে কৰা সমীক্ষা অনুযায়ী, পূৰ্বৰ তুলনাত মোদীৰ জনপ্ৰিয়তা ২৪ শতাংশ হ্ৰাস পাইছে ।

দলীয় সূত্রৰ মন্তব্য, ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রীৰ জন্মদিন । তেওঁৰ কুৰি দিনৰ পাছতে, সাত অক্টোবৰত প্রশাসক হিচাপে ২০ বছৰ পূর্তি কৰিব মোদীয়ে । এই দুই দিনক একেলগে তিনি সপ্তাহ ধৰি বিশেষ উদ্‌যাপনৰ পৰিকল্পনা কৰিছে দলে । লগতে নদী চফা, ৰেচন বিতৰণ, দৰিদ্ৰ লোকসকলৰ লগত থাকি দিনটো সেৱা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে দলে । এই সন্দৰ্ভত কংগ্রেছ নেতা জয়ৰাম ৰমেশৰ মন্তব্য, দেশৰ মানুহৰ দাৰিদ্রতা বাঢ়িছে আৰু বিজেপিয়ে প্রধানমন্ত্রীৰ জন্মদিন উপলক্ষে অর্থ ব্যয় কৰাৰ পৰিকল্পনা কৰিছে ।

তৃণমূল সাংসদ ডেৰেক অ’ব্রায়েনে জন্মদিনৰ শুভেচ্ছা জনায় কটাক্ষ কৰে, মার্গদর্শক মণ্ডলিত যাবলৈ আৰু মাত্র চাৰি বছৰ বাকী । সুস্থ থাকক । উল্লেখযোগ্য যে, বিজেপিৰ অঘোষিত নীতি হ’ল ৭৫ বছৰৰ পাছত প্রত্যক্ষ ৰাজনীতিৰ পৰা অবসৰ গ্ৰহণ কৰিব লাগে নেতাসকলে । অবসৰ গ্ৰহণ কৰা নেতাসকলৰ স্থান হয় মার্গদর্শক মণ্ডলিত । যেনে লালকৃষ্ণ আডবাণী, মুৰলি মনোহৰ
জোশী ।

প্রধানমন্ত্রীৰ জন্মদিন সংক্রান্ত তিনি সপ্তাহৰ এই অনুষ্ঠান সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে চাৰি সদস্যৰ এটা দল গঠন কৰিছে বিজেপিয়ে । দলৰ সদস্যসকল হৈছে কৈলাশ বিজয়বর্গীয়, ডি পুৰন্দেশ্বৰী, বিনোদ সোনকাৰ আৰু ৰাজকুমাৰ চহাৰ । সম্প্ৰতি, জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্রান্তত ১৭ ছেপ্টেম্বৰত জনসেৱা বিষয়ক ভার্চুৱেল মাধ্যমত অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত ৰাজনৈতিক ব্যক্তিত্ব, সমাজসেৱকসকলে বক্তৃতা প্ৰদান কৰিব । তদুপৰি জনসেৱা বিষয়ক বিভিন্ন ভাষাত লেখা প্রকাশিত হ’ব ।

লগতে টিকাকৰণ কার্যসূচী সাফল্যৰে চলাই যোৱাৰ বাবে ভিডিঅ’ত প্রধানমন্ত্রীক ধন্যবাদ দিয়া দেখা যাব বিজেপি কর্মীসকল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPDerek O'BrienJ. P. NaddaNarendra Modi
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d