Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দেশজুৰি বিজেপিৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত-সহ ভাৰপ্ৰাপ্ত নিযুক্তি, স্মৃতিক হাৰিয়ানা-ছত্তিশগড়, ৰাম মাধৱক তামিলনাডু-উত্তৰাখণ্ডৰ দায়িত্ব

publisher by publisher
September 24, 2026
in National, News, Politics
Reading Time: 1 min read
0
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

BJP Incharge:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশজুৰি বৃহৎ দলীয় সাংগঠনিক সালসলনি কৰি বিভিন্ন ৰাজ্যত ভাৰপ্ৰাপ্ত আৰু সহ ভাৰপ্ৰাপ্ত নিযুক্তি দিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। এক বিবৃতিত দলে প্রকাশ কৰা অনুসৰি, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ বিনোদ তাৱড়েক উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্তৰূপে নিযুক্তিদিয়া হৈছে।

ADVERTISEMENT

বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিহাৰৰ ভাৰপ্ৰাপ্তৰূপে কাৰ্যনিৰ্বাহ কৰি বিজেপিৰ বাবে অভূতপূর্ব সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্রী তাৱড়ে। সেই সূত্রে ইতিমধ্যে সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হোৱা অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্তৰূপে তেওঁক গুৰু দায়িত্ব অর্পণ কৰা হৈছে। আনহাতে, অসমত হৰিশ দ্বিবেদীৰ স্থানত মংগল পাণ্ডেক ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্তি দিয়া হৈছে। লগতে সহ ভাৰপ্ৰাপ্তৰূপে নিযুক্তি দিয়া হৈছে নগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ ফাংন’ন কন্যাক আৰু মনোজ টিপ্পাক। একেদৰে দিল্লীৰ ভাৰপ্ৰাপ্তৰূপে দলৰ আন এক শক্তিশালী নেতা বিনয় সহস্রবুদ্ধেক নিযুক্ত দিয়া হৈছে।

দলে প্রকাশ কৰা বিবৃতি অনুসৰি, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে জ্যেষ্ঠ নেতা আৰু সাংগঠনিক অভিজ্ঞতাপুষ্ট শীর্ষ নেতাক বিভিন্ন ৰাজ্যৰ দায়িত্ব অর্পণ কৰিছে। বিবৃতি অনুসৰি, আন্দামান আৰু নিকোবৰত জয়প্রকাশ, অৰুণাচল প্রদেশত দেৱেশ কুমাৰ, অন্ধ্রপ্রদেশত অৰবিন্দ ভদোৰীয়া, বিহাৰ আৰু কৰ্ণাটকত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী, চণ্ডীগড়ত মহেন্দ্র পাণ্ডে, ছত্তিশগড় আৰু হাৰিয়ানাত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক স্মৃতি ইৰাণী, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু ডিউত বর্ষাবেন নৰেন্দ্ৰ ভাই দোশী, গোৱাত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভাৰতী প্রবীণ পাৱাৰ, গুজৰাটত ৰাজ্যসভাৰ সাংসদ তৰুণ চুঘ, হিমাচল প্রদেশত শ্রীকান্ত শৰ্মা, জম্মু-কাশ্মীৰ আৰু পঞ্জাৱত সতীশ পুনীয়া, ঝাৰখণ্ডত প্ৰাক্তন কেন্দ্রীয় মন্ত্রী গজেন্দ্ৰ পেটেল, কেৰালাত এম নাগৰাজ, লাডাখত ৰাজকুমাৰ ভাটীয়া, লাক্ষাদ্বীপত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়েন, মধ্যপ্রদেশত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ, মহাৰাষ্ট্ৰত দলৰ উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, মণিপুৰত অসমৰ বিধায়ক ৰাজদ্বীপ ৰয়, মেঘালয়ত অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ কনৰাড পুৰকায়স্থ, মিজোৰামত ভাগৱত কাৰাড, নগালেণ্ডত প্রাক্তন মন্ত্রী অনিল এন্টনী, ওড়িছাত লোকসভাৰ সাংসদ ডি পুৰণ্ডেশ্বৰী, পুডুচেৰীত কে সুৰেন্দ্ৰন, ৰাজস্থানত সঞ্জয় ভাটীয়া, ছিকিমত ৰাজু বিষ্টা, তামিলনাডু আৰু উত্তৰাখণ্ডত দলৰ উপ-সভাপতি ৰাম মাধৱ, তেলেংগানা আৰু পশ্চিমবংগত সুনীল বাঞ্চাল, ত্ৰিপুৰাত অসমৰ বিজেপিৰ যুৱ নেতা মৃগাংক দেৱবৰ্মনক ভাৰপ্ৰাপ্ত দায়িত্ব অর্পণ কৰা হৈছে।

