Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

ধৃত লিংকমেনজনৰ নাম মহম্মদ ছালাউদ্দিন, আলফাৰ নামত ধন সংগ্রহ অভিযানত নামিছিল ছালাউদ্দিনে

publisher by publisher
September 16, 2026
in Assam, Crime, News
Reading Time: 4 mins read
0
ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

ULFI(I) Linkman arrested in kakapathar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:উগ্রপন্থীৰ চলোবা বিৰুদ্ধে অভিযানত তিনিচুকীয়া জিলাৰ তিনি নম্বৰ কাকপথাৰৰ কাঠবস্তি অঞ্চলত এক সমন্বিতে অভিযানৰ সময়ত ২০ নম্বৰ অসম ৰাইফলছ, সাত নম্বৰ ফিল্ড ৰেজিমেন্ট আৰু অসম আৰক্ষীৰ যৌথ দলে অৰ্তকিতে অভিযান চলাই আলফা (স্বা)ৰ এজন সন্দেহযুক্ত অভাৰ গ্রাউণ্ড ৱকাৰ লগতে অভিযুক্ত অস্ত্র সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আলফা (স্বা)ৰ এজন অভাৰ গ্ৰাউণ্ড ৱাকাৰ ৰূপে ধন দাবীৰে ব্যৱসায়ীক ভাবুকি দিয়া আৰু অবৈধ অস্ত্ৰৰ ব্যৱসায়ত জড়িত থকাৰ বিষয়ে এক গোপনে তথ্য লাভ কৰৰ পাছতে সেনা-আৰক্ষীৰ যৌথ অভিযানকাৰী দলটোৱে মঙলবাৰে নিশা প্রায় ১০ বজাত উক্ত অঞ্চলটোত অভিযান চলায়। এই অভিযানকাৰী সেনা আৰু আৰক্ষীৰ দলটোৱে বহু সময় ধৰি চলোৱা তালাচীত নগালেণ্ডৰ মন জিলাৰ আবোই মুখ্য কার্যলয়ৰ অস্থায়ী বাসিন্দা মহম্মদ চালাউদ্দিন (৫৩)ক গ্ৰেপ্তাৰ কৰে ৷
আটকাধীন ব্যক্তিজনৰ পৰা জাপানত নির্মিত এটা ৭.৬৫ মিমি পিষ্টল, এটা মেগজিন, চাৰিজাই সক্রিয় গুলি, এখন চোকা অস্ত্র, দুটা ম’বাইল ফোন, নগদ ১,৩২৯ টকা, এযোৰ জংগল বুট আৰু এক পেকেট ছার্জিকেল গ’ভছ জব্দ কৰে।
প্রাথমিক জেৰাত ধৃত চালাউদ্দিনে ধন দাবীঅবৈধ অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াৰ পূৰ্বে চৰাইদেউৰ সোণৰিতো এনে কাৰ্যকলাপ চলাই থকাৰ লগতে যোৱা তিনিমাহ ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত সন্দেহজনক লোকক অস্ত্র যোগান ধৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে। সম্প্ৰতি এই ঘটনাই সমগ্র জিলাখনতে এটা সক্রিয় অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ থকাৰ সন্দেহ ঘনীভূত হৈ পৰিছে।
ইফালে, জব্দকৃত অস্ত্র-শস্ত্রসহ ধৃত লোকজনক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে অভিযানকাৰী সেনাৰ দলটোৱে কাকপথাৰ আৰক্ষী থানাত চমজাই দিয়ে। উল্লেখ্য যে শেহতীয়া খবৰ অনুসৰি ধৃত চালাউদ্দিন বিহাৰৰ শিৱন জিলাৰ বচন্তপুৰ থানাৰ অন্তৰ্গত বালথাৰি গাঁৱৰ স্থায়ী বাসিন্দা।
#LatestNews #CrimeNews #ulfailinkmenarrested # #AssamRifles #AssamPolice #jointopration #Kakapathar
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceAssam RiflesCrime Newsjoint oprationkakapatharlatest newsulfai linkmen arrested
publisher

publisher

Related Posts

মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি
Assam

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d