Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজাদী কা অমৃত মহোৎসৱ উদযাপনত যোগদান এনটিপিচিৰ

চাইক্লিষ্টসকলৰ দিল্লীলৈ পৰৱৰ্তী যাত্ৰাত সমৰ্থন আৰু সন্মান

publisher by publisher
September 13, 2021
in Assam, India, News
Reading Time: 1 min read
0
আজাদী কা অমৃত মহোৎসৱ উদযাপনত যোগদান এনটিপিচিৰ
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

Cachar:কাছাৰৰ লক্ষীপুৰত অসম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট

Heroin and Yaba Tablets Seized: আসাম ৰাইফলছ – কাছাৰ আৰক্ষীযৰ যৌথ অভিযানত জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ

Foreign cigarettes seized in Silchar:শিলচৰত জব্দ ৩,০৬০ পেকেট বিদেশী চিগাৰেট

এনটিপিচি, বঙাইগাঁৱে আজি ভাৰতীয় সেনাৰ প্ৰবীণতম অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ স’তে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ অংশ হিচাপে তেওঁলোকৰ প্ৰায় তিনি হেজাৰ কিঃমিঃ দূৰতৰ ‘ফ্ৰীডম চাইকেল ৰেলী’ত অংশগ্ৰহণ কৰে । ২০২১ৰ পাঁচ ছেপ্টেম্বৰত শ্বিলঙৰ পৰা নতুন দিল্লীলৈ এই ৰেলীৰ আৰম্ভ হৈছিল । স্বাধীন ভাৰতৰ ৭৫ বছৰ, ইয়াৰ জনসাধাৰণ, সংস্কৃতি, সফলতাসমূহৰ গৌৰৱময় ইতিহাসৰ স্মৰণ আৰু “ফিট ইণ্ডিয়া ম’ভমেন্ট”ক উদ্দীপনা যোগাবলৈ এই ৰেলীৰ আয়োজন কৰা হয়।

ADVERTISEMENT

ইয়াত এনটিপিচি, বঙাইগাঁৱৰ দলৰ হৈ এনটিপিচি, বঙাইগাঁৱৰ ইডি  সুব্ৰত মণ্ডলৰ নেতৃত্বত পাৱাৰ ষ্টেচনটোৰ ভিন্ন বিভাগসমূহৰ কৰ্মচাৰীসকলেৰে পৰিপূৰ্ণ ২০জনৰো অধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে।

চাইক্লিষ্টসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত কাশিকোত্ৰৰপৰা খাৰেগাঁওলৈ এনটিপিচি আৰু “আজাদী কা অমৃত মহোৎসৱ”ৰ পতাকা কঢ়িয়াই নিয়ে আৰু ইয়াতে ষ্টেচনটোৰ জ্যেষ্ঠ পৰিচালন মণ্ডলীয়ে চাইক্লিষ্টসকলক সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় ঘাইপথস্থিত কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ সংগমস্থলত, এনটিপিচি, বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলৰ নেতৃত্বত আৰু  উমেশ সিং, জিএম (এফএম আৰু পৰিচালনা), এইচ.কে. ব্ৰহ্ম, কমাণ্ডেন্ট, চিআইএছএফ আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এনটিপিচিৰ জ্যেষ্ঠ পৰিচালন মণ্ডলীয়ে কৰ্ণেল অজিত খাট্ৰী নেতৃত্বাধীন দিল্লী অভিমুখী ৪০ জনীয়া চাইক্লিষ্টৰ দলটোৰ জোৱানসকলক এই বিনম্ৰ প্ৰয়াসৰ বাবে সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আয়োজিত চমু কাৰ্য্যসূচীত উপস্থিতসকলক সম্বোধন কৰি, কৰ্ণেল খাট্ৰীয়ে কয়, ‘পূৰ্বোত্তৰৰ প্ৰহৰী’ হিচাপে সৰ্বজন বিদিত আছাম ৰাইফলছ উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়ন নিশ্চিতৰ অৰ্থে বদ্ধপৰিকৰ। তেওঁ কেৱল উদযাপনেই নহয় বৰঞ্চ দেশখনৰ বাবে প্ৰাণ বিসৰ্জন দিয়াসকলৰ প্ৰতি এটি শ্ৰদ্ধাৰ্ঘ্য হিচাপে এই প্ৰয়াসলৈ সমৰ্থন জনোৱাৰ ব্যৱস্থা গ্ৰহণৰ বাবে এনটিপিচিক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ সমগ্ৰ ৰাষ্ট্ৰখন আৰু অসমত এনটিপিচিৰ চিএছআৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু শক্তি খণ্ডৰ গুৰু প্ৰতিষ্ঠানটোক ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰি যাবলৈ উৎসাহিত কৰে।

উপস্থিতসকলক সম্বোধন কৰি এনটিপিচি, বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলে দলটোৰ উদ্দীপনাক প্ৰশংসা কৰে আৰু ৰাষ্ট্ৰখনলৈ তেওঁলোকৰ নিঃস্বাৰ্থ বৰঙণিক ধন্যবাদ জনায়। তেওঁ দেশপ্ৰেমৰ উদ্দীপনা সজীৱ কৰি ৰাখিবলৈ তেওঁলোক আটাইৰে সমৰ্পণ আৰু দেশখনলৈ আগবঢ়োৱা সেৱাৰ বাবেও ধন্যবাদ জনায়। বীৰত্বৰ কাহিনীৰ পুনঃস্মৰণৰ চিনস্বৰূপে, মণ্ডল আৰু এনটিপিচিৰ দলটোৱে তেওঁলোকক সন্মান হিচাপে পৰম্পৰাগত আৰণাইৰে সম্বৰ্ধনা জনাই আৰু আপ্যায়ন কৰে।

ক’ভিডৰ বিৰুদ্ধে সুৰক্ষা হিচাপে, এনটিপিচিয়ে তদুপৰি তেওঁলোকৰ দিল্লী অভিমুখী যাত্ৰাত সুৰক্ষাৰ অৰ্থে মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে।

মেঘালয়ৰ শ্বিলঙৰপৰা যাত্ৰা আৰম্ভ কৰা আছাম ৰাইফলছৰ চাইকেল ৰেলীটোৱে নতুন দিল্লী অভিমুখী যাত্ৰাপথত ভাৰতৰ স্বাধীনতা আন্দোলনৰে সম্পৰ্কীয় গুৰুত্বপূৰ্ণ স্থানসমূহ স্পৰ্শ কৰি যোৱাৰ পৰিকল্পনা কৰিছে। এই ৰেলীয়ে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ উদ্দীপনা জগাই তুলিবলৈ স্থানীয় লোকৰ স’তে মত-বিনিময়কো সামৰি লৈছে। দুই অক্টোবৰত নতুন দিল্লীৰ ৰাজঘাটত এই যাত্ৰাৰ সামৰণি পৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam RiflesAzadi Ka Amrit Mahotsav
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d