দলে জাৰি কৰা জাননীত কোৱা হৈছে যে ৰাষ্ট্ৰীয় সভাপতি নবীনে দিয়া এইসমূহ নিযুক্তি তাৎক্ষণিকভাৱে বলৱৎ হ’ব। উল্লেখ্য যে দিল্লীত সহস্রবুদ্ধেৰ স’তে সহ ভাৰপ্ৰাপ্তৰূপে থাকিব লাডাখৰ প্ৰাক্তন সাংসদ জাময়াং ছেৰিং নামগিয়াল আৰু দৰ্শনা জাৰদ’হ। একেদৰে উত্তৰ প্ৰদেশত তাৱড়েৰ স’তে সহ ভাৰপ্ৰাপ্তৰ দায়িত্ব দিয়া হৈছে জগদীশ পেটেল, মেধা কুলকার্ণী, প্রদীপ বাৰ্মা আৰু আনন্দ ওঝাক।

ইপিনে, দলৰ উপ-সভাপতি পাণ্ডাৰ স’তে মহাৰাষ্ট্ৰত সহ ভাৰপ্ৰাপ্তৰ দায়িত্ব অর্পণ কৰা হৈছে দলৰ আইটি কোষৰ প্ৰাক্তন অধ্যক্ষ অমিত মালব্য, সদানন্দ শ্বেট তানাৱাৰেক আৰু কমলজিৎ শ্বেহৰাবাটক। সেইদৰে আগন্তুক বর্ষত বিধানসভা নির্বাচন হ’বলগীয়া গুজৰাটত ভাৰপ্ৰাপ্তৰ দায়িত্ব দিয়া তৰুণ চুঘৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুচৰ্চিত কেন্দ্ৰীয় মন্ত্রীসভাৰ আসন্ন সালসলনিত অন্তর্ভুক্ত হ’ব বুলি চর্চা চলিছে যদিও তেওঁক গুজৰাটত ভাৰপ্ৰাপ্তৰ দায়িত্ব দিয়াত সেই আশা ম্লান পৰা বুলিও সূত্রত প্রকাশ। আগন্তুক বৰ্ষৰ নিৰ্বাচন আসন্ন আন এখন ৰাজ্য পঞ্জাৱত পুনীয়াৰ স’তে সহ ভাৰপ্ৰাপ্তৰ দায়িত্ব দিয়া হৈছে দিল্লীৰ প্ৰাক্তন বিজেপি সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু ৰাজ্যসভাৰ সাংসদ অলকা গুৰজাৰক। আনহাতে, মণিপুৰ আৰু গোৱাত আগন্তুক বর্ষত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অসমৰ কে’বাজনো বিজেপি সাংসদ-নেতাই দলীয় সাংগঠনিক দায়িত্ব লাভ কৰিছে। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ নোমল মমিনক মেঘালয়ৰ সহ ভাৰপ্ৰাপ্তৰ দায়িত্ব অর্পণ কৰা হৈছে।
#LatestNews #PoliticalNews #BJParty #StateIncharge #organizationaladjustments

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPbjp hqlatest newsorganizational adjustmentspolitical newsState Incharge
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

September 25, 2026
কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